নিষিদ্ধ বাসনা - An Assamese Cuckold Story - AssameseSexStory.xyz

নিষিদ্ধ বাসনা – An Assamese Cuckold Story

ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই বিচনাখনত পৰি থাকিয়েই কথাবোৰ ভাবিব ল‌লো । বহুদিনৰ আশা এটা পূৰণ হ’ব গৈ আছে যেন অনুভৱ হৈছে । তথাপি হৃদয়ত কিবা এক বিশেষ অনুভূতিয়ে জোকাৰি থকা যেন লাগিছে । চিনাকি এই অনুভূতি, কিন্তু পৰিস্থিতি সম্পূৰ্ণ নতুন । সাধাৰণতে Anxiety হ’লে এনে অনুভৱ হয় । এনেতে গাৰুৰ শীতানতে থকা ফোনটোত ৰিং বাজি উঠিল । ৰিং বাজোতেই গম পাইছোলো কোনে ক’ল কৰিছে । নাজানিমেই বা কিয় ? এই অমুকালে মনত পেলাবলৈ, এই অমুকাৰ কথা চিন্তা কৰিবলৈ আছেই বা কোন ? মা-দেউতা টো মোৰ লগতে ঘৰতেই থাকে । তেওঁলোকৰ বাহিৰে মোৰ বুলিবলৈ আছে কেৱল বৰ্ষা । গম পাইছেই নিশ্চয়, বৰ্ষা মানে মোৰ গাৰ্লফ্ৰেইণ্ডৰ কথা কৈছো । যোৱা ৩ বছৰৰো অধিক সময় হ’ল আমি ৰিলেশ্বনত অহা । সকলো ঠিকে থাকিলে হয়তো আৰু এক-দুই বছৰৰ ভিতৰতে আমি বিবাহপাশত আৱদ্ধ হ’ম ।

এয়াৰফ’ন ডাল কাণত লগায়েই স্বভাৱসুলভ ভাৱে মাত লগালো, “কোৱা দেহা ।“
“উঠিলা নে নাই ?” – তাই সুধিলে ।
“নাই অ । এনেই বিছনাতে পৰি আছো যোৱাৰাতিৰ কথাবোৰ ভাৱি ।“
“ইমানকে ভাবিব কি আছে ? সময়ত দেখা যাব । আৰু এইবোৰ সব তোমাৰেই ইচ্ছা আছিল । যদি মন নাই বাদ দিয়া । মই নকৰো ।“ – স্বভাৱসুলভ খংটিৰে তাই কথাখিনি ক’লে ।
“নহয় অ, মন কিয় নাথাকিব ? আগতে অভিজ্ঞতা নাই ন, সেইকাৰনে হয়তো অলপ anxious হৈ আছো ।“
– এনেদৰেই কিছু সময় ফোনত কথা পতাৰ পিছত দিনটৈৰ কামৰ বাবে সাজু হ’লো ।

বৰ্ষাৰ লগত মোৰ প্ৰথম চিনাকি ফেচবুকৰ জৰিয়তেই হৈছিল । ৰিলেচনচিপ টো অলপ long distance, গতিকে সঘনাই ইমান লগ পোৱা নহয় । বছৰত দুবাৰ বা অতি বেছি তিনিবাৰ মান হে লগ পাওঁ । সাতমাহ মান আগত হে আমি প্ৰথমবাৰৰ বাবে শাৰিৰীক সম্পৰ্কত লিপ্ত হ‌ওঁ যিটো আমাৰ দুয়োজনৰ বাবেই প্ৰথম অভিজ্ঞতা আছিল, যদিও আমাৰ দুয়োজনৰ আগতে অন্য কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল । মোৰ আজিও মনত আছে, প্ৰথম চিনাকিত তাই কিমান লাজকুৰীয়া আছিল । বয়সত মোতকৈ চাৰি বছৰ সৰু । ওখ‌ই পাখ‌ই দেখাত দেখাত এজনী আকৰ্ষণীয় ছোৱালী । পেটটো সামান্য ভাৱে ওলোৱা, যি শৰীৰটোৰ জোখত একেবাৰে সঠিক আছিল । কেতিয়াও কোনো পুৰুষৰ পৰশ নোপোৱা স্তনযুগল আৰু তপিনাকেইটা ম্ই প্ৰথম দেখোতেই আকৰ্ষণীয় আছিল । এতিয়া মোৰ পৰশ পোৱাৰ পিছত হয়তো আৰু অলপ ডাঙৰ আৰু অধিক আকৰ্ষণীয় হ’ব চাগে ।

সন্ধিয়া কামৰ পৰা আজৰি হৈ পুনৰ বৰ্ষালৈ ক’ল কৰিলো । যোৱাৰাতিৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিবলৈ । ক’ল ৰিচিভ কৰি সিফালৰ পৰা উত্তৰ আহিল, “কোৱা ।“
“কথা পাতিছিলা নে আজি ?” – ম‌ই প্ৰত্যোত্তৰ দিলো ।
“উমম । তোমাৰ কেতিয়া সুবিধা হয় জনাবা ।“
“ম‌ইতো তুমি যেতিয়া কোৱা, তেতিয়াই সময় উলিয়াই ল’ম । তোমালোকৰ বা কেতিয়া সময় মিলে ।“
“আজি সোমবাৰ ন, অহা শনিবাৰে পাৰিবা নে ?”
“পাৰিম” – ম‌ই লগে লগে উত্তৰ দিলো ।

তাইৰ লগত ৰিলেচনত অহাৰ এবছৰ মান পিছৰ পৰাই মোৰ মনত এক fantasy জাগিব লৈছিলে । প্ৰথমবাৰ যেতিয়া এই বিষয়ে বৰ্ষাক অৱগত কৰিছিলোঁ, তাই কৈছিল “তোমাৰ মোৰৰ কিবা বিকৃতি আছে নেকি ?” কিন্তু লাহে লাহে তাইৰো এইবোৰ স্বাভাৱিক যেন লাগিব ধৰিছিলে । প্ৰথমে যেতিয়া ফোনত sex chat কৰোতে ক‌ওঁ, “ভাবি লোৱা তোমাক এতিয়া বেলেগ কোনোবাই চুদি আছে আৰু ম‍ই কাষতে ৰৈ তোমালোকক চাই হাত মাৰি আছো….” , তাই সকলো বাদ দি মোক গালি পাৰিছিল । “মোক আৰু এইবোৰ কথা কৈ নাথাকিবা । মোৰ ভাল নালাগে এইবোৰ । তোমাকেই ভালপাওঁ, তোমাৰ লগতেই কৰিম যি কৰো । আমাৰ মাজত আৰু কাকো নানিবা । মই কোনো বেশ্যা নহয় ।“ – এয়া আছিল তাইৰ সহজাত উত্তৰ । কিন্তু পিছলৈ লাহে লাহে তাইৰ মোৰ কথাবোৰত হয়ভৰ দিব ধৰিলে । আজিকালি তাই মোৰ সেইবোৰ কথাৰ কোনো প্ৰতিবাদ নকৰে । তাতে আমি যৌন সম্পৰ্ক কৰাৰ পিছত তাইৰ যৌন উত্তেজনা বাঢ়িব ধৰিলে । আজিকালি পৰ্ণ ভিডিঅ ’চালেও তাই cuckold বা threesome – এনেবোৰ ভিডিঅ’ই চাবলৈ লয় ।

কথা পাতি হোৱাত ফোনটো ৰাখি ম‌ই কল্পনা কৰিব ধৰিলো । বৰ্ষাই বাৰু কেনেকৈ মোৰ সন্মুখতে আন এজন পুৰুষৰ লগত যৌনক্ৰিয়া কৰিব । আৰু ল’ৰাজনৰ একো আপচুচ নালাগিব নেকি । আৰু ম‌ই ? মই কেনেকৈ মোৰ প্ৰেমিকাক তেনে অৱস্থাত চাই থাকিম । কথাবোৰ মনলৈ‌ অহাতে মোৰ ৬ ইঞ্চি দীঘল লিংগটোৱে পেন্টৰ ভিতৰতে থিয় হৈ উঠিল ।

যোৱাৰাতি যেতিয়া ম্ই পুনৰ তাইক মোৰ fantasy ৰ বিষয়ে কৈছিলো, উত্তেজনাত তাই কৈ উঠিছিল, “কিমান আৰু একেবোৰ কথাকে কৈ থাকিবা, সঁচাকৈ আনি দিয়া এটা । মোৰ দেহাই আৰু ধৈৰ্য ধৰি থাকিব পৰা নাই ।“ তাইৰ মুখত এইষাৰ কথা শুনি মোৰ কি অনুভৱ হৈছিল, ভাষাৰে হয়তো প্ৰকাশ কৰিব নোৱাৰিম । হৃদয়ৰ স্পন্দন হঠাৎ বাহিব লৈছিল আৰু উৎকন্ঠা বাঢ়ি আহিছিল । বুকুত কিবা এক দুখ অনুভৱ হোৱা যেন লাগিছিল । এইটো এক চিনাকি অনুভৱ । আগতে ব্ৰেক আপ হ‌ওঁতেও বুকুত সেই একেই অনুভুতিয়েই অনুভৱ কৰিছিলোঁ ।

মই প্ৰত্যুত্তৰ দিছিলোঁ, “ম‌ইনো কৰ পৰা আনি দিম । তুমি নিজেই বিছাৰি লোৱা ।“
“মই ক’ত বিচাৰি ফুৰিম ?”
“তোমাক কোনেও নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়া নাই নেকি । ফেইচবুকত ৰিলেচনচিপ ষ্টেটাচ তো চিংগল হৈয়ে আছে ।“
“দিয়াত তো বহুতেই প্ৰস্তাৱ দিয়ে । কিন্তু তেনেকুৱা বিশ্বাসী হে বিচাৰি পাব টান । তাতে কোনোবাই জানো এই প্ৰস্তাৱটো মানিব ?”
“পুৰুষে সদায় চান্স বিচাৰিয়েই থাকে । তাতে তোমাৰ নিচিনা ছোৱালী এজনীক চুদিবলৈ কোন পুৰুষেনো নিবিচাৰিব ।“
“তাৰমানে বেলেগ কাৰোবাৰ লগত চান্স পালেও তুমিও কৰিবা নেকি ?” – তাই উৎকন্ঠিত হৈ মোক সুধিলে ।
“সেইটো ডিপেণ্ড কৰিব । যদি ছোৱালী বা মহিলা গৰাকী আকৰ্ষণীয় হয়, নিশ্চয় কৰিম ।“ – ম‌ই অতি গম্ভীৰ ভাৱে প্ৰত্যুত্তৰ দিলো ।
“থকাত এজন আছে । আমাৰ ওচৰৰ গাঁৱৰে । আমি ধন দা বুলি মাতো । বিয়া পতা । ঘৈণিয়েক টেট মাষ্টৰনী । লগত নাথাকে । যোৱা এবছৰ ধৰি মোৰ লগত কথা পাতি থাকে । নিজৰ পাৰচনেল আৰু প্ৰাইভেট সব কথা কয় মোক । মাজে মাজে মোক বেলেগ ইংগিত দিয়া নিচিনাও লাগে । আমাৰ ঘৰৰ লগত ভাল । মাজে মাজে অহা যোৱা কৰি থাকে । আৰু…..” – এইবুলি কৈ তাই ৰৈ গ’ল ।
“আৰু কি কোৱা । ৰৈ গলা যে ।“ – ম্ই উৎকন্ঠিত হৈ কলো ।
“তুমি বেয়া পাবা নেকি ?”
“নাপাওঁ অ । জল্ডী কোৱা ।“ – ম‌ই স্বাভাৱিক ভাৱে প্ৰত্যুত্তৰ দিলো, কিন্তু মোৰ হৃদস্পন্দন বাঢ়ি আহিছিল ।
“যোৱা মাঘ বিহুৰ উৰুকাত আমি একেলগে ভেলাঘৰত খানা খাইছিলো । আমাৰ ঘৰৰ পিছফালৰ পথাৰত । আমাৰ পৰিয়ালটো, ধন দা আৰু তাৰ ঘৈণিয়েক, আমাৰ ওচৰৰ বৰ্তাৰ ছোৱালী দুজনী আৰু ধন দাৰ লগৰে ওচৰৰ দাদা এজন । নটা মান বজাতে আমাৰ খানা খোৱা হৈ গ’ল । তাৰ পিছত বৰ্তাৰ ছোৱালী দুজনী ঘৰ গ’ল । মা-দেউতাহতেও বাচন-বৰ্তন সামৰি অলপ জুই সেকি ঘৰলৈ গ’ল । ভন্টীয়ে জুইৰ কাষতে টোপনিয়াই থকাত দেউতাই যাওঁতে তাইকো দাঙি লৈ গৈছিল । জুইৰ ওচৰত মই, ধনদা আৰু বৌ আৰু তাৰ লগৰজন আছিলো । বিভিন্ন কথা বতৰা আৰু হাঁহি তামাচা আৰু তাৰ মাজে মাজে কিছু অশ্লীল কথা বতৰাও চলি আছিল । অলপ পিছতে ধনদা হতেঁ মদৰ বটল উলিয়ায় পেগ বনাব ললে । মই আচৰিত হৈছিলো যেতিয়া দেখিছিলো সিহঁতৰ লগত বৌৱেও হাঁহি হাঁহি মদ খাব ললে । সিহঁতে মোৰ বাবেও পেগ বনাইছিল, যদিও ম‌ই প্ৰথম আপত্তি কৰিছিলোঁ । তথাপি টেষ্ট কৰি চাও বুলি পিছত সন্মতি জনাইছিলো । দুপেগ খোৱাৰ পিছত ম‌ই আৰু খাব নোৱাৰিলো । অলপ অলপ নিচাও ধৰিছিল । অলপ পিছতে ম‌ই ভেলাঘৰৰ চুকত মজিয়াত ৰখা খেৰত শুই দিলো । টোপনি কেতিয়া গ’লো ধৰিব‌ই নোৱাৰিলো । পুৱা প্ৰায় পাঁচ মান বজাত গাটো অলপ ঠাণ্ডা যেন অনুভৱ হোৱাত মই চকু মেলিলো । দেখিলো মোৰ সোঁ কাষত কোনোবাই কাটি হৈ শুই তাৰ সোঁহাত খনেৰে মোৰ দুদু কেইটা টিপি আছে । যদিও বাহিৰত ভালকৈ পোহৰ হোৱা নাছিল, সেই কম পোহৰতে ম‌ই গম পালো যে সেইটো ধনদা । মই লক্ষ্য কৰিলো মোৰ জেকেতৰ চেইন খোলা, চাৰ্টটোৰো বুটাম কেইটা খোলা হৈ আছে । ব্ৰা টোৰো পিছফালৰ হুক খোলি ডিঙিৰ ফালে আছে । অৰ্থাৎ মোৰ বুকুৰ পৰা নাভিৰ তললৈকে সম্পূৰ্ণ উদং হৈ আছে । কেৱল হাত কেইটাৰ চাৰ্ট আৰু জেকেট টো লাগি আছে । সেইকাৰণেই ঠাণ্ডা অনভৱ কৰাত ম‌ই সাৰ পাইছিলো ।“ – কথাখিনি কৈ তাই অলপ ৰৈ গ’ল ।

তাই কথাখিনি কৈ থাকোতে মোৰ লিংগ টান হৈ গৈছিল আৰু ম‌ই হাতখন লাহে লাহে লিংগটোৰ ওপৰত উঠা নমা কৰি আছিলো । বাসনাৰ নিচাত ডুবি থকা পুৰুষৰ দৰে ম‌ই কেৱল কলো, “তাৰ পিছত কি হ’ল কোৱা । মোৰ শুনি বহুত ভাল লাগিছে ।“

(আগলৈ…)

15 thoughts on “নিষিদ্ধ বাসনা – An Assamese Cuckold Story”

  1. নিশ্চয় মোৰো পঢ়ি বহুত মজা লাগিছে। মোৰ বাৰিদালৰ আনন্দ ৰস ওলাই গ’ল। পৰৱৰ্তী খণ্ডটো সোনকালে পাম বুলি আশা কৰিলো।

    Reply
    • মই আগতে যিটো email ৰ‌ পৰা দিছিলো । সেইটো delete কৰিলো । বহুদিনৰ পিছত মনত পৰাত চাইটটো‌ ভিজিত কৰোতে আপোনালোকৰ কমেন্ট দেখিলো । গতিকে যোৱাৰাতি ইয়াৰ ২য় খণ্ড বেলেগ এটা email ৰ পৰা দিছিলো । কিন্তু admin য়ে approve কিয় নকৰিলে নাজানো ।

      Reply

Leave a Comment

error: Content is protected !!