স্বামীৰ ইচ্ছা 4
তেতিয়াহে স্বামী-স্ত্ৰীৰ সম্পৰ্ক মধুৰ আৰু সংসাৰৰ জৰী মজবুত হৈ থাকিব।”
মোৰ স্বামীৰ কথা শুনি মোৰ মনটো দুচিন্তামুক্ত হৈ পৰিল। মৰম আৰু আবেগত স্বামীক জোৰেৰে সাৱতি ধৰিলো।মোৰ দুচকুৰে পানী বৈ আহিছিল তেওঁৰ মোৰ প্ৰতি মৰম দেখি।
বিনোদে মোক মনে মনে লক্ষ্য কৰি আছিল।মই যেতিয়া বাথৰোমৰ পৰা টাৱেল পিন্ধি উলালো তেতিয়া বিনোদে মোৰ চাৰিওফালে ভালদৰে লক্ষ্য কৰি কলে- “‘ ওহ, কি সুগন্ধ। আজি তোমাৰ শৰীৰৰ পৰা মনমতলীয়া কৰা এক পৃথক সুবাস নিৰ্গত হৈছে।” মই লগে লগে তেওঁক মিছা খং দেখুৱাই আতঁৰি আহিছিলোঁ। মই কলেজত জীৱবিজ্ঞানৰ কোনোব এটা অধ্যায়ত পঢ়িবলৈ পাইছিলোঁ যে কামোউত্তেজক এগৰাকী মহিলাৰ শৰীৰৰ পৰা এক বিশেষ ধৰনৰ উত্তেজক গোন্ধ বাহিৰ হৈ পৰে, কিন্তু এয়া সঁচা নে মিছা সেয়া মই নেজানো।
আজি গধূলি ললীতৰ আগত উলাবলৈ কি পিন্ধিম ? সেয়া ভাৱি পোৱা নাছিলোঁ।এটা কথা জানিছিলোঁ যে আজি এই অনুষ্ঠানৰ বাবে অলপ ‘চেক্সী’ পোছাক পিন্ধাটো উপযুক্ত হ’ব। একেবাৰে স্বচ্ছ জিলিকা নহয় যদিও, পাতল ৰচি লগা ,সামান্য জালি টাইপৰ কোমল গোলপীয়া ৰঙৰ ব্ৰা, পিছফালে পাতল ফিটাৰে বান্ধিব পৰা, সন্মুখৰ আইনাত মোৰ ওখ টান হৈ পৰা দুয়ো স্তনৰ মাজৰ গভীৰতা ব্ৰাৰ জালিৰ মাজেৰে অনুমান কৰিব পৰা মোৰ স্তনৰ ৰূপ দেখি মই নিজেই পুনৰ শিয়ৰি উঠিলো।মোৰ এই কামুক ৰূপেৰে ললীতৰ সন্মুখত কেনেকৈ উলাম বাৰু ??
বহুত সুন্দৰ,অতি ছেস্কী আৰু উত্তেজক লাগিছিল মোক।কিন্ত আজি প্ৰথম দিনাই লগকৰি ইমান অন্তৰংগতা আৰু গোপনীয়তা ললীতৰ সন্মুখলৈ কেনেকৈ নো আনো?সেয়া ভাৱি পুৱা নাছিলোঁ।যদিও, নেজানো কেনেকৈ মনতে এনে লাগিছিল যে আজি ললীতৰ লগত ‘কামটো’ হবই ছাগে।মনৰ ভয়,সংকোচ,লাজ আৰু ৰোমাঞ্চক লুকোৱাই ৰাখি মই বহল আৰু গভীৰ দিঙিৰ শ্লীবলেচ ব্লাউজ পিন্ধিলো।কান্ধত পিছ ফালে পাতল ফিতাৰ দৰে আছিল-ব্লাউজ বুলি কবৈ নোৱাৰি সেয়া ব্ৰাৰৰ সামান্য বৰ্ধিত ৰূপহে মাথো।
স্তনৰ গভীৰ উপত্যকা আৰু কান্ধৰ মুক্ত অংশবোৰৰ যৌনউত্তেজক সৌন্দৰ্য মুকলিকৈ দেখা পোৱা গৈছিল।সেই সৌন্দৰ্য্যৰ প্ৰভাৱ বঢ়াই ডিঙিত ডাঙৰ মুকুতাৰ চেইন পিন্ধিলো।তাৰসৈতে মিলাকৈ কানত কানফুলি।মোৰ বিনোদলৈ খংও উঠিছিল যে এইবো ৰূপসজ্জা মই পৰপুৰুষৰ বাবে কৰিব লগা হৈছে।বিনোদ উৎসাহিত হৈ থকাৰ লগতে সামান্য ভয়ে ভয়ে আছিল।মই বিনোদক প্রশংসা আৰু সতর্কবানীৰে কেৱল মাত্ৰ আজিৰ বাবেহে বুলি ভয় খোৱাই মোৰ নিজৰ হাতৰ মুঠিত বশ কৰি ৰাখিছিলো।মোৰ কথাত তেওঁৰ খং উঠাত মোক কৈছিল যে,”ইমান কৈ কিয় কথা শুনাই আছা'” কিন্তু তথাপিও তেওঁ যেন পৰিবেশ টো কিছু পাতল কৰি ৰাখিবলৈ চেষ্টা কৰি আছিল। মোৰ ব্ৰাৰ ছেটৰ সৈতে মেছিং জালিৰ দৰে পেণ্টিটো হাতত লৈ মোক প্ৰশ্ন কৰিলে, “এইটো পিন্ধা প্ৰয়োজন আছে জানো?মই ও লগে লগে তেওঁক শুনালো,”সম্ভৱ হলে তুমি টো মোক ললীতৰ সন্মুখত নগ্ন ভাৱেই উলাবলৈ কলা হলে।
পিচ্চ ৰঙৰ ডীপকাটিং ব্লাউজৰ সৈতে,
শিফনৰ অৰ্ধ-স্বচ্ছ জালিৰ দৰে শাৰী– যাক মই
নাভিৰ পৰা অলপ বেছিকৈয়ে তলত পিন্ধিছিলো।মোৰ লাহি হাতত সোণালী খাৰু,ভৰিত ৰুণুক-ঝুণুক পাইয়েল।আৰু অলপ ওখ হাইহিলৰ ডিজাইন কৰা চেণ্ডেল। মোক যেন কোনোবা ঋষিৰ তপস্যা ভঙ্গ কৰিবলৈ অহা গৰীমাপূৰ্বক উত্তেজক অস্পসৰাৰ যেন হে লাগিছিল।
কিছু সময়ৰ পিছতেই ললীতৰ গাড়ী আমাৰ ঘৰ পালেহি।
আমি দূয়ো পতি পত্নী দুৱাৰ খুলি ললীতক স্বাগতম জনালো। নমস্কাৰ জনোৱাৰ পিছতেই বিনোদে ললীতৰ সতে মোক পূনৰ চিনাকি কৰাই দিলে। আৰু মই পৰম স্নিগ্ধতাৰে হাঁহি মাৰি ললীতৰ সতে হাত মিলালো। মই লক্ষ্য কৰিছিলোঁ ললীতৰ সতে হাত মিলাওতে বিনোদৰ মুখ খন হাঁহিৰে ৰঙীয়াল হৈ পৰিছিল।
“আপুনাৰ ভাল নে?! কোনো অসুবিধা হোৱা নাইতো আহোতে?” মই ললীতক লাজ লাজকৈ সুধিলো।এনে দৰে দুই এটা কথা পাতি কিছু সংশয় কম হোৱাত ললীতৰ সতে কথা বতৰা অব্যাহত ৰাখিবলৈ আৰম্ভ কৰিলো। ঘৰৰ বিষয়ে, কামৰ বিষয়ে, শেহতীয়া বাতৰিৰ বিষয়ে… কথা পাতিবলৈ ললীতেই নেতৃত্ব লৈছিল। তাৰ মাজতে, ললীতে নিশ্চিতভাৱে বাৰে বাৰে ব্যক্তিগত কথালৈ নামি যাব বিচাৰে। এক সতৰ্ক খেল, এক প্ৰকাৰৰ প্ৰাকৃতিকতাৰ ৰূপলৈ। এইবাৰ ললীতে মোৰ সৈতে ছোফাত একেলগে একেবাৰে কাষত বহি ললৈ ললীতে এই বাৰ আলোচনা কৰাৰ আৰম্ভণি কৰি কলে, “(cuckolding) বিষয়ে মই কি ভাবো? তেতিয়ালৈ মই ললীতৰ সতে ইমানেই সহজ হৈ পৰিছিলো যে তেওঁক মোৰ কবলৈ মন গৈছিল যে” ইয়াৰ বাবে মই সাজু” কিন্তু মনত কিছু লাজ অলপ ভয় আছিল। মই যে এইয়া এক মাত্ৰ মোৰ স্বামীৰ ইচ্ছাৰ বাবেহে কৰিবলৈ সাজু হৈছো সেয়া কবলৈ ভাল লগা নাছিল, এনে লাগিছিল ই যেন নিজকে প্ৰত্যাহাৰ কৰাৰ এক প্ৰচেষ্টা হ’ব যেন অনুভৱ হৈছিল।মই মনে মনে থকাৰ বাবে ললীতে কলে,”
“এইয়া স্বাভাৱিক!” প্ৰথম প্ৰথম এনেকোৱা লাগেই।চিন্তা নকৰিবা মই নিশ্চিত যে তুমি এয়া কৰি সুখী হবা।
ললীতে মোক সুধিলে যে কেতিয়াবা মই অন্য পুৰুষৰ সতে ছেস্ক কৰিছো নেকি?বিয়াৰ আগত বা পিছত ?
“না না কেতিয়াও কৰা নাই।মোৰ জীৱনত মোৰ স্বামীয়েই প্ৰথম।এই বাৰেই প্ৰথম আগবাঢ়িছো।” বুলি পটকৈ মোৰ মুখৰ পৰা উলাই আহিল।নিজৰ কথাত নিজেই লাজ পাই গলো।যদিও ললীতে এই সুযোগৰ কোনো লাভ উঠাবলৈ চেষ্টা নকৰিলে।
“মই আশা কৰো তোমাৰ ভাল লাগিব” ললীতে গহীনাই কলে।কিছু সময় ৰৈ ললীতে পুনৰ কলে,”বৰ্তমান বহুত স্বামী-স্ত্ৰীয়ে এই দৰে সম্পৰ্ক ৰক্ষা কৰি আছে।আজি ইন্টাৰনেট আৰু মোবাইলৰ যুগত এনে ধৰনৰ গোপন সম্পৰ্ক গঢ়িবলৈ সহজ হৈ পৰিল।সকলো বয়সৰ আৰু সকলো ধৰনৰ ব্যক্তিয়েই এনে ধৰনৰ যৌন ফেন্টাছী কৰিবলৈ আৰম্ভ কৰিছে।”
মই সন্মুখত বহি থকা বিনোদলৈ চালো,মই বুজিলো মই ললীতৰ সতে ছেস্ক কৰাটো বিনোদৰ কোনো আপত্তি নাই তেওঁ পূৰ্ণতাৰে সাজো কিন্ত মই নেজানো যে ললীতৰ সতে যৌনসম্ভোগ কৰি মোৰ কেনেকুৱা অনুভৱ হব।আৰু ললীতৰ সতে যৌনমিলনত ব্যস্ত থকাৰ সময়ত মোক দেখি বিনোদৰ কি প্ৰতিক্ৰিয়া আৰু কি অনুভৱ হব।
ললীতে এইবাৰ Cuckold party ৰ বিষয়ে কবলৈ আৰম্ভ কৰিলে য’ত মানুহে নিজ ইচ্ছাৰে তেওঁলোকৰ পত্নীক পৰপুৰুষৰ হাতত যৌনমিলনৰ আনন্দৰ লাভ কৰিবলৈ এৰি দিয়ে।ললীতৰ কথা শুনি মোৰ সুধিবৰ মন গৈছিল”আপুনিও গৈছে নেকি তেনে cuckolding partyলৈ” কিন্তু শুধিব নোৱাৰিলো। ললিতে নাৰীৰ যৌন সম্ভোগ কথা উত্থাপন কৰিলে,তেওঁ মোক প্ৰশ্ন কৰিলে যে- মই এই বিষয়ে কেনে ধৰনৰ অনুভৱ কৰোঁ?
মই কলো,”আৰম্ভণিতে যেতিয়া মই প্ৰথম ব্লু ফ্লীম চাইছিলো সেই সময়ত মই আচৰিত হৈছিলো। “
“এতিয়া?” ললীতে লগে লগেই কলে
“ওমম ওমম…, মই নাজানো, কেতিয়াও এনে কাম কৰা নাই, নাজানো ই কেনে অনুভৱ হব।ললীতৰ সতে মই লাহে লাহে প্ৰায় সহজ হৈ পৰিছিলোঁ।
ললীতৰ কথাবোৰে মোক বহু খিনি আশ্বাস দিছিল।তেওঁ কৈছিল যে বহুত পুৰুষে প্ৰথমবাৰ এনে কৰিবলৈ আহা মহিলাৰ লগত যৌনসম্ভোগ কৰিব নিবিচাৰে, কাৰণ প্ৰথম কৰিবলৈ আহাৰ
মহিলাৰ ভয় আৰু শংকাত থাকে যাৰ বাবে যৌনমিলনৰ চৰম সুখ লাভ কৰিবলৈ অসুবিধা হয়।লগতে পুৰুষ জনৰো আনন্দ পৰিমাণ কমি যায়। কিন্তু মোৰ সতে যৌনমিলন কৰিবলৈ ললীত আগ্ৰহী আছিল।এটা কথা ভাৱি অদ্ভুত লাগিছিল যে মই স্বামী লগত নহয় এজন পৰপুৰুষৰ লগত যৌনসম্ভোগৰ দৰে একান্তই ব্যক্তিগত কথা আলোচনা কৰি আছো।ইফালে মোৰ সন্মুখতে মোৰ স্বামীয়ে অন্যপুৰুষৰ সতে ছেস্কৰ কথা আলোচনা কৰি থকা চাই আছে। মই মনে মনে এইটো ভাৱি আছো যে মোৰ স্বামীৰ ঈষা অনুভৱ হৈছে নে নাই। হয়তো অলপ হৈছে, কিন্তু সেয়া বেদনাদায়ক নহয়।,এক নাম নজনা মধুৰ ঈষা হে।
বিনোদে উঠি গৈ কিছু খোৱা বস্তু আনিলেগৈ। প্লেটত চিপ্চ্,এগৰোল,….কলড্ৰিংক ,শীতল পানীয়…ইত্যাদি।মই অনুভৱ কৰিছিলা যে খোৱা বস্তুৰ বোৰৰ সতে মদ নথকাৰ বাবে ললিতে নিশ্চিতভাৱে দুঃখিত হৈছিল।যদিও বিনোদে আজি বৰ ধুনীয়াকৈ অতিথিক আপ্যায়ন কৰিছিল।ইফালে আজি সন্ধিয়াটৌও বৰ ভালদৰে আৰু আনন্দদায়কভাৱে পাৰহৈ গৈছিল।
প্ৰথম প্ৰথম ললিতৰ সতে কথা পাতিবলৈ হোৱা মনৰ সংশয় আৰু সংকোচ ক্ৰমে নোহোৱা হৈ যোৱাৰ পিছত কথাবতৰাৰ তাল পূৰ্ণ গতিত চলি গৈছিল। ললিত মোৰ একেবাৰে কাষত বহি লৈছিল।কথা কৈ থাকোতে তেওঁৰ চেভিং কৰা মুখৰ চেভিং ক্ৰীমৰ পুৰুষসুলভ গোন্ধে মোক বাৰে বাৰে আকৰ্ষিত কৰি উত্তেজিত কৰি তুলিছিল।এবাৰ, হয়তো দুৰ্ঘটনাক্ৰমে বা ইচ্ছাকৃতভাৱে,ললীতে প্লেটৰ পৰা খোৱা বস্তু লওঁতে তাৰ হাতখনে মোৰ বুকুৰ বাওঁফালৰ স্তনটোত স্পৰ্শ কৰিছিল। ললীতে তৎক্ষণাৎ “ছৰি” কলে।যদিও ললীতৰ হাতৰ স্পৰ্শ মোৰ স্তনত পোৱাৰ বাবে দেহত এক অদ্ভুত কামনাৰ দৰে অনুভূতি উৎপন্ন হৈছিল। তেনেতে ললীতে কলে,”বহু সময় হ’ল,মই এতিয়া উঠো নেকি?”
বিনোদে আশ্চৰ্য্যজনকভাৱে কলে, “এয়া আপুনি কি কৈছে? আমি এইমাত্ৰ সন্ধিয়াটো এনজয় কৰা আৰম্ভ কৰিছোঁ হে মাত্ৰ। আজি ৰাতিতো আমাৰ ইয়াতে থাকক, ৰাতিপুৱা যাবগৈ।”ললীতে না না কৰিছিল, যদিও মই ও লগতে জোৰ দিছিলো, “হয়, হয়, আজি যাব নালাগে। একেবাৰে ৰাতিপুৱা যাবগৈ।প্লীজ…..। “
মই বিনোদৰ মুখলৈ চালো তেওঁ আজি কোনোপধ্যেই ললীতক যাব দিবলৈ মন নাই। তেওঁ ললীতক এখন হাতেৰে ধৰি পুনৰ ছোফাত।বহিবলৈ কলে।
“অকে,অকে বাৰু,কিন্তু মই……. যে লগত কোনো কাপোৰ অনা নাই।” ললীতে কওঁ নকওঁকৈ কলে।
“কাপোৰ? আজি তাৰ কি প্ৰয়োজন? “ঠিক আছে, আপুনি মোৰ পেণ্ট ব্যৱহাৰৰ কৰিব… যদি আপুনাৰ আপত্তি নাথাকে”।বিনোদে ফুৰ্তিৰে কলে।
“নহয়, আপত্তিৰ কথা কি, কিন্তু”। বুলি কৈ ললীতে কিছু ভাৱি থাকিল।
ওহ, কম অন…ইয়াৰ বুলি কৈ বিনোদে ললীতক আমাৰ বেডৰোমলৈ টানি নিয়াৰ দৰে লৈ গৈছিল।মই আৰু কি কৰিম স্বামীয়েই তেওঁক ৰাতিতো থাকিবলৈ জোৰ কৰিছে।
মই ও নাইটি পিন্ধি ললো।আজি ৰাতি পিন্ধিবৰ বাবে বিনোদে এক বিশেষ ডিজাইনৰ স্বচ্ছ নাইটি আনিদিছিল, কিন্তু স্বচ্ছ যদিও বুকুৰ আৰু কাকাঁলৰ তলৰ অংশ সামান্য অস্পষ্ট আছিল। নাইটিৰ ভিতৰৰ কান্ধৰ অংশত পাতল ফিটা আৰু বুকুৰ স্তনৰ আধালৈক নামি গৈ পুনৰ আৰম্ভ হৈছে।এয়া ইমানেই পাতল আৰু কোমল কাপোৰৰ আছিল যে যিটো শৰীৰত পিন্ধিছো যেন লগাই নাছিল।ডিঙিৰ বহু তললৈকে জালিৰে খুব সুন্দৰকৈ ডিজাইন কৰা আছিল।নাইটিৰ ভিতৰত ব্ৰাৰ তলৰ মোৰ পেটটো স্পষ্টকৈ দেখা পোৱা গৈছিল।ব্ৰা আৰু পেণ্টি নথাকিলে হয়তো মোৰ যোনিৰ ওঁঠ আৰু স্তনৰ গোলপীয়া নিপ্পুল সম্পূৰ্ণ বুজি পোৱা গল হেতেঁন।নাইটিটো পিন্ধি মই অতি লজ্জিত হৈছিলো, কিন্তু বিনোদে জিদ্ ধৰিছিল পিন্ধিবলৈ।”বহুত সুন্দৰ আৰু ছেস্কী লাগিছে তোমাক, প্লীজ খুলি নিদিবা।কি হবনো,সদায়েই এইবোৰ কৰিবা নেকি?মাত্ৰ আজিহে।” বিনোদে কলে।
সেইটো নাইটিত সচাকৈয়ে মোক বহুত সুন্দৰী আৰু ছেস্কী দেখাইছিল।কিন্তু নিজৰ মুক্ত দেহটো দেখি নিজৰে কিবা লাগি গৈছিল।লগতে মোৰ কামুক দেহৰ আনন্দ মোৰ স্বামীৰ সলনি এজন অন্য পুৰুষে ভোগ কৰিব সেয়া ভাৱি মই কিছু বিচলিত হৈ পৰিছিলোঁ।
মোৰ নাইটিটো যিমান স্চ্ছ আছিল তাতকৈ মই নিজকে অধিক নগ্ন অনুভৱ কৰিছিলো। মোৰ ছেস্কী নাইটি আৰু যৌৱনপুষ্ট দেহটো দেখি ললীত এক মুহূৰ্তৰ বাবে অবাকহৈ পৰিছিল।আৰু মোৰ সৌন্দৰ্যৰ বাবে মোৰ স্বামী গৌৰৱান্বিত হৈ পৰিছিল।ইফালে মই নিজেই নিজৰ দেহটো উত্তেজিত অনুভব কৰিছিলো।ইফালে লালীত আৰু বিনোদে পুৰণি বন্ধুৰ দৰে
একেলগে হাহিঁ মাতি কথা পাতি আছিল। মোক দেখি দুয়োৰে মুখত চমক ফুটি উঠিল, কিন্তু মই যাতে অসহজ অনুভৱ নকৰো তাৰ বাবে দুয়ো প্ৰশংসা কৰি মোৰ উৎসাহ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল।যদিও এজন পৰপুৰুষৰ সন্মুখত মোৰ এনে নগ্ন অৱস্থাটোৰ বাবে বৰ আহুকালত পৰা যেন অনুভৱ কৰিছিলোঁ।
এনে পৰিস্থিতিত শিষ্টাচাৰ শব্দও মোৰ ওপৰত তীব্ৰতাৰে প্ৰভাৱিত কৰিছিল।ললীতৰ মুখত,” নাইচ,,বিউটিফুল,, আদিৰ পিছত ভেৰি ভেৰি ছেস্কী ,ভেৰি হত আদি শব্দবোৰে পুনে পুনে বিন্ধা কৰি মোৰ দেহত সোমাই যোৱাৰ দৰে অনুভৱ হৈছিল।তথাপিও মই সাহস কৰি ললীতৰ প্ৰশংসাৰ বাবে ধন্যবাদ দিছিলো।
ৰাতিৰ আহাৰৰ বাবে বিনোদে বাহিৰত অদাৰ দি ৰাখিছিল।সময় হোৱাত লৰা এজনে ঘৰত দি গলহি।বিনোদে সকলোবোৰ ঠিক কৰি আমি তিনিও খাবলৈ ডাইনিংত বহিলো।
বিনোদে জানি বুজি মোৰ সন্মুখৰ চকিত বহিল।উদেশ্য ললীতক মোৰ কাষত বহিবলৈ সুবিধা কৰি দিয়াৰ।ললীত মোৰ কাষত বহি মোক অলপ কাষ চপাই ললে।মই একো নকলো ।ললীতৰ সেই কাণ্ডৰ পৰা মোৰ ধ্যান আতঁৰাই আনিবলৈ চেষ্টা কৰিলো।মই কম্পিঁত হৃদয়েৰে ললীতৰ আগন্তুক আচৰনলৈ অপেক্ষা কৰিবলৈ ধৰিলো। সিহঁতৰ দুয়োজনৰে দৃষ্টি মোৰ দেহৰ ওপৰত আছিল যদিও হাত ভাতৰ পাতত এনেই লিৰিকি বিদাৰি থাকিছিল।
হঠাৎ ললীতৰ বাঁও হাতখনে মোৰ কঁকালৰ পিছফালে স্পৰ্শ কৰিবলৈ ধৰিলে।মই চক খোৱাৰ দৰে হৈ সামান্য আগলৈ হাওলি দিলো, এনে কৰিব বিচাৰিছিলো নে নাই নেজানো, কিন্তু মই তেনেদৰেই কৰি পালো।ললীতৰ হাতখন মোৰ কাঁকালৰ পৰা পিছলি চকীত আহি পৰিল।তেওঁৰ হাতখন তেনেকৈয়ে থাকিল।মই ও তেনেকৈয়ে আগলৈ হাওলি থাকিলো।ভাৱি নেপালো ভূল কৰিলো নে শুদ্ধ।
আগলৈ-
Nice