স্বামীৰ ইচ্ছা 7
ললীতৰ উন্মুক্ত দীঘল লিংগটোৰ নগ্ন সৌন্দৰ্যত মই এনেভাৱে মজি গ’লোঁ যে মই যেন চকুৰ পলক পেলাবলৈকো পাহৰি পেলালোঁ। তাৰ সুদৰ্শন লিংগটোলৈ একেথিৰে চাই থাকোঁতে মোৰ কামোতপ্ত যৌনিৰ ভিতৰখন নিজে নিজে তীব্ৰ ভাৱে কিটকিটাবলৈ ধৰিলে। ইচ্ এনেকুৱা এটা মঙহাল বলিষ্ঠ লিংগ নিজৰ যৌনিত ভৰাই ল’বলৈ পালে যিকোনো নাৰীৰে জীৱন ধন্য হৈ যাব! কথাটো মনলৈ অহাৰ লগে লগে মই আৰু নিজকে দমাই ৰাখিব নোৱাৰি নাইটিটো কঁকালৰ ওপৰলৈ দাঙি কামোত্তপ্ত যৌনিৰ ফাঁকটোত সোঁহাতৰ তৰ্জনী আঙুলিটো হেঁচুকি ভৰাই দিলোঁ।যৌনিৰ ভিতৰখন বহু আগৰেপৰা তৰল কামৰসেৰে ভৰি একেবাৰে পিছল হৈয়ে আছিল। মই যৌনিৰ সংকীৰ্ণ বাটটোৰে আঙুলিটো দুবাৰমান অগা-পিছা কৰিয়েই অনুভৱ কৰিলোঁ আঙুলিৰে নহয়, এটা জীৱন্ত পুৰুষাংগৰ বলিষ্ঠ পৰশ নোপোৱালৈকে মোৰ যৌনিখন কোনোপধ্যে শান্ত নহ’ব!প্ৰকৃততে ললীতৰ লিংগটো দেখাৰ পিছৰেপৰা মোৰ দেহ-মনত যৌনসম্ভোগৰ ইচ্ছা ইমান প্ৰৱল হৈ আহিছিল যে এতিয়া ললীতৰ সুদৰ্শন লিংগটো দেখি মোৰ সেই ইচ্ছা দুগুণে বাঢ়ি গ’ল।
চকুৰ সন্মুখতে এনেকৈ এটা গজগজীয়া ডেকা দীঘল লিংক সম্পূৰ্ণ উলংগ বেশত দেখা পালে কোনা নাৰীৰ পক্ষে নিজকে চম্ভালি ৰখা সম্ভৱ নহয়! তাতে মোৰ দৰে এজনী চোদন সুখ বৰ্জিতা নাৰীৰ বাবে নিজকে দমাই ৰখা আৰু অধিক কষ্টকৰ হৈ পৰিল। মোৰ এনে লাগিল যেন মই এইমাত্ৰ ললীতৰ সন্মুখত যৌনিখন দাঙি তেওঁৰ দিঘল লিংটো মোৰ যৌনিত ভৰাই দিবলৈ ক’ম! তথাপিও লাজতে মই অতি কষ্টেৰে মনৰ ভিতৰত প্ৰৱল হৈ অহা সেই ইচ্ছা দমন কৰিবলৈ বাধ্য হ’লোঁ। কাৰণ হাজাৰ হ’লেও তেওঁৰ বাবে মইএজনী সন্মানীয়া নাৰী। এনে ক্ষেত্ৰত ইমান নিৰ্লজ্জ ভাৱে তেওঁৰ আগত নিজৰ স্বৰূপটো উদঙাই দেখুৱালে মোৰ মান-সন্মান ক’ত থাকিব! তাৰোপৰি এনে এক নিষিদ্ধ কাৰ্যত লিপ্ত থকাৰ সময়ত অপ্ৰত্যাশিত ভাৱে মই আচৰণ কৰিলে তেওঁ নিশ্চয় ভীষণ ভাৱে অপ্ৰস্তুত হৈ পৰিব।সেয়ে এই কামত ধীৰে-সুস্থিৰে আগবঢ়াই বুদ্ধমতীৰ কাম হ’ব বুলি পৰম ধৈৰ্যৰে মই নিজকে নিৰস্ত কৰিলোঁ। আঙুলিটো ৰসাল যৌনিখনত ঠেলাঠেলি কৰি কৰি মই নিজকে শান্ত কৰিবলৈ চেষ্টা কৰিলোঁ।
মই ভাবিলোঁ ললীত মোৰ লগতেই আছে যেতিয়া মোৰ আৰু অনাহকত উত্ৰাৱল হোৱাৰ কোনো আৱশ্যক নাই।তাতকৈ সুযোগ বুজি মোৰ দেহৰ গৰীমাৰে ললীতক ধৰাসায়ীকৰাটোৱেই হ’ব মোৰ প্ৰধান কাম! কোনো সন্দেহ নাই যে আজি ললীতে মোৰ স’তে যৌনমিলন কৰাৰ উদ্দেশ্যে ৰেই এনেদৰে আহি আমাৰ ঘৰত থাকিব লগীয়া হৈছে। এনে অৱস্থাত মোৰ দৰে এজনী ভৰ-যৌৱনা নাৰীৰ তম্বী দেহাটো অনায়াসে লাভ কৰিবলৈ তেওঁ ভালেই পাব! কথাটোৱে মোৰ মনত এক নতুন আশাৰ সঞ্চাৰ কৰিলে। লগে লগে মোৰ সামান্য আফছোছ হ’ল। মোৰ স্বামীয়ে চাগে’ কিমান দিনৰপৰা এই সম্পৰ্কটো স্থাপন কৰিবৰ বাবে চেষ্টা চলাই আছে, অথচ মই কোনোদিনে এই বিষয়ে সামান্যতমো ধাৰণাও কৰিব পৰা নাছিলোঁ।
ইচ্ মই যদি আগতেই এইবোৰ কথা জানিব পাৰলোঁহেঁতেন!যে স্বামীয়ে মোলৈ এনেএজন যৌনক্ষম পুৰুষক বাচি ৰাখি থোৱা পিছত মই ইমানদিনে মিছাতে এক কষ্টকৰ জীৱন কটাব লগীয়া হৈছে।ইতিমধ্যে ললীতে জাঙিয়াটো দেহৰপৰা পৃথক কৰি সম্পূৰ্ণ উলংগদেহে বিছনাত আঁঠুকাঢ়ি পোনহৈ বহিছে।মইও ধীৰস্থিৰে তেওঁৰ সন্মুখতে ভৰি দুটা মেলি বহি লৈ তাৰ লিংগটো হাতত লৈ পুনৰ লৰা-চৰা কৰিবলৈ ধৰিলো। স্ফীত লিংগটো হাতেৰে মুঠিমাৰি ধৰি সি মূৰৰ ছালখন দুবাৰমান খেঁচা-খেঁচি কৰিলো। তাৰপিছত মই মুখখন মেলি লিংগটো মুখত ভৰাই লৈ বেচ আনন্দমনে চুপিবলৈ আৰম্ভ কৰি দিলো। মই বুজিলোঁ ললীতৰ বীৰ্য উলাই পৰাৰ বাবে এই বাৰ তেওঁৰ লিংটো অলপ দেৰিলৈকে ঠিয় দি থাকিব।
লগে লগে মই এটা নতুন কৌশল অৱলম্বন কৰিবৰ বাবে সাজু হ’লোঁ। মই এহাতেৰে সুকঠিন লিংগটোৰ মূৰৰ ছালখন তললৈ টানি নমাই দি ললীতৰ উন্মুক্ত লিংগমুণ্ডটো প্ৰৱল ভাৱে চুপিবলৈ আৰম্ভ কৰি দিছো।মোৰ ওঁঠদুটাৰে লিংগটো জোৰেৰে চেপা মাৰি ধৰি মুখখন সুনিপুণতাৰে অগাপিছা কৰি কৰি লিংগটোৰ গাত ঘৰ্ষণ কৰি ললীতক পুনৰ পাৰ্যমানে তৃপ্তি দিবলৈ চেষ্টা কৰিলো।মোৰ ভৰি বিচনাৰ পৰা উভতি গৈছিল। লগে লগেই তেওঁৰ ওঁঠেও স্বাভাৱিকভাৱে মোৰ ওঁঠৰ সৈতে যোগ দিছিল। যেতিয়া তেওঁৰ ওঁঠ মোৰ ওঁঠৰ পৰা পৃথক হৈ গৈছিল, মই আমাৰ শুৱনি কোঠাৰ দুৱাৰখন খোলা হৈ ৰোৱা বাবে বিনোদক দেখো নেকি এবাৰ চালো কিন্তু বিনোদক দেখা নেপালো। হয়তো তেওঁ আমাক অকলে এৰি বাহিৰলৈ উলাই গৈছিল।হয়তোবা বিনোদ ৰোমত থাকিলে মই মূকলি মনেৰে যৌন সুখ লব নোৱাৰীম বুলি ভাৱিয়েই চাগে অলপ আতঁৰ হৈ পৰিছে।
মই বিনোদৰ চিন্তা মনৰ পৰা আতঁৰাবলৈ যত্ন কৰিলো। ললীতে আকৌ মোক চুমা খাবৰ বাবে চেষ্টা কৰিলে। এইবাৰ, মই মনৰ দ্বিধাৰ সকলো দলিয়াই ললীতক পূৰ্ণ তাৰে গ্ৰহণ কৰিলো।ললীতৰ এটা এটা দীঘল আৰু ভাৱপূ্ণ চুম্বনত মই নিজকে তাত ডুবিবলৈ দিছিলো। তেওঁৰ ওঁঠ মোৰ ওঁঠত,গাল, ডিঙি আৰু ইফালে সিফালে অত তত বাগৰি যাব ধৰিলে।তেওঁৰ জিভাখন মোৰ মুখৰ ভিতৰলৈ লাহেকৈ সোমাই পৰিল লগে লগে মোৰ জিভাৰেও তেওঁৰ জিভাৰ উত্তৰ দিলো।তাৰ পিছত ললীতে পুনৰ সুন্দৰ কায়দাৰে তেওঁৰ লিংগটো চুপিবলৈ মোৰ মুখৰ ভিতৰত ৰলৈ ভৰাই দিলে।মই তেওঁৰ লিঙ্গটো চুপাচুপি কৰি থকাত তাৰ কেনে সুখ অনুভূত হৈছে সেয়া মই সহজেই অনুমান কৰিব পাৰিলোঁ। মই ললীতৰ মুখলৈ চাই দেখিলোঁ তাৰ সমগ্ৰ মুখমণ্ডল তৃপ্তিৰ আৱেশত ৰঙা-চিঙা পৰি গৈছে। সুখৰ প্ৰাবল্যত সি দুহাতেৰে মোৰ মূৰটো খামোচ মাৰি ধৰি মোৰ মুখতেই লিংগটো চোদনৰ ভংগীত ঠেলাঠেলি কৰিবলৈ আৰম্ভ কৰি দিলে।মই ও বেচ আনন্দমনে তাৰ লিংগটোৰ ঠেলাবোৰ মুখপাতি গ্ৰহণ কৰিবলৈ ধৰিলে।
লগে লগে ললীতেও মোৰ যৌনিত তেওঁৰ আঙুলি এটা আৱদ্ধ কৰি আঙুলিটো ৰসসিক্ত মোৰ যৌনিৰ বাতটোৰে ঠেলা-ঠেলি কৰাৰ আৰম্ভ কৰি দিলে।মই উত্তেজনাত মুখেৰে কামনাসূচক শব্দ বাহিৰ কৰিব ললো।ইফালে বেচ কিছুসময় ধৰি মোৰ মুখত ললীতৰ সুকঠিন লিংগটো ঠেলাঠেলি কৰাৰ পাছত হঠাতে মই ৰৈ গ’লো।ইফালে মোৰ যৌনিত সাৱলীল ভাৱে যাতায়ত কৰি থকা ললীতৰ আঙুলিটোওনিজে নিজে ৰৈ গ’ল। ইমান সুন্দৰ কাৰ্য এটা বন্ধ কৰি দিয়া দেখি মই আচৰিত হৈ ললীতৰ মুখলৈ চালোঁ।ললীতে এই বাৰ মোৰ দেহৰ ওপৰত তাৰ দুষ্ট দুহাতে কিবা বিচাৰি ফুৰাদি ফুৰিব ধৰিলে।মোৰ উশাহ তীব্ৰ হৈ পৰিল।পাতল নাইটিটোৰ কাপোৰৰ ওপৰত তেওঁলৰ হাতৰ স্পৰ্শ অতি পৰিষ্কাৰ আৰু উত্তেজিত ভাৱে অনুভৱ কৰিছিলো।
যেতিয়া তেওঁৰ হাত মোৰ স্তনৰ পালেগৈ মই সকলো পাহৰিবলৈ যাবলৈ বাধ্য হৈ পৰিলো। মই মোৰ বাহুদুটাই ললীতক বাধা দিব বিচাৰিছিলো, কিন্তু ললীতৰ হাতৰ স্পৰ্শ ইমানেই মধুৰ,সুখৰ আৰু আনন্দদায়ক আছিল যে মো দুহাত দ্ৰুততাৰে শিথিল হৈ পৰিল।ব্ৰাৰ ভিতৰত,ললীতৰ হাতৰ আঙুলিয়ে মোৰ স্তনৰ নিপ্পুল কেইটাক পাক খোৱাই টানি টানি ধৰিছিল।মোৰ স্তন আগৰেপৰাই বৰ সংবেদনশীল আছিল।মোৰ স্বামীয়ে মোৰ স্তনত অলপ আঙুলিয়ে চুই দিয়েই মোক উত্তেজিত কৰি তোলে।মোৰ স্তন যথেষ্ট ডাঙৰ আৰু কঠোৰ আছিল আৰু ললীতৰ ডাঙৰ হাতখনত নিশ্চয় অধিক কোমলতাৰে সোমাই পৰিছিল। মোৰ স্তন ডাঙৰ হোৱাৰ বাবে মোৰ নিজৰ ওপৰত আগৰে পৰাই গৌৰৱ অনুভৱ কৰিছিলোঁ।
সেয়েহে ললীতে তেওঁৰ ডাঙৰ হাতৰ তলুৱাই বেছিকৈ সুখ প্ৰদান কৰিছিল।ললীতৰ হাতৰ স্পৰ্শ মোৰ স্তনত ৰোষতা নাছিল, আছিল কেৱল কোমলতাৰ সৈতে এক আগ্ৰহ,আৰু এক মধুৰ সুখানোভুতিৰ আৰু আঁতৰাই দিব মন নোযোৱা জেদ। মই অনুভৱ কৰিছিলো যে ললীতক ৰাতি থকিবলৈ কোৱাৰ সিদ্ধান্তটো সম্ভৱতঃ ভুল নাছিল।মোৰ মনৰ মানুজনীয়ে “এই সকলোবোৰ ভাল নহয়” বুলি কৈছিল যদিও ললিতৰ হাতৰ স্পৰ্শকাতৰ সুখৰ অনুভূতিয়ে মোৰ মনৰ মানুজনীক দুৰ্বল কৰি পেলাইছিল। মোৰ সম্পূৰ্ণ মনত আছে যে আমি ললীতক এবাৰ বন্ধুত্বপূৰ্ণ ভাৱে লগ কৰাৰ কথাহে আছিল,কিন্তু এতিয়া বিষয়টো অলপ বেছি আগবাঢ়ি গ’ল। এতিয়া আৰু ঘূৰি অহাটো মোৰ বাবে সম্ভৱ নাছিল?
মই সকলো চিন্তা,সকলো উদ্বেগ দলিয়াই দিছিলো, যেতিয়া ইমাবোৰ হলেই,তেন্তে উপভোগ কৰাৰ বাহিৰে মই কি কৰোঁ? ললিতও লাহে লাহে বিচনাত মোৰ সৈতে আগবাঢ়ি যাবলৈ আৰম্ভ কৰিলে।ললীতে তেওঁৰ ওঁঠে মোৰ ওঁঠত চুমি-চাতি তললৈ আহি ডিঙি, বুকুলৈকে পায়গৈ পুনৰ তেওঁ উভতি আহি মোৰ ওঁঠত চুমিবলৈ ধৰে।ললীতৰ ভাৱাবেগ আৰু মৰম কৰাৰ কৌশল দেখি মোৰ মন গৌৰৱত আৰু আনন্দত ভৰি পৰিছিল।মোৰ এনে অনুভৱ হৈছিল যেন আজি সঠিক ব্যক্তিএজনৰ হাতেই পৰিছো। যদিও নাৰীৰ সহজাত লাজুকতা গুছি যোৱা নাছিল মোৰ দেহৰ পৰা। যেতিয়া তেওঁ মোৰ স্তন এৰি হাত তললৈ লৈ গৈছিল, তেতিয়া মনটো কেনেবা কৰিছিল।
তেওঁ মোৰ ভৰি উৰু বাৰে বাৰে মোহাৰিবলৈ ধৰিলে।লগতে ভৰিৰ তলোৱা,আঠু,কলাফুল, … বিশেষকৈ আঁঠুৰ তলৰ আৰু উৰুৰ মাজৰ সংবেদনশীল স্থান সমুহ লাহে লাহে অহৰহ মোহাৰিব ধৰিলে।লাহে লাহে নাইটিৰ ভিতৰলৈ ও হাত লৈ গৈছিল।তেওঁ হয়তো চাইছিল যে মই বিৰোধিতা কৰোঁ নে নাই। মই মোৰ লাজৰ বাবেহে সামান্য প্ৰতিৰোধ কৰি আছিলো। যেতিয়া তেওঁৰ হাতৰ আঙুলি চাৰিওফালে ঘূৰি ফুৰি মোৰ যৌনিক পুনৰ স্পৰ্শ কৰিলে,উত্তেজনাত মোৰ তপিনা আপুনা-আপুনি চাপি আহিল। ”তেওঁৰ হাত এক অবিৰত আৰু নিৰ্ভৰ ভাৱে মোৰ দেহৰ কোমল অংগবোৰত বাধাহীন ভাৱে ঘুৰি ফুৰিবলৈ ধৰিলে। মোৰ দুভৰি উত্তেজনাত লাহে লাহে খোলখাই যাব ধৰিছিল।
মোৰ এনে অনুভৱ হৈছিল যেন বিনোদ ওচৰতে আছে, মই বিচাৰিছিলো যে তেওঁ আহি মোক এইবোৰ কৰিব বাবে বাধা দিয়ক।পৰপুৰুষৰ হাতৰ পৰা মোক ৰক্ষা কৰক।মই মোৰ স্বামীক অনুসন্ধান কৰিবলৈ মাত দিলো… ‘”বিনোদ” ললীতে হাহিঁ মাৰি কলে,”তাৰ বিষয়ে চিন্তা কৰা বাদ দিয়া জান,এতিয়া তেওঁ ইয়াত নাই।অলপ আঁতৰি গৈছে।লাহে লাহে মই ও ললীতৰ সৈতে একাত্ম হৈ পৰিলো… কি অদ্ভুত কথা। এতিয়ালৈকে, মই ললীতক সেই দৃষ্টিৰে চোৱাই নাছিলো।ললীতে পেণ্টীটোৰ ওপৰৰ পৰায়েই, মোৰ যৌনিখন মোহাৰি আছিল।যোনিখন কামৰসেৰে তিতি পিছল হৈ পৰাত ললীতৰ আগত মোৰ লাজ লাগি গৈছিল।, কিন্তু ললিতেই ইয়াৰ বাবে দায়ী আছিল। তেওঁৰ হাতৰে বৈ আহা মোৰ যৌনিৰ ৰসে চাৰিওফালে শুকান ছালত বিয়পি পৰিছিল।ললীতৰ মৰমত লাহে লাহে, মোৰ গোটেই শৰীৰটোই সংবেদনশীল হৈ পৰিছিলছিল। ললীতৰ হাতৰ যিকোনো স্পৰ্শ, যিকোনো ঘঁহনিয়েই মোক অধিক উত্তেজিত কৰি লৈ গৈছিল এখন নিষিদ্ধ যৌনজগতলৈ। যেতিয়া তেওঁৰ আঙুলিটো এক কায়দাৰে যৌনিৰ ওঁঠত ৰাখি ভিতৰলৈ হেচিবলৈ যত্ন কৰিছিল যৌনউত্তেজনাত মই প্ৰায় এটা সৰু বীৰ্যস্খলনত উপনীত হৈছিলো।মোৰ উত্তেজনাৰ চিঞৰ ললীতে তেওঁ মুখ মোৰ মুখত থৈ বন্ধ কৰি দিলে।
কিছু সময়ৰ পিছত “সুষমা, তুমি ঠিকে আছাতো,?”
মুহূৰ্তৰ অজ্ঞানতাৰ পৰা মোৰ জ্ঞান ঘূৰি অহাৰ পিছত, ললীতে সুধিলে।ইমান সময়ত পিছত তেওঁ প্ৰথম বাৰৰ বাবে মোৰ নাম লৈছিল।ললীতৰ মাতত গভীৰ ভালপোৱা আৰু প্ৰেমৰ ভাৱ লুকাই আছিল।
“ওঁমমম…” মই লাজ লাজকৈ উত্তৰ দিছিলো। মোৰ উত্তত তেওঁৰ মুখত হাঁহি বিৰিঙি উঠিল। আৰু তেওঁ মোৰ কপালত চুমা এটি খাই দিলে।সেই সময়ত কিয় জানো বিনোদক বিচাৰি মোৰ চকু এক মুহূৰ্তৰ বাবে বৃথা হৈ পৰিছিল আৰু ললীতে সেয়া হয়তো বুজি উঠিছিল।
ললীতে মোৰ কানত ফুচফুচাই কলে,”তুমি তুপনি যোৱাত মোক বিনোদেই তোমাৰ ওচৰলৈ লৈ আহিল আৰু সি অকন আতঁৰি আছে।যেতিয়ালৈকে মই তোমাৰ কাষত থাকিম বিনোদ ভিতৰলৈ নাহে,গতিকে তুমি নিচিন্ত হৈ যৌৱনৰ আনন্দ উপভোগ কৰা আৰু মোকো তোমাৰ উতলাদেহৰ ৰস পান কৰোৱা।”
মই ললীতক খামোচি সাৱতি ধৰিলো।তেওঁক মোই সমৰ্থন কৰাত তেওঁ বৰ প্ৰেম আৰু যন্তৰে মোক বিচনাত ওপৰমুৰ কৰি শুৱাই দিলে, ঠিক যেন মই এক মূল্যবান উপহাৰ হে। মই লক্ষ্য কৰি আছিলো যে তেওঁ কেনেকৈ মোৰ নাইটিৰ বুটামবোৰ এটা এটাকৈ খুলিছিল।মই কোনো বাধা নাদিলো।সেয়া প্ৰতিবাদ কৰাৰ অৰ্থহীন আৰু প্ৰতাৰণাই নহয়, এইটো অভদ্রতা যেনো লাগিছিল। তেওঁ এটা এটাকৈ বুটাম খোলিলে,অলপ সাচপেন্স সৃষ্টি কৰি নাইটিটো তললৈ নমাই নিলে, যেন এটা ৰহস্যহে উদঘাটন কৰিবলৈ গৈ আছে।,তাৰ পিছত প্ৰথমে মোৰ দেহৰ খোলা অংশটো বৰ প্ৰেমেৰে,মৰমেৰে,আদৰেৰে চুমা দিব ধৰিলে।মই হিৰশিৰনি আৰু উত্তেজনাত জপিয়াই দিম যেন লাগিছিল।ললীতৰ যৌনমিলনৰ কৌশলবোৰ অতি মনোমোহা আৰু অতি সুখদায়ক আছিল। বিনোদৰ দৰে অভং নহয়।তেওঁ নাভিৰ তলত বুটামটো খুলিবৰ লওঁতেই মই হাতেৰে হেচি ধৰিলো।যদিও তলত পেণ্টিটো আছিলেই।
মই মোৰ হাত হেচি ৰাখিছিলো। তলৰ আৰু দুটা বুটাম খুলিবলৈ বাকী আছিল।মই চাব খুজিছিলো যে তেওঁ জোৰ কৰিব নে নকৰে।কিন্তু তেওঁ ৰৈ দিলে,মোৰ চকুলৈ এক মুহুৰ্ত বাবে চালে, তাৰ পিছত হাওলি মোৰ হাতৰ ওপৰতে চুমা এটা খাই ।তাৰ পিছত তেওঁ বুটামকেইটা খুলাৰ কায্য পৰিহাৰ কৰি এইবাৰ তেওঁৰ কোনো সাচপেন্স নকৰাকৈ জোৰেৰে মোৰ পেণ্টীটোৰ ওপৰতে চুমা দিব ধৰিছিল।মই তেওঁৰ চুম্বনৰ পৰা ৰক্ষা পাবৰ চেষ্টাৰ কৰি হাত খন আঁতৰাই দিয়াত বুটামটো খুলি পৰিল।এই বাৰ ললীতে কোনো চাচপেঞ্চ নাৰাখিলে।পেণ্টিৰ ওপৰতেই মোৰ যৌনিখনত জোৰেৰে মুখ গুজি চুমা খাই থাকিল।তেওঁ মুখন সামান্য ওপৰলৈ উঠোৱাত মই দেখিলো যে তেওঁৰ ওঁঠত লাগি অহা মোৰ যৌনিৰ কামৰস তেওঁ বৰ তৃপ্তিৰে চেলেকি আছে।
আগলৈ::
আপোনালোকৰ মন্তব্য আৰু সঁহাৰি পাই অত্যন্ত সুখী হৈছোঁ।লগতে পৰৱৰ্তী খণ্ড বোৰ লিখিবলৈ অনুপ্ৰাণিত হৈছো।সকলোলৈকে অশেষ ধন্যবাদ।
Diya ako next too
Apunar likhoni aru enekuwa digholia story porhi sosakoiei kiba ata beleg amez bisari pai. Mur ata anurodh enedhoronei digholia story ata likhibo ata sohoria Vai-Sohur aru Vai-Bowarir majot howa sex story