ৰতিঃ এক কামদেৱীৰ যৌন আখ্যান-৩
©কৃষ্ণেন্দু বৰুৱা
(খণ্ড-৩)
কল্পনা পেহীহঁতৰ ঘৰৰ পৰা আহি থাকোতে অয়নৰ ছাইকেলৰ পিছফালে অনন্যাক বহি থকা দেখি ৰাস্তাত দুজন অচিনাকী লৰাই গানৰ কলি গুণগুণাই পাৰ হৈ যায় অনন্যালৈ চাই।
“কেইছে মুঝে তুম মিল গয়ী…”
বেসুৰা কন্ঠত হিন্দী চিনেমাৰ গান গাই অচিনাকী লৰা দুজন পাৰ হৈ যোৱাত অয়নৰ খং উঠি যায়। অয়নতকৈ বয়সত ওলপ ডাঙৰ আছিল সিঁহত।
– কুত্তা চাল্লা…
অয়নৰ খং দেখি অনন্যাই তাৰ কান্ধত হাত ৰাখি সোধে- কি হ’ল? খং কিয় কৰিছ’?
অয়নে চাইকেল খন ৰখাই, পেডেলৰ পৰা ভৰি নমাই মাটিত ৰাখি কৈ উঠে- দেখা নাই সেই অসভ্য দুটাক, কেনেকৈ তোক দেখি গান শুনাই থৈ গ’ল।
অনন্যাই চাইকেলৰ কেৰিয়াৰৰ পৰা নামি অয়নৰ সন্মুখলৈ আহে। আহিয়ে সোধে- তোক দেখিছো আজিকালি বৰ খঙত থাক’। ইমান খং কিয়?
অয়নে অনন্যাৰ দুচকুলৈ চাই কয়- নাজানো।
অনন্যাই দুনাই চাইকেলৰ কেৰিয়াৰত বহি অয়নৰ কান্ধত হাত থৈ কয়- বল, গৈ থাকো, বহুত পলম হ’ল।
অয়নে সঁচাকৈ নাজানে, আজিকালি কিয় তাৰ খং উঠি থাকে অনবৰত। অনন্যাক যে আজিকালি চিনাকী, অচিনাকী সকলোৱে বেলেগ দৃষ্টিৰে চায় সেই কাৰণেই, নে তাইক যে তাৰ লগৰ ৰন্টু, টিংকু বা বিকাশহঁতে কাষৰ পৰা লগ পাবলৈ, ভালদৰে চাবলৈ অচিলা বিচাৰি সিঁহতৰ ঘৰলৈ সঘনাই আহিবলৈ লৈছে সেইকাৰণে, নাজানে সি। সি নাজানে কথাবোৰক লৈ খং কৰিব লাগে নে নালাগে, বাচ তাৰ খং উঠি থাকে মনত পৰিলেই। সি এইটোৱো নাজানে যে অকল তাৰ লগতেই কিয় এনেকুৱা হয়। যাকেই সি ভালপায়, যাক যাক সি সন্মানৰ দৃষ্টিৰে চাবলৈ লয়, তেওঁলোকৰেই কিয় আচল স্বৰূপ এনেকৈ তাৰ আগত ওলাই পৰে?
পেডেলত খং জাৰি সি চলাবলৈ লয় চাইকেল। পিছফালৰ পৰা মন্তব্য উফৰি আহে অনন্যাৰ পৰা- চাইকেল খনেনো কি দোষ কৰিছে?
চাইকেল খনে একো দোষ কৰা নাই জানে সি। দোষ গাজিনী চিনেমাৰ আমিৰ খানেও কৰা নাই। দোষ নৈৰ পাৰৰ সেই জুপুৰী ঘৰটোৱেও কৰা নাই। অথবা ৰন্টু, বিকাশ বা এইমাত্ৰ এই অচিনাকী লৰা দুটায়ো। দোষ তাৰ কপালৰ, এইবুলি ভাৱে সি। ভাৱে মানে নিজকে বুজাই থয়।
অনন্যাই কথা এটা মনত পৰাত সুধি উঠে অয়নক- এই দাদা, তই যে মোৰ ছবি আঁকি আছিলি হ’ল নে কমপ্লিট?
অয়নে ভাৱে, সি যে কিছুদিন আগত, মানে ফাইনেল পৰীক্ষাৰ পঢ়াশুনাৰ ব্যস্ততাৰ মাজতো ৰাতি ৰাতি লুকাই চুৰকৈ পেঞ্চিল শ্বেডিং এখন কৰিছে অনন্যাৰ, গাজিনী চিনেমাৰ আচিন থত্তুমক’লৰ পোষ্টাৰ চাই চাই। সেই কথাটো ভনীয়েক অনন্যাই কেনেকৈ জানিলে? তাই ছবিখন চাইছে যদিও আচিনৰ বুলি হে ভৱিব লাগিছিল?
দৰাচলতে অনন্যাৰ একপি ফটোও নাছিল অয়নৰ লগত। সেয়ে ন-শিকাৰু অয়নৰ বাবে ভনীয়েকৰ স্কেচ অঁকাটো যথেষ্ট টান কাম আছিল। পিছে তাৰ কোঠাৰ বেৰত লগাই থোৱা নায়িকা আচিনৰ ফটো চাই চাই মনলৈ আহিছিল- ভন্টী তো ৮০% দেখাত একে আচিনৰ লগত। আচিনকে চাই চাই আঁকি খালি চকুদুটা ওলপ অনন্যাৰ দৰে কৰি দিলে কোনেনো কব আচিনক অঁকা বুলি?
পৰীক্ষাৰ পিছত ৰন্টুয়ে আহি দেখা পাইছিল তাক স্কেচখন কৰি থকা। পৰীক্ষাৰ কাৰণে ব্লেণ্ডিং কৰিবলৈ সময় পোৱা নাছিল সি। তাকে ‘কটন’ ওলপ লৈ একান্তমনেৰে ব্লেণ্ডিং কৰি অন্তিম পৰশ দি আছিল সি অনন্যাৰ স্কেচখনত। কেতিয়ানো ৰন্টুৱে আহি চাই আছিল, সি গমেই পোৱা নাছিল।
আৰু যেতিয়া সি চাৰ্ট পেপাৰত থকা অনন্যাৰ নাকটোত ‘ফাইনেল টাচ’ দি আছিল , ৰন্টুৱে কৈ উঠিছিল- অনন্যাৰ নাকটো কি ধুনীয়া ন??
অকস্মাত ৰন্টুক সন্মুখত দেখি আৰু তাৰ মুখত সেই কথা শুনি কাৰেন্ট শ্বক লগাদি থৰ মাৰিছিল অয়ন। স্কেচখন ক’ত থওঁ, কি কৰো যেন লাগিছিল তাৰ। পৰীক্ষাৰ পঢ়াৰ মাজতো নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰি আঁকিবলৈ লোৱা ছৱি সেইখন, সেইখন আঁকি থাকোতে যেতিয়া চকু দুটা আৰু নাকটোত শ্বেডিং কৰিবলৈ লৈছিল, ফাগুণ মহীয়া ৰাতিতো ঘামিবলৈ লৈছিল সি। ৰন্টু অহাৰ ক্ষন্তেক আগতো যেতিয়া দুপৰীয়াৰ ভাত পানী খাই উঠি মাকে শুৱা বুলি গম পাই আৰু দেউতাকে মৌজাদাৰ বৰতাৰ বাৰীৰ পিনলৈ যোৱাৰ উমান পাইছিল, আলফুলে ট্ৰাঙ্কৰ পৰা স্কেচখন উলিয়াই ব্লেণ্ডিং কৰিবলৈ লাগি গৈছিল সি। নাকৰ অংশটোলৈ অহাৰ লগে লগেই ঘামিবলৈ লৈছিল সি।
যেন সঁচাকৈ, বাস্তৱত অনন্যাৰ ধুনীয়া নাকটো চুই আছে সি আলফুলে, এনে লাগি আছিল তাৰ। যেন অনন্যাই তাইৰ আবেদনময়ী আৰু সুন্দৰতকৈয়ো সুন্দৰ নাকটোৰে তাৰ নাকত লগাই দি ঘহাই আছিল, তেনে অনুভৱ হৈছিল তাৰ।
মনত আছে তাৰ, ডিচেম্বৰৰ ২৫ তাৰিখে গাজিনী চিনেমাখন ‘ৰিলিজ’ হৈছিল। চিনেমাখন যে ২৫ তাৰিখে ১২ কিঃমিঃ দুৰত থকা একমাত্ৰ চিনেমাহ’ল টোত লগাব, সেই খবৰ ৰন্টুৱেই দিছিল। কেছেট-চিডিৰ দোকানীৰ হাতত ওচৰৰ চিনেমাহ’লৰ খৱৰ থাকে। ২৫ তাৰিখে খ্ৰীষ্টমাছৰ কাৰণে স্কুল বন্ধ দেখি ৰন্টু, বিকাশ আৰু সি, তিনিও মিলি ‘প্লেন’ বনাইছিল চাইকেল মাৰিয়ে চিনেমাখন চাবলৈ যাব। টিংকুৰ জ্বৰ হৈ থকা বাবে তাৰ আৰু চিনেমাখন চোৱা নহল।
আমিৰ খানৰ চিনেমা বুলি ভীৰ থাকেই। সিঁহতে বেছি পইছা ভৰি ‘ব্লেক’ত টিকট তিনিটা লৈছিল। চিনেমাখন চাই থাকোতে আচিন নহয়, অনন্যাক চাই থকাৰ দৰে লাগিছিল অয়নৰ। চিনেমা শেষ হোৱাত ওলাই আহোতে বিকাশে কৈছিল- অনন্যা থকাহলে ভাল আছিল ন?
বিকাশৰ ঘৰ আগত আহি পায়, বিকাশৰ ঘৰলৈ সোমোৱা ৰাস্তাটোৰে সি অয়নহঁতক ‘বাই’ দি যোৱাৰ পিছত ৰন্টুৱে তাক মৃদু সুৰত কৈছিল- বিকাশ বেটাই ইন্টাৰভেলত ইউৰিনাললৈ গৈ হাত মাৰি আহিছিল।
কথাটো শুনি ‘মাথা’ বেয়া হৈছিল অয়নৰ। বিকাশৰ লগত বহুদিনলৈ মাত-বোল ভালদৰে কৰা নাছিল সি। পিছে, শৈশৱৰ পৰা বন্ধুত্ব, নমতাকৈ থাকিলেও বেয়া দেখি। আৰু কি বুলিনো নমতাকৈ থাকিব? তই মোৰ ভন্টিৰ দৰে দেখাত হিৰোইন জনীৰ চিনেমা চোৱাৰ মাজতে কিয় হাত মাৰিবলৈ গৈছিলি? সেই কথাক লৈ? নে, তই মোৰ ভনীয়েক অনন্যাৰ কথা ভাৱি……, সেই কথাক লৈ? ইয়াৰে এটা কথাও কৈ গালি দিব নোৱাৰে সি বিকাশক। ৰন্টুৱেই তাক কৈছিল- অকল বিকাশ নহয়, চবে কয় আচিন থত্তুমক’লক চালে হেনো অনন্যাক চাব নালাগে, সেয়ে চবৰে লগত আচিনৰ পোষ্টাৰ বা ফটো আছে আজিকালি।
তাৰমানে, তাৰ অৰ্থ কি? তাৰ লগৰ সকলোৱে কি তাৰ ভনীয়েক অনন্যাক লৈ ‘ফান্টাছী’ কৰে? অয়নৰ জানিবলৈ মন আছিল এই বিষয়ে ৰন্টুৰ পৰাও। কিন্তু অয়ন কথা কমকৈ কয়। বা কলেও এই বিষয়ে ৰন্টুহঁতক একো সুধিব নোৱাৰে। সেয়ে সি তাৰ চতুৰ মগজু কামত খটুৱায়। সাৰ পাই উঠে তাৰ ভিতৰৰ ‘শাৰ্লোক হোমছ্’।
ৰন্টুয়ে যেনেকৈ যেতিয়াই মন অয়নহঁতৰ ঘৰলৈ আহিব পাৰে। তেনেকৈ অয়নো যায়। সি এদিন ৰন্টু নথকাত গৈ ওলাইছিল তাৰ ঘৰলৈ। সি জানেই দেওঁবাৰে ৰন্টু আবেলি ঘৰত নাথাকে, দোকানত গৈ তাৰ দেউতাকক সহায় কৰে। ৰন্টুৰ পৰা দৰকাৰী নোটছ বিচাৰি যোৱা বুলি ‘বাহানা’ কৰি সি ৰন্টুৰ মাকক গৈ সোধে- খুড়ী ৰন্টু নাই?
ৰন্টুৰ মাকে প্ৰয়োজনতকৈ বেছি আদৰৰ সুৰত কয়- নাই, দোকানলৈ গৈছে। কিবা লাগিছিল হবলা?
– নোটছৰ খাতা এখন আছিল। মোক দৰকাৰ হৈছিল।
– যোৱাচোন তাৰ ৰূমতে বিচাৰাগৈ।
অয়নক আৰু কোনে পায়। ৰন্টুৰ ৰূমত গৈ কামত লগায় তাৰ ভিতৰৰ শাৰ্লোক হোমছক। পঢ়া টেবুলৰ কিতাপৰ থাকবোৰ, ড্ৰয়াৰ, বুকছেল্ফ, একো বাকী নাৰাখে। কিন্তু সন্দেহজনক একো বিচাৰি নাপায় সি। বিকাশৰ দৰে, ৰন্টুৰ কোঠাৰ দেৱালতো নাই আচিন থত্তুমকলৰ পোষ্টাৰ বা ফটো। হতাশ হৈ উভতিবলৈ লয় সি। ৰন্টুৰ মাকে চোতালত লগ পাই সোধে- খালী হাতে যাবলৈ ওলালা যে? নাপালা?
অয়নে বিমৰ্ষ মনেৰে কয়- নাপালোচোন খুড়ী। ৰন্টুৰ মাকে কিবা মনত পৰাত কৈ উঠে- তাৰ বিচনাৰ তলত ট্ৰাঙ্ক এটা আছে। তাতো কিবাকিবি ৰাখে সি।
মগজুত টমাছ আলভা এডিচনৰ ইলেক্ট্ৰিচিটি বাল্ব জ্বলি উঠে অয়নৰ। লগে লগেই ৰন্টুৰ ৰূমলৈ বুলি উভতি লৰ মাৰে সি। একে কোবে গৈ বিচনাৰ তলৰ ট্ৰাঙ্কটো চোচৰাই আনি খুলি লয়, আৰু….
আৰু ট্ৰাঙ্কৰ পৰা যি আবিস্কাৰ কৰে সি, দস্তুৰমত বিস্ময়ত হতবাক হৈ উঠাৰ পাল তাৰ। একেবাৰেই শিল পৰা কপৌটিৰ দৰে হৈ পৰে সি।
ৰন্টুৰ ট্ৰাঙ্কৰ ভিতৰত, প্ৰথমতে কেইখনমান পুৰণী বহী আৰু কিতাপ। তাৰ পিছত এক জাপ পোষ্টাৰ পায় নায়িকা আচিনৰ। পোষ্টাৰ বোৰ গ্ল’জী পেপাৰত যদিও কিবা ‘চৰ্চৰা’ বস্তু লাগি থকাৰ দৰে পায় সি। সেইবোৰ সংকোচ সংকোচ ভাৱত হাতেৰে লৈ আহি নাকৰ ওচৰত ৰাখি শুঙি চায় সি। গোন্ধটো চিনাকি তাৰ।
‘বীৰ্য’, বীৰ্যৰ গোন্ধ সেয়া। হয়তো কোনোবা এখন পোষ্টাৰত দুই এঘন্টা পূৰ্বেও বীৰ্যপাত কৰিছিল ৰন্টুৱে। ‘হাত মাৰি’ সেইয়া পেলাবলৈ আচিনৰে পোষ্টাৰ পালেনে অসভ্যটোৱে? খঙৰ ভমকতে মনৰ ভিতৰতে গৰজি উঠিছিল অয়ন।
আৰু ঠিক পোষ্টাৰৰ জাপটো থকা ঠাইতে ধাপকৈ থবলৈ যাব, তাতে সি দেখে- ট্ৰাঙ্কৰ একেবাৰে তলত, বহী কেইখনৰ তলৰ পৰা কাপোৰ এখনৰ অংশ এটি ওলাই আছে। ছোৱালী মানুহৰ অন্তৰ্বাসৰ ফিতা যেন লাগে তাৰ। কৌতুহলবসত সি পোষ্টাৰ জাপ মজিয়াতে থৈ বহী কেইখন গুছাই দিয়ে, ফলত সেই বহীৰ তলৰ পৰা ওলাই পৰে তিনিখন ভিন্ন ৰঙৰ ‘ব্ৰা’।
মুহুৰ্ত আগৰ খং পৰিবৰ্তিত হয় অনুসন্ধিৎসালৈ। ৰন্টুৰ ঘৰত তো ছোৱালী মানুহ নাই তেনেকৈ, অকল তাৰ মাকজনী হে আছে? ব্ৰা কেইখনৰ নম্বৰ বোৰ চায় সি। ৩৬, ৩৬ তো ৰন্টুৰ মাক কাজলী খুড়ীৰ হে জোখ হব লাগে….!
১৮ বছৰত ভৰি দিয়া লৰা অয়নহঁত। লুকাই চুৰকৈ ‘ব্লু-ফিল্ম’ চাই চাই বাস্তৱত দেখা বা চিনাকী নাৰীৰ বুকুৰ স্তনৰ জোখ অনুমান কৰে আৰু ইটোৱে সিটোৰ আগত বৰ্ণনা কৰে- মেথমেথিকছৰ আহমেদ মেমৰ চাইজ ৩৬, ইংৰাজীৰ মল্লিকা মেম শকৎ, তেওঁৰ ৪০ হব, ‘এ’ ছেক্সনৰ নমিতা বৰ ছেক্সী, তাইৰ চাইজ তো ৩৪ৰ তলত নহব, ইত্যাদি ইত্যাদি।
অয়নে এদিন সৌভাগ্যবসত ৰন্টুৰ মাকৰ বুকুৰ স্তনযুগল উন্মুক্ত ৰূপত দেখা পাইছিল। গতিকে তাৰ ভিতৰৰ শাৰ্লোক হোমছে কৈ উঠিছিল তৎক্ষণাত- ই বেটাই মানে নিজৰ মাকৰে ‘ব্ৰা’ৰ কালেকশ্যন ৰাখে?
ৰন্টুৰ মাক কাজলী খুড়ীৰ ছৱি দ্ৰুত মনত ভাঁহিবলৈ লৈছিল অয়নৰ। কাজলী খুড়ী সুন্দৰী মহিলা। স্কুলৰ আহমেদ মেম, মল্লিকা মেমহঁততকৈয়ো ধুনীয়া। দেহত সামান্য মেদ থাকিলেও শৰীৰটো যথেষ্ট আবেদনময়ী। নীলা ছৱিৰ নায়িকাৰ দৰেই শৰীৰ ৰন্টুৰ এই মাকজনীৰ। বয়স বাৰু কিমান হব? সি মনতে কল্পনা কৰে। ৰন্টুৰ পৰা শুনা মতে, তাৰ মাকক তাৰ দেউতাকে পলুৱাই আনিছিল হায়াৰ চেকেণ্ডাৰী পঢ়ি থাকোতে। তাৰমানে তেতিয়া সিঁহতৰ বয়সৰে আছিল তাৰ মাকজনী। তাৰ পিছত ৰন্টুৰ জন্ম। গতিকে সিহঁতৰ বয়সৰ দুগুণ বা তাতকৈ দুই এবছৰ বেছি। সেই হিচাপত ৩৬-৩৮ বছৰ হব লাগে কাজলী খুড়ীৰ বয়স।
কাজলী খুড়ী, অৰ্থাৎ কাজলী দেৱীৰ দেহৰ বৰণ মাগুৰ বৰণীয়া। বুকুত এযোৰ তৰমুজ আৰু নিতম্বদেশ যেন ওলোটাই ৰখা এযোৰ কলহ। ককালত সামান্য ভাঁজ পৰে মেদ থকাৰ কাৰণে। খোজকাঢ়িলে বুকু আৰু নিতম্ব এনেকৈয়ে দোলে, যেন কৈছে- আহি মোক ধৰি দিয়াহি যোৰকৈ…
অয়নৰ আৰু দ্ৰুত মনত পৰে, যোৱাবাৰ এদিন ৰাতিপুৱাৰ ভাগত ৰন্টুহঁতৰ ঘৰলৈ আহিছিল সি, জাৰৰ দিন কাৰণে ৰন্টু আৰু সি মেথছ্ কৰি আছিল বাৰান্দাৰ ৰ’দত বহি। ৰন্টুহঁতৰ ঘৰত বাথৰূম নাই। কুৱাৰ পাৰতো কোনো বেৰ নাই। কুৱাৰ পৰা পানী তুলি গা ধুই থাকিলে চোতাল বা বাৰান্দাৰ পৰা অনায়াসে দেখা পাই। ৰন্টু অংকত অলপ কেঁচা, অয়নে দেখুৱাই দিয়া মতে সি Integration-ত ডুব গৈ আছিল। অয়নৰ প্ৰছাৱ লগাত সি কুৱাৰ পাৰৰ ফাললৈ যাবলৈ খুজি দেখে, তাৰ মাকে গা ধুই আছে আপোন মনে। দেহত কেৱল বগা ৰঙৰ এটি পাতল পেটিকোট। গাত পানী ঢালি থকা বাবে পেটিকোটৰ স্বচ্ছাতাই মানুহজনীৰ শৰীৰৰ ভাঁজবোৰ এনেকৈ প্ৰকট কৰিছে যেন, অজন্তা-ইলোৰাৰ ভাস্কৰ্য্যহে। অয়নে ৰন্টুৰ মাকক পিছফালৰ পৰা দেখা পাই আছিল। পানী পৰি পৰি পেটিকোটৰ তপিনাৰ অংশ বেয়াকৈয়ে ফুটি উঠিছিল। পেটিকোট খন ইমানেই পাতল আৰু স্বচ্ছ আছিল যে অয়নে ভালকৈয়ে ধৰিব পাৰিছিল তপিনাৰ ৰং। যেন নৈত পানী তুলিবলৈ যোৱা মাটিয়া ৰঙৰ এযোৰ কলহ, উলোটাই থোৱা। পানী পৰিয়ে নে কি কাৰণত পেটিকোট খন ওলপ কোচ খাই পৰিছিল। ফলত দুই মাংসল তপিনাৰ মাজভাগ, য’ত এটি ভাঁজ থাকে, যি ভাঁজ তললৈ গৈ হেৰাই গৈ নাৰীদেহৰ সেই বিশেষ কুৱাটিত গৈ পৰেগৈ, সেই ভাজটোত পেটিকোটৰ কাপোৰ বেয়াকৈ সোমাই গৈছে।
ৰন্টুয়ে কাষতে বহি অংক কৰি আছিল। তাৰ চকু তেতিয়াও বহীত নিবদ্ধ। ইফালে অয়নৰ চকু নিবদ্ধ আছিল এই বন্ধুজনৰ সুন্দৰী আৰু লোভনীয় শৰীৰৰ মাকজনীৰ শৰীৰৰ ভাঁজত। ছুৱেটাৰ আৰু লং পেন্ট, জোতা পিন্ধি আছিল অয়ন। ডিচেম্বৰ মাহৰ ৰাতিপুৱা ৯ মান বজাৰ কুহমীয়া ৰ’দ আছিল। ঘামি উঠিছিল ভিতৰি সি। ভুলবসত, আণ্ডাৰৱেৰ পিন্ধি অহা নাছিল সি। ঠাণ্ডাৰ দিনত প্ৰায়েই নিপিন্ধে সি। এক তো প্ৰছণ্ড বেগত প্ৰছাৱ লাগি আছিল তাৰ, দ্বিতীয়তে ৰন্টুৰ মাক কাজলী খুড়ীৰ কজলা নিতম্বযুগলে তাক যেন হাত-বাউলী মাতি আছিল, ফলত পেন্টৰ তলৰ শলমাছটোৱে উক দি উঠিছিল। লৰচৰ কৰি বহি লৈছিল এবাৰ অয়ন। ৰন্টুৱে কৈছিল- অংক নকৰি আছ’ কেলেই তই?
অয়নৰ মগজুৰ অংকত জোটপট লাগিছিল। বন্ধুৰ মাকক লৈ এনেকৈ ভৱাটো অন্যায়। নীতিবিৰুদ্ধ। কিন্তু তাকে লৈ বেয়া যে লাগিব, অনুতপ্ত যে হব, সেই সময় বা সুযোগ দিয়া নাছিল কাজলী খুড়ীৰ লোভনীয় শৰীৰে। প্ৰায় দহ মিনিট মান আগৰে পৰাই বন্ধু-মাতৃৰ সেই শৰীৰে মোক-খা মোক-খা কৰি আছিল। অয়নে সেপ ঢুকি কৈ উঠিছিল ৰন্টুক- মোৰ লেট্ৰিণ লাগিছে অ।
ৰন্টুৱে অংকৰ বহীৰ পৰা মূৰ তুলি অয়নলৈ চাই কৈছিল- কিন্তু মা যে কুৱাৰ পাৰত আছে, কেনেকৈনো যাবি? তইচোন মানুহৰ ঘৰত লেট্ৰিণ যাবলৈ লাজ কৰ’?
অয়নে মিছা মাতিছিল। সেই মুহুৰ্তত তাৰ দৰকাৰ আছিল তম্বু হৈ ৰোৱা শলমাছটোক ঠাণ্ডা কৰাৰ। নহলে বন্ধুৰ আগতে লাজত পৰি যোৱাৰ ভয়। তাতে পঢ়াশুনাৰ চাপত পৰি সি বহুদিনৰ পৰা হস্তমৈথুন কৰা নাছিল। বন্ধুৰ মাকৰ সেই লোভনীয় শৰীৰ আৰু ধুনীয়া মুখমণ্ডলে তাৰ শলমাছক পগলা কৰি তুলিছিল। যদি হস্তমৈথুন কৰি বীৰ্যপাত নকৰে সি, নিৰ্ঘাত বন্ধুৰ আগতে তাৰ মাকৰ কথা ভাৱি ভাৱি তম্বু হোৱা পেন্ট তিয়াই দিব ‘সি বেটাই’।
ইস…….!!! মনতে কৈ উঠি ওঁঠেৰে তল ওঁঠ চেপি ধৰে অয়ন। আৰু এবাৰ লৰচৰ কৰি উঠে সি। ৰন্টুৰ চকুত এইবাৰো পৰে সি। এইবাৰ ৰন্টুৱে নিজেই কয়- যা নহলে কাপোৰ কানি একো খুলিব নালাগে, নহলে প্ৰব্লেম হৈ যাব তোৰ।
ৰাণৱেত থকা ফ্লাইট যেন নিৰ্দেশৰ হে অপেক্ষাত আছিল। লৱৰি যোৱাদি যায় সি কুৱাৰ পাৰতে থকা লেট্ৰিণটোলৈ। পানী যে লব লাগে বাল্টিত, সেই কথাও মনত নাই।
সি গৈ লেট্ৰিণটোত সোমাব, পেটিকোট খন এহাতেৰে ঢিলা কৰি ধৰি, আনখন হাঁত ভিতৰলৈ লৈ গৈ চাবোন লগাই আছিল বুকুত ৰন্টুৰ মাক কাজলী দেৱীয়ে। অয়নক তেনেকৈ পায়খানালৈ লৱৰি যোৱা দেখি ব্যতিব্যস্ত হৈ কৈ উঠে তেওঁ- বাবা, জোৰে হাগা লাগিছে তোমাৰ? পানী তো লৈ যোৱা…
অয়নে তেনেকুৱা মুহুৰ্ততো লাজ পাই যায়। ভাগ্য ভাল এবাল্টি পানী সন্মুখতেই তুলি থোৱা আছিল। কাজলী দেৱীয়ে আঙুলিয়াই দিয়া মতে সেইটো বাল্টিৰে গৈ পায়খানৰ বাল্টিত পানী ভৰে সি। তাৰপিছত একমুহুৰ্ত, এক মুহুৰ্ত মাত্ৰ ৰন্টুৰ এই ধুনীয়া মাকজনীৰ মুখ খনিলৈ চাই, পায়খানাৰ দুৱাৰ জপাই দিয়ে সি।
মুহুৰ্ত আগত দেখা বন্ধুৰ মাকৰ মুখ, আৰু পিছফালৰ, তপিনাৰ মাজত সৃষ্টি হোৱা পেটিকোটৰ সেই ভাঁজ, ওহ….. অয়ন যেন উত্তেজনাৰ সপ্তম আকাশত উৰিছে।
ইফালে ৰন্টুৰ মাকৰ চাবোন ঘঁহাৰ হাত লাহে, আৰু লাহে চলিবলৈ ধৰে। প্ৰয়োজনতকৈ বেছি। যেন বুকুত চাবোন নহয়, মাখন হে মাখিছে যৌন অভিসাৰৰ আগ মুহুৰ্তত। মুখেদি ওলাবলৈ ধৰিছে গীতৰ কলি- লগ যা গলে….
ৰন্টুহঁতৰ ঘৰত কেতিয়াও পায়খানা কৰি পোৱা নাছিল অয়নে। আনৰ ঘৰত হেজাৰ ‘ইমাৰ্জেন্সী’ লাগিলেও সি ‘কন্ট্ৰল’ কৰি থয় নিজকে। আনৰ ঘৰত সেইফেৰা কাম কৰিবলৈ বৰ লাজ পায় সি। কিন্তু ৰন্টুৰ মাকৰ শৰীৰৰ যি দৰ্শন লাভৰ সুযোগ হ’ল অথবা ৰন্টুৰ মাকৰ যি লোভনীয় শৰীৰ, পাৰিলে যেন এতিয়াই ৰন্টুৰ মাকৰ পায়খানা কৰা পায়ুছিদ্ৰৰে সুমুৱাই দিব সি নিজৰ ঠণ ধৰি উঠা পুৰুষাংগ। তাতে এক দণ্ড আগতেই ৰন্টুৰ মাকৰ ঢিলাকৈ ৰখা পেটিকোটে উন্মুক্ত কৰা বুকুৰ একাংশ দেখা পাইছিল সি। ডাঙৰ ডাঙৰ দুটা মাংসগোলক। উফফফ…. কি সৌন্দৰ্য, কি আবেদন থাকে নাৰীৰ এই মাংসপিণ্ড দুটিত।
লেট্ৰিণত গৈ বহি দিয়া নাছিল অয়নে, কাৰণ তাক সৌচ লগা নাছিল। সি তাত সোমাইছিল অন্য এটি কামত হে। পেন্টৰ ‘হুক’ খুলিবলৈ যাব সি, তাতে দেখে পায়খানাৰ টিনপাতৰ দুৱাৰৰ সোমাজতে এটি ডাঙৰ কটা যোৱা ফুটা। যেন কোনোবাই দাৰে তাত ঘপিয়াইছিল কেতিয়াবা। ফলত সেই ফুটাইদি ভিতৰৰ পৰা বাহিৰলৈ দেখি, আৰু বাহিৰৰ পৰাও ওলপ কাষলৈ গৈ চকু ৰাখিলে, ভিতৰলৈ ভালদৰে দেখি।
“কি মস্কিল…..”, অয়নে নিজকে কোৱাদি কয়। সেই মুহুৰ্তত তাৰ শলমাছৰ অৱস্থা শুকানত এৰি দিয়া পুঠিমাছটিৰ দৰেই। প্ৰাণবায়ু যেন উৰি হে যাব পানী নাপালে। ইফালে তাক জোৰেৰে মোহাৰি মোহাৰি পানী উলিয়াই নিদিলে হৈছে আৰু…
পায়খানাৰ দুৱাৰৰ ফুটাৰে বাহিৰলৈ চাবলৈ যত্ন কৰে সি ওলপ হাউলি। ৰন্টুৰ মাক কাজলী দেৱীয়ে কাঠৰ ওখ পীৰাত বহি লৈ পায়খানাৰ পিনে, মানে অয়নৰ পিনে মুখ কৰিয়েই গা ধুই আছে। গা ধুই আছে মানে মাংসল উৰুলৈকে পেটিকোট কোচাই, এহাতেৰে এটি উৰুত চাবোন মাখি আছে, আনখন হাতেৰে বুকুখন ঘঁহি আছে পূৰ্বে সৃষ্ট চাবোনৰ ফেনেৰে।
‘ব্লু-ফিল্ম’তো ইমান উত্তেজক দৃশ্য দেখা নাছিল অয়নে। বা সম্পূৰ্ণ নগ্ন নাৰী বা নগ্ন নাৰীৰ হৰেক ৰকমৰ যৌন ক্ৰীড়া দেখিলেও ইমান উত্তেজিত হোৱা নাছিল সি। এয়া কি ৰন্টু মাক কাজলী খুড়ীৰ ‘স্নান-বিলাস’, নে ‘যৌন-বিলাস’? ভাৱে অয়নে।
মনলৈ সাহস আহে অয়নৰ, পেন্টৰ হুক খুলি দি চেইন নমাই দিয়ে সি। ফলত বেল্ট নিপিন্ধা পেন্ট খহি পৰে তললৈ। ওলাই পৰে তাৰ ঠণ ধৰি উঠা আৰু সেই বয়সতে ১২ ইঞ্চিৰ আকাৰ লোৱা পুৰুষাংগডাল। যেন পায়খানাৰ দুৱাৰৰ ডাঙৰ ফুটাটোৰে গুলি এৰিব সিটোৱে চিৰিত চিৰিত চিৰিতকৈ, আৰু যি গুলী গৈ লাগিবগৈ বন্ধুৰ জন্মদাত্ৰী মাতৃৰ উন্মুক্ত উৰু, বুকু আৰু গালে মুখে।
কাজলী দেৱীয়ে আৰু ওলপ উঠাই দিয়ে পেটিকোটখন। একেবাৰেই ককাল আৰু উৰুৰ সন্ধিস্থল লৈকে। ফলত আৰু ওলপৰ কাৰণেহে প্ৰকট হবলৈ বাকী থাকি যায় দুই উৰুৰ সন্ধীস্থলৰ সেই বিশেষ অংগ। হাতেৰে চাবোনখনি লৈ যায় উৰুৰ আৰু উপৰলৈ। এবাৰ উপৰলৈ উঠাই লৈ যায়, এবাৰ নমায়। যেন বাগানৰ দুৰ্গাপূজাৰ মেলাত বহা দোকানৰ পৰা কিনা পুতুলা গাড়ীহে চলাইছে কোনোবা শিশু এটিয়ে।
ইফালে অয়নৰ ১২ ইঞ্চিৰ ৰকেট, ‘লঞ্চ’ হওঁ হওঁ অৱস্থা, আনফালে আনখন হাতেৰে কাজলী দেৱীয়ে টানি দিয়ে বুকুত আগৰ পৰাই ঢিলা হৈ থকা পেটিকোটৰ ৰচি। ফলত এফালে যেনেকৈ হুৰমুৰকৈ পেটিকটখন তললৈ খহি পৰে তেওঁৰ, সমুলি নগ্ন হৈ প্ৰকট হৈ পৰে বুকুৰ দুই ফুটবল, আনফালে চেন্টাৰ ফৰোৱাৰ্ডৰ পৰা বল গৈ গোলকীপাৰক পাৰ কৰি হৈ যায় দুৰ্দান্ত এক গল- অয়নৰ পুৰুষাংগৰ পৰা। অৰ্থাৎ হুৰমুৰকৈ বীৰ্যপাত।
“উফফফফফফফফফ খুড়ী”, অস্ফুট, একেবাৰেই ক্ষীণ আৰু অস্ফুট সুৰত ওলাই আহে অয়নৰ ‘আহ-ভৰা’ মুখৰ মাত।
দুইমিনিটমান এনেই বহি থাকি, পুৰুষাংগডাল পায়খানাৰ বাল্টিৰ ম’গেৰে পানী ঢালি চাফা কৰি লৈ, ওলাবলৈ তৎপৰ হয় অয়ন।
ইফালে পায়খানৰ ভিতৰত পানী ঢলাৰ শব্দ পাই পিন্ধনৰ পেটিকোট স-সন্মানেৰে বুকুলৈকে উঠাই ৰচিৰ গাঠি মাৰে ৰন্টুৰ কামুক মাতৃ কাজলী দেৱীয়ে।
কিমান সময়ৰ পৰা ব্ৰা কেইখনলৈ চাই চাই ৰন্টুৰ মাকৰ ভাৱত আত্মবিভোৰ হৈ আছিল মনত নাই অয়নৰ। যেতিয়া বাস্তৱ লৈ ঘুৰি আহে সি, পোনতেই ব্ৰা এখনলৈ হাত যায় তাৰ।
ব্ৰা তিনিখনৰ যিখন ৰঙা আৰু নেটৰ ধুনীয়া ডিজাইনৰ আছিল, সেইখন উৰাই ঘুৰাই চাবলৈ লয় সি। তেনে কৰোতে তাৰ হাতৰ আঙুলি ব্ৰাৰ ‘কাপ’ত লাগে। নেটৰ পাতল ব্ৰা খনৰ ‘কাপ’ খহটা হৈ আছিল। অয়নৰ হাঁহি উঠি যায়, ক্ষন্তেক আগতে আচিনৰ পোষ্টাৰত ৰন্টুৰ বীৰ্যৰ উমান পাই উঠা খং তাচ্ছিল্যলৈ ৰূপান্তৰিত হয়। ‘মাদাৰফাকাৰ’, ব্লু ফিল্মত শুনা এই শব্দটো ৰন্টুলৈ বুলি মনতে কৈ উঠে সি।
যিজন ৰন্টুৱে বিকাশ বা আনবোৰৰ ফান্টাছীৰ কথা আহি অয়নক কয়, যিজন ৰন্টুৰ অনন্যাৰ প্ৰতি ফান্টাছী থকা বুলি সন্দেহ কৰি তাৰ ঘৰলৈ ‘জাচুছী’ কৰিবলৈ গৈ পায় অয়ন সেইজন ৰন্টুৰে যে আপোন জন্মদাত্ৰী মাকৰ প্ৰতি ফান্টাছী বা এক কথাত যৌন-লালসা আছে, কথাটো ভাৱিয়ে নিজকে আৰ্কিমিডিছ যেন অনুভৱ হয় অয়নৰ। “ইউৰেকা…..”, ক্ষীণ অথচ উচ্ছাস ভৰা সুৰত কৈ উঠে সি। “এই বেটাক ব্লেকমেইল কৰিবলৈ ভাল বস্তুৱে পাই গলো” মনতে ভাৱি নেটৰ ৰঙা ব্ৰা খন মুঠি কৰি পেন্টৰ জেপত সযতেনেৰে ভৰাই ট্ৰাঙ্কৰ আন বস্তুবোৰ থকা ঠাইতে থৈ যাবলৈ ওলায় সি। ওলায় মানে থিয় দি কেৱল দুৱাৰৰ পিনে মুখ কৰে, তাতে দেখে, ৰন্টুৰ মাক কাজলী খুড়ী দুৱাৰডলীতে থিয় দি তালৈ চাই আছে।
বিষম খাই যায় অয়ন। ভয় লাগিবলৈ ধৰে। ভিতৰৰ শাৰ্লোক হোমছ ৰূপান্তৰিত হয় হিন্দি চিনেমাৰ নিৰূপা ৰায়লৈ। সজল নয়নেৰে সি কবলৈ চেষ্টা কৰে- মান্নে….খুড়ী….
ৰন্টুৰ জন্মদাত্ৰী মাক কাজলী দেৱীয়ে লাস্যময়ী ককালত দুহাত থৈ দুচকুত কামুক আৰু ৰহস্যৰ চাওনি লৈ কৈ উঠে- কথাটো গৈ কাকো নকবা অয়ন, ৰন্টুৰ আগতো কেতিয়াও নুলিয়াবা…!
অয়নে নিজকে কোনোমতে চম্ভালি লৈ যাবলৈ ওলায় তলমূৰ কৰি। কাজলী দেৱীৰ কাষেদি পাৰ হওঁতে দুৱাৰডলীত বাট ভেটি ধৰে তেওঁ, আৰু কয়- এতিয়াই যাবলৈ ওলালা? মই ভাৱিছিলো গাখীৰ অকনকে খাই যাবা নেকি?
ৰন্টুৰ মাকক তেওঁৰ গাত খুন্দা মাৰি আঁতৰাই দি লৰ মাৰে অয়ন, চোতালৰ পৰা চিধাই চাইকেল পোনায় ঘৰলৈ।
সিদিনাৰ পৰাই কি হয় জানো, নায়িকা আচিনৰ পোষ্টাৰ চাই চাই হস্তমৈথুন কৰিবলৈ লয় সিয়ো। ভনীয়েক অনন্যাক সন্মুখৰ পৰা ভালকৈ চালেও ঘামি উঠে যেতিয়াই তেতিয়াই।
সেয়ে হঠাৎ ৰন্টুৰ আগমনত, আৰু তাৰ মুখত অনন্যাৰ ‘নাক’টোৰ কথা শুনি বিষম খাই উঠে সি। যি ৰন্টুক সি মনতে ‘মাদাৰ-ফাকাৰ’ বুলি মান্যতা দি থৈছে, সেই জন ৰন্টুৰ আগত সি ধৰা পৰি যাব নোখোজে নিজৰে ভনীয়েকক লৈ ফান্টাছী কৰা বুলি।
অনন্যাই বহু সময়ৰ পৰা তাইৰ প্ৰশ্নৰ উত্তৰ নাপাই দুনাই সোধে- এই দাদা নকলি যে, কমপ্লিট হলনে নাই মোৰ পট্ৰেইট খন?
কল্পনা পেহীহঁতৰ ঘৰ আৰু অয়নহঁতৰ গাওঁৰ মাজতে এখন বজাৰ পৰে। সেইখন বজাৰ স্থায়ী। ১৫-২০ টা দোকান ঘৰ আছে। তাৰে এটা দোকান- মনালিছা ষ্টুডিঅ। সেই ষ্টুডিঅটোৰ সন্মুখভাগ পোৱাত অয়নে চাইকেল ৰখাই কয়- হু নাম…
অনন্যাই একে জাপে সৰু ছোৱালীৰ দৰে নামি দি কয়- কিয়, নাযাৱ নেকি ঘৰলৈ?
অয়নে চাইকেল খন ষ্টুডিঅটোৰ সন্মুখৰ গছৰ ছাঁত ষ্টেণ্ড কৰি কয়- বল ফটো উঠিবিগৈ একপি।
অনন্যাই প্ৰশ্নবোধক চাওঁনিৰে কয়- ফটো, মই অকলে? তই নুঠো? তোৰো চোন একপিও ফটো নাই। তইয়ো উঠিব লাগিব।
কথাটো নোহোৱা নহয়। অয়নৰ লগত নিজৰে ফটো নাই তেনেকৈ, পাছপৰ্ট ফটোৰ বাহিৰে। কিন্তু তাক নিজৰ নহয়, অনন্যাৰ ফটো লাগে।
– উঠিবি বুলিছো নহয়?
অনন্যাই মিছিকিয়া হাঁহি মাৰি কয়- আচ্ছা বুজিছোঁ, তোৰ ৰূমৰ দেৱালৰ আচিনৰ ঠাইত মোৰ ফটো উলমিব চাগে এইবাৰ।
অয়নে অনন্যাৰ আঠুলৈকে পৰা ‘চেক-চেক’ স্কাৰ্ট আৰু বগা ৰঙৰ বডি হাগিং স্পৰ্টী টপটোলৈ এক নজৰ চাই লৈ কয়- পাৰফেক্ট ড্ৰেছ।
অনন্যাই কথটোৰ অৰ্থ বুজি নাপাই সোধে- কি কলি নুবুজিলো কিন্তু দাদা।
– পিছলৈ বুজি থাকিবি আহ।
দুপৰীয়া কাৰণে বজাৰত মানুহ তেনেকৈ নাছিল। মানুহৰ সমাগম নেদেখি অনন্যাৰ ককালত এহাতেৰে মেৰিয়াই ধৰি তাইক ষ্টুডিঅৰ ভিতৰলৈ লৈ যায় অয়ন। ষ্টুডিঅ ৱালা লৰাজন অয়নৰ চিনাকী। বয়সো অয়নৰ সমানে হব। অয়নহঁতক দেখি সি মিছিকিয়াই হাঁহে। লৰাটোৰ চকুৰ চাওনি ভাল নালাগে অনন্যাৰ…
(আগলৈ…)
বৰ লেহেমীয়া গতিত আগবঢ়া যেন লাগিছে । চতুৰ্থ খণ্ড কেতিয়াকে পাম বাৰু………………………………