স্বামীৰ ইচ্ছা

স্বামীৰ ইচ্ছা (১)


বন্ধুসকল! এই কাহিনীটো মোৰ এগৰাকী মহিলা বন্ধুৰ যিয়ে মোক স্বামীৰ সুখৰ বাবে,স্বামীৰ একমাত্ৰ ইচ্ছাৰ বাবে মোৰ সৈতে অবৈধ যৌনমিলনত লিপ্ত হৈছিল। এই কাহিনীটো আপোনাক 3 টা ভাগত উপস্থাপন কৰা হৈছে। প্ৰথম অংশত থকা কাহিনীটো হৈছে মহিলাগৰাকীৰ নিজৰ কথা হুবহু তুলি ধৰা হৈছে যে তেওঁৰ স্বামীয়ে তাইক কেনেদৰে এজন পৰপুৰুষৰ লগত ছেস্ক কৰিবলৈ বাধ্য কৰি সাজু কৰি তুলিছিল। দ্বিতীয় আৰু তৃতীয় অংশৰ কাহিনীত পৰৱৰ্তী যাত্ৰাৰ বৰ্ণনা কৰা হৈছে। কাহিনীটো আকৰ্ষণীয় কৰিবলৈ ইয়াক কোনো নাটকৰ ৰূপ বা কল্পনাৰ ৰহন সনা হোৱা নাই। এই কাহিনীটো লিখিবলৈ বিনোদ আৰু তেওঁৰ পত্নীয়ে মোক অনুৰোধ কৰিছিল। মই তেওঁলোকৰ প্ৰতি অন্তকৰণে কৃতজ্ঞ। গতিকে আৰম্ভ কৰিছোঁ।

“এদিন দুপৰীয়া মই মোৰ স্বামীৰ মলিয়ন চোলাটো ধুবলৈ বুলি লৈ পকেট কিবা আছে নেকি বুলি চাওঁতে আৰে! এয়া কি?” কোনোবা শ্ৰীযুত ললিতক নামৰ এজন ব্যক্তিৰ চিঠি।চিঠিখন কিছু সন্দেহজনক যেন ভাৱ হ’ল, সেয়েহে কিনো লিখা আছে পঢ়িবলৈ আৰম্ভ কৰিলো। ইংৰাজী মই বিশেষ নাজানো, কিন্তু যিটো ধাৰণা কৰি পাইছিল সেয়া মোৰ মুৰৰ ওপৰত পাহাৰৰ ভাগি পৰাতকৈ কোনো গুণে কম নাছিল। কিমান মৰাত্মক কথা এইয়া।
তেওঁক সন্ধিয়া ঘৰলৈ আহিলক ৰ!

মই না কান্দিব পাৰিছিলো না মই স্পষ্টকৈ ভাবিব পাৰিছিলো যে সন্ধিয়া ঘৰলৈ আহিলে তেওঁক কি সুধিম।
মই ইমানেই খঙত আছিলোঁ যে যেতিয়া তেওঁ সন্ধিয়া ঘৰলৈ আহিছিল, তেওঁক মই মতাই নাছিলোঁ।তেওঁৰ সৈতে কথাও কোৱা নাছিলো, কেৱল এইয়াই কলো যে “এইয়া ল‍‍ওক,আপোনাৰ কামিজৰ জেপত আছিল।” বুলি কৈ তেওঁৰ হাতত চিঠিখন খঙেৰে ধৰাই দিলো।


হয়তো মই বুজি পাইছিলো সেই সময়ত তেওঁৰ মনৰ ভিতৰত কি চলি আছিল।তেওঁ ভাৱিছিল যে মই চিঠিখন পঢ়িলো নে নাই। তেওঁ হয়তো ভাৱি লৈছিল যে চিঠিখন ইংৰাজীত থকা বাবে মই নপঢ়িলো। ইফালে মোৰ মনৰ মাজত বিভিন্ন ধৰণৰ চিন্তা আৰু মনোভাৱনাই দুলা দি গৈছিল। এক প্ৰকাৰৰ অজান শিহৰন আৰু আৱেগৰ মাজেৰে পাৰ হৈ গৈছিলো। ইমান সৰল, ভদ্ৰ আৰু নম্ৰ দৰে লগা মোৰ স্বামীয়ে এই বোৰ কি কাণ্ড কৰিবলৈ লৈছে??, তাকো আমাৰ বিয়াৰ এবছৰ পিছতে। হে ভগৱান, এতিয়া মই কি কৰোঁ???


যদি কোনো মহিলাৰ লগত লেটি পেটি ঘটনা হোৱা হলে, তেওঁক মই কেতিয়াও ক্ষমা নকৰিলো হয়। কিন্তু ইয়াত কেছটো সম্পূৰ্ণ বেলেগ আছিল। কেছটো এগৰাকী মহিলাৰেই আছিল, কিন্তু তেওঁৰ স্বামীৰ সৈতে। আৰু তেওঁলোকৰ নিজৰ মাজৰ কেছটো কিবা অদ্ভুত আছিল।x
ৰাতি , মই মোৰ স্বামীক মোৰ দেহত হাত লগাবলৈ ও নিদিলো, আৰু তেওঁও নিৰব হৈ আছিল। মই বিচাৰিছিলো যে তেওঁ মোৰ সৈতে কথা পাতক! আৰু কেছটো কি সেয়া মোক কওঁক। মই তেওঁৰ পত্নী, সেয়া জনা মোৰ অধিকাৰ আছে। কিন্তু মই মোৰ মনৰ ক্ষোভ আৰু কৌতূহল দীৰ্ঘসময়ৰ বাবে দমন কৰি ৰাখিব পৰা নাছিলো, সেয়েহে পিছৰদিনা মোৰ ক্ষোভ ফুটি পৰিল।তেওঁক মই বহুত কিবা কিবি কথা শুনালো।কিন্তু তেওঁ একো এটাই কথা কোৱা নাছিল।মাথো শুনি গৈছিল বাধ্য ছাত্ৰৰ দৰে।
শেষত, মাত্ৰ এটা বাক্য‌ই ক’লে, “তুনি মোৰ ব্যক্তিগত
কাগজবোৰত হাতত দিব লগা প্ৰয়োজনীয়তা কি আছিল?
বেলেগৰ চিঠি পঢ়িব নালাগে বুলি নেজানা নেকি। “
তেওঁৰ কথা শুনি মই অবাক হৈ ৰলো।আগন্তুক আহিবলগীয়া ধুমুহা জাক,ক্ৰমান্বয়ে বাস্তৱ হৈ তেওঁৰ চিন্তা আৰু আচৰণৰ যোগেদি দেখিবলৈ পাইছিলোঁ।,মই প্রায় হতভম্ব আৰু অবাক হৈ পৰিছিলো, বুকুখন হাহাকাৰ কৰি উঠিছিল।মনে মনে মোৰ স্বামীলৈ হাহি‍ঁও উঠিছিল এই মানুহজন ইমানেই পাহৰি যোৱা আৰু সৰল স্বভাৱৰ যে তেওঁ তেওঁৰ চিঠিখনো মোৰ পৰা লুকুৱাই থব পৰা নেজানে, অথচ তেওঁৰ সাহস চোৱা তেওঁ কিমান ডাঙৰ সপোন দেখিবলৈ চেষ্টা কৰিছিল!


মোৰ মনত আন এটা সন্দেহো উপজিছিল যে ইমেইল টো প্ৰিণ্ট কৰি ইয়াক ঘৰলৈ আনিবলৈ কি প্ৰয়োজন আছিল, মেইল বস্কত তো ইমেল এনেও গোপন আৰু সুৰক্ষিত হৈ থাকে? তেওঁ ইচ্ছাকৃতভাৱে এনে কৰা নাছিল তো?? যাতে তেওঁৰ উদ্দেশ্যৰ কথা মই নিজেই গম পাই যাওঁ?? তেওঁৰ নিজৰ মুখেৰে যাতে মোক তেওঁৰ উদ্দেশ্যৰ কোৱাৰ প্ৰয়োজনীয়তাই নাথাকে?
যিমান চিন্তা কৰো সিমানেই এনে লাগে যে এইয়াই সঁচা। ওহ, ৰাম, ইমান যে তেঙৰামী।‌ .
মই তেওঁক পুনৰ খঙেৰে সুধিলোঁ “আপুনি কি বিচাৰে? মই আপোনাৰ পৰা এইয়া কেতিয়াও আশা কৰা নাছিলো , “মই কল্পনাও কৰা নাছিলোঁ” আপোনাৰ প্ৰতি ইমান নিষ্ঠাৱানেৰে, আপোনাক অন্তৰৰ পৰা মোৰ ভগৱানৰ স্থান দিয়া আৰু সচা ভাল পোৱাৰ প্ৰতিদান এইয়াই দিলা নেকি মোক? আপুনি আজি মোক যি ডাঙৰ আঘাত দিলে সেয়া মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰো।”
মোৰ ইমান গালি শপনি আৰু অভিযোগবোৰ শুনি, তেওঁ মাত্ৰ এটাই স্পষ্টিকৰণ দিছিল, “মই তোমাক প্ৰতাৰনা কৰাৰ কথা ভাবিব‌ও নোঁৱাৰু। তুমিয়েইটো মোৰ জীৱন, তুমিয়েই মোৰ সকলো,তোমাতকৈ বেছি আৰু কোনো নাই। মোৰ মনটো এনেদৰে বিচাৰে যদি ,মই কি কৰোঁ কোৱা?? মই টো কোনোবা মহিলাৰ সৈতে গুপনে, যৌনসম্পৰ্ক কৰিব যোৱা নাই আৰু সেয়া মই কোনো দিন নিবিচাৰোঁ। মই এক মাত্ৰ তোমাক বিচাৰো।

তিৰস্কাৰে মোৰ মন ভৰি পৰে।
ভালপোৱা আৰু আনুগত্যৰ তেওঁৰ এইয়া কেনেধৰনৰ দাবী ?
তেওঁ পুনৰ কলে, “মই তোমাক ভৰষাত লৈয়ে সেয়া কৰিব বিচাৰোঁ। যদি তুমি নিবিচাৰা, তেন্তে মই কেতিয়াও নকৰো।
মই জানিছিলো যে তেওঁৰ শেষ কথাটো সঁচা নাছিল। মই তেওঁক কলো,”মই টো কেতিয়াও বিচৰা নাছিলো, তেন্তে আপুনি এয়া কিয় কৰি আছা?
মোৰ প্ৰশ্নৰ উত্তৰ ত তেওঁ নম্ৰ ভাৱে কলে,”চোৱা, মোৰ সকলো কল্পনা, সকলো আশা-আকাংখা তোমাতেই শেষ।তোমাক বাদ দি মই কোনো কল্পনাই কৰিব নোৱাৰো।আনকি মই তোমাৰ বাহিৰে একোয়েই নাভাবো। এয়া কোনো ভণ্ড নহয়, এয়া কোনো প্ৰতাৰণা।নহয়।তুমি নিজেই এবাৰ চিন্তা কৰি চোৱা।এবাৰ শীতল মগজুৱে ভাৱিটো চোৱা।লুকাই চুৰকৰি কৰিলে প্ৰতাৰণা বুলিব পাৰি।মই টো তোমাক লগত লৈ হে এই যাত্ৰা কৰিব বিচাৰিছো। আমি ইজনে-সিজনক বিশ্বাসত লৈ যিকোনো কামেই কৰিব পাৰিম। আমি সংস্কাৰৰ দ্বাৰা বৰ টানকৈ আবদ্ধ,সেয়েহে ,সাধাৰণ চকুৰে দেখিয়েই পোৱা নাজায়।কিন্তু দকৈ চিন্তা কৰি চালে এইয়া এক অতি বিশ্বাসযোগ্য আৰু মধুৰ হব পাৰে যে এজন পৰপুৰুষে সতে তুমি এনজয়‌ও কৰি থাকিব পৰিবা আৰু মই তোমাক হেৰুৱাই দিয়া ভয় ও নাথাকিব। যদি স্বামী-স্ত্ৰী দুয়োজনে সন্মত হয় তেন্তে তেওঁলোকে যিকোনো কামেই কৰিব পাৰে। মোৰ ওপৰত যদি তোমাৰ বিশ্বাস আৰু ভৰষা আছে তেন্তে মোৰ কাৰনে তুমি এজন পৰপুৰুষৰ কাষলৈ যাব পাৰিবা নেকি???
মো স্বামীৰ এই সকলোবোৰ কথা কৌশূলী আৰু ফুচলনি কথা আছিল।যাতে মোক যিকোনো প্ৰকাৰে ৰাজি কৰিব পাৰে। মোৰ এই কথাটোয়ে সহনশীলতা সীমা শেষ কৰি পেলাইছিল। মই কল্পনাও কৰিব পৰা নোৱাৰু যে মোৰ শৰীৰটোত কোনো পৰপুৰুষৰে হাত লগাওক।

অত তত ,যাৰে তাৰে লগত সম্পৰ্ক কৰি ফুৰা নাৰী বহু থাকিব পাৰে । মই তেনে নাৰী কদাপিও নাছিলো। কিন্তু বহুত ডাঙৰ কথাও অনবৰতে শুনি থাকিলে শুনাৰ যোগ্য হৈ পৰা দৰে ম‌ইও অনিচ্ছুকভাবে হলেও শুনি গৈছিলোঁ স্বামীৰ কথা বোৰ। স্পষ্টকৈ, কজিয়াও কৰিব পৰা নাছিলোঁ মই। তেওঁৰ লগত বিবাদ‌ও হোৱা নাছিল, আৰু তেওঁও মোক ইয়াৰ বাবে জোৰ কেতিয়াও কৰা নাছিল। কেৱল মাজে মাজে সেই কথা টো তেওঁ মোক শুনাৰ থাকিছিল। কিন্তু কোনো আদেশ সুৰত নহয়। মাত্ৰ তুমি এনে কৰা,তুমি তেনেকৈ কৰা,এনে কৰিব পৰা হলে ভাল আছিল ইত্যাদি।কোনো জেদী ভাৱেৰে নহয়।, কেৱল কৈছিল এবাৰ ভাবি ছোৱানা।এনেইয়ে এবাৰ ভাৱি ছোৱানা, ইত্যাদি ইত্যাদি। ‘
মই দেখিছিলো যে এজন উচ্চশিক্ষিত ব্যক্তি কীদৰে বিভ্রান্তিমূলক যুক্তি তৈয়াৰ কৰিবলৈ তেওঁৰ বুদ্ধি ব্যবহাৰ কৰে।
কেতিয়াবা মোৰ সতে তেওঁ তৰ্ক কৰি কয়,” :স্বামী- স্ত্ৰী মাজত যিমানেই প্ৰেম ভালপোৱা নাথাকক কিয়, যৌন সম্ভোগ একেজন মানুহৰ লগত লাহে লাহে একপ্ৰকাৰৰ নিৰস হৈ পৰে সেয়া এশ শতাংশ‌ই সচা।তুমি যিমান চেষ্টা কৰিলেও, এটা সময়ত ৰোমাঞ্চ আৰু যৌনমিলনৰ সুখ হ্ৰাস পাব‌ই। এনে নহয় যে তোমাক মই ভাল নেপাওঁ। বা মোক তোমাৰ ভাল নেলাগে।লাগে।তোমাক মোৰ খুব ভাল লাগে। কিন্ত:” স্বামী অলপ ৰৈ দিলে।
মই লগে লগে তেওঁক কলো,” কিন্তু কি??যদি স্বামী স্ত্ৰী মাজৰ যৌনমিলনত ৰস কমহৈ পৰে তেন্তে মই কি পৰপুৰুষ এজনৰ ওচৰলৈ যাম নেকি? মোৰ খং উঠিছিল যদিও তেওঁৰ নম্ৰ আৰু ভদ্ৰ ব্যৱহাৰৰ বাবে তেওঁৰ কথাত তৰ্ক কৰিব মন নগৈছিল মোৰ।
“একো নাই”।তেওঁ মোৰ যুক্তি ত মূৰ তললৈ কৰি থকা দেখি মোৰ মনৰ অগ্ৰগ সুখী হৈছিল। মই মোৰ নৈতিক পক্ষক শক্তিশালী দেখি গৌৰৱঅনুভৱ কৰিছিলো।হলেও আমাৰ নাৰীৰ মন তাৰোপৰি যিহলেও তেওঁ মোৰ মৰমৰ স্বামী, তেওঁলৈ দয়াও উপজে।হয়তো তেওঁ ভিতৰে ভিততে বৰ অশান্তি ত ভুগি আছে।কিমান বা বিচলিত হৈছে!
হলেও পুৰুষ নাৰীতকৈ শক্তিশালী,পুৰুষে নাৰীৰ লগত ভিন্ন ভিন্ন ভাৱে চাপ প্ৰয়োগ কৰে। তেওঁ মোক তেনে কৰিবলৈ কোৱাৰ অন্তৰালত হয়তো সেয়াও এক কাৰক। যদি মোৰ স্বামীৰ এই প্ৰস্তাৱ টো মই তেওঁক দিলো হয় ? যে মই আপোনাৰ সৈতে যৌনমিলনত উদাস হৈ পৰিছো ।গতিকে এতিয়া মই অন্য পুৰুষ এজনৰ সৈতে যৌনমিলন কৰিব বিচাৰোঁ তেতিয়া ???
এনেদৰেই দিন, সপ্তাহ, বছৰটো পাৰ হৈ গ’ল। কেতিয়াবা, কেতিয়াবা তেওঁ বহু দিনলৈ এই বিষয়ে কথা নাপাতিছিল।তেতিয়া মোৰ মনটো এই ভাৱি ভাল লাগিছিল যে তেওঁ হয়তো এইবোৰ পাহৰি গৈছে।কিন্তু খুব সোনকালেই মোৰ ধাৰণা যে ভুল সেয়া প্ৰতিপন্ন কৰি তেওঁ পুনৰ সেইবোৰ ভ্ৰম বকিছিল। ক্ৰমান্বয়ে তেওঁ এই কথাটো আমাৰ যৌনমিলনৰ প্ৰেক্ষাপটত কবলৈ আৰম্ভ কৰি দিছিল।মোক চুমা খাই থাকি কব ,যে তুমি ভাৱা যে এয়া বেলেগে চুমা খাইছে ।” মোৰ স্তনৰ আৰু যৌনিৰ সৈতে খেলা কৰি ,মোক আন এজন পুৰুষৰ কথা মনলৈ আনি ৰস দিয়াৰ চেষ্টা কৰিব।সেই।ললিত নামৰ আন এগৰাকীৰ মহিলাৰ স্বামীৰ নাম ল’ব, যাৰ লগত তেওঁৰ চিঠি বাৰ্তাৰ আদান প্ৰদান কৰি আছিল।

সদায় এনেকৈ কৈ থাকিলে দেহত উত্তেজনা অনুভৱ হবই।লাগিলে সেয়া বেয়া লগা কথাই নহওক কিয়। মই তেওঁক গালি দিওঁ, কিন্তু তেওঁ মোৰ শৰীৰটো জোৰেৰে সাৱটি ধৰে।খুব মৰম কৰি দিয়ে। শেষত উত্তেজনাই মোক কাবু কৰি পেলাই।কেতিয়াবা খং উঠে মই মোৰ শৰীৰটোৰ সৈতে সদায় কিয় পৰাজিত হৈ যাওঁ। কেতিয়াবা কেতিয়াবা তেওঁৰ কথা বিশ্বাস কৰি সকলো মানি লব মন যায়।সঁচাকৈয়ে চাবলৈ গলে ইয়াতনো প্ৰতাৰনা ক’ত আছে? সকলো দেখোন ইজনৰ সিজনৰ সন্মুখত স্পষ্ট হৈ আছে।ইফালে এইয়া টো অকলে অকলে সুখ লোৱাৰ কোনো স্বাৰ্থ নাই, ইয়াত টো স্বামী-স্ত্ৰী দুয়োজনৰে সুখ লব পাৰি। কিন্তু হলেও।বৈবাহিক জীৱনৰ পাৰস্পৰিক অখণ্ডতা ইয়াত ক’ত আছে? যুক্তি,তৰ্ক, পৰম্পৰা ৰ পৰা পোৱাসংস্কাৰ,পৰপুৰুষৰ যৌন সুখ লোৱাৰ লোভ, অবৈধ যৌনসুখ,ভিন্ন প্ৰকাৰৰ নাৰীৰ মনৰ ভয়,সংঙ্কা আৰু সংসাৰৰ আশংকা আদিৰ দুমোজাত মই সোমাই পৰিছিলোঁ।কিন্তু কবনোৱাৰাকৈয়ে কেনেকৈ নো মোৰ মনৰ পথাৰত মোৰ ইচ্ছাৰ বীজ অংকুৰিত কৰিবলৈ সক্ষম হৈ পৰিলো সেয়া নিজেই গম নেপালো।নেজানো কেতিয়ানো মোৰ স্বামী প্ৰস্তাৱ স্বীকাৰ কৰি মোৰ বাবে গ্ৰহণযোগ্য হবলৈ ললে সেয়াও বুজি নেপালো।।
কেৱল মাত্ৰ এটাই ইচ্ছা বোধগম্য হৈ ৰৈছিল যে মই তেওঁক সুখী হোৱাটো কামনা কৰো। তেওঁ বাৰে বাৰে মোৰ আগত বাধ্যতা প্ৰকাশ কৰি কয়, “ম‍ই মানুহৰ টোৱেই এনেকুৱা এতিয়া মই কি কৰো কোৱা?, মোৰ মনটোই সেয়া বিচাৰে। মই আনতকৈ পৃথক, কিন্তু অসৎ বা প্ৰতাৰক নহয়। আৰু মই ইয়াক ভুল বুলিও ভাৱি।নেপাওঁ।” তেওঁৰ এই কথাটোৱে আমাৰ মাজৰ ভালপোৱা আৰু প্ৰেম অধিক বঢ়াই দিছিল।
এবাৰ তেওঁ আবেগিক হৈ মোক কৈয়ে দিলে যে , “মই তোমাক অন্য এজন পূৰুষৰ বাহুত সুখৰ কেকঁনি আৰু যৌন উত্তজনাত বলিয়া হোৱাৰ দেখিলে মোতকৈ আৰু অধিক সুখী কোন হব কোৱা।
মই তেওঁ লৈ খঙেৰে চালো।যদিও তেওঁ মোক জোকাৰিবলৈ কলে,”, “মই কওঁ কোন অধিক সুখী হ’ব! সেইয়া হৈছা, তুমি!”
“যোৱা বুলি কৈ …মই খঙেৰে তেওঁৰ দুবাবাহুৰ পৰা মুক্তি হবলৈ তেওঁৰ ওপৰত জোৰ দিলো।
কিন্তু তেওঁ মোক টাইট কৰি ধৰি ৰাখিছিল। …”
তেওঁৰ লিঙ্গটো মোৰ যোনিৰ চাৰিওফালে ঘুৰি ফুৰিছিল, তেওঁৰ লিঙ্গটো মোৰ যৌনিৰ ভিতৰলৈ ঠেলি দি কলে, “মোৰটো পাঁচ ইঞ্চিহে আছে, তেওঁৰটো ত পোৰা…”লগে লগে মই তেওঁৰ মুখত মুখ থৈ আৰু আগলৈ কথা কোৱা বন্ধ কৰিব খুজিছিল কিন্তু।”……আঠ ইঞ্চি…”, বুলি কৈ তেওঁ উত্তেজিত হৈ পৰিল আৰু মোৰ যৌনিত ধ্বাক্কা দিবৰ আৰম্ভ কৰি দিলে। মুখেৰে ফোঁফাই তেওঁ পুনৰ কলে, “…। ললিতৰ আঠ ইঞ্চি লিঙ্গটোৱে তোমাৰ যৌনিৰ সম্পূৰ্ণ ভিতৰলৈকে ছুদিব পাৰিব।সেই দীঘল লিঙ্গৰ ছুদনৰ সুখ পাবলৈ জানো তোমাৰো মন নেজায়।তোমাৰ যৌনিয়ে জানো নিবিচাৰে যে এদাল মস্ত দীঘল লিঙ্গ‌ই কছালি কছালি ছুদন দিয়ক।ছুদি ছুদি সকলো কাম ৰস বাহি কৰি দিয়ক।আৰু অত দিনৰ কামনাৰ তৃষ্ণা শান্ত কৰি যৌনমিলনৰ পৰম সুখ প্ৰাপ্তি হ‌ওক।তোমাৰ দেহে জানো বিচৰা নাই যে এজন বলিষ্ঠ সুঠাম পুৰুষৰ দীঘল লিঙ্গ‍ই প্ৰদান কৰা ছুদনৰ চৰম শিৰ্খ সুখ ????,”

1 thought on “স্বামীৰ ইচ্ছা”

Leave a Comment

error: Content is protected !!