স্বামীৰ ইচ্ছা 13 – AssameseSexStory.xyz

স্বামীৰ ইচ্ছা 13

বিনোদে কৈছিল ,”গতিকে সি তোমাৰ আশা আকাঙ্ক্ষা আৰু তোমাৰ যৌনতাৰ অসন্তুষ্টিৰ প্ৰতি ধ্যান দি তোমাক কোনো কষ্ট নিদিয়াকৈ মৰমৰ সৈতে অতি প্ৰেমেৰে যৌনসম্ভোগ কৰি তোমাক সম্পূৰ্ণ আনন্দ আৰু চৰম সন্তুষ্টি প্ৰদান কৰিব।”


অৱশেষত, বিনোদে কৈছিল, “পঞ্চম কাৰণটো হ’ল ললীত অকলে থাকে আৰু তেওঁৰ ঘৰলৈ কোনো অহা যোৱা নকৰে। ললীতৰ অফিচত যথেষ্ট সন্মান আছে, সেয়েহে তাৰ নিজৰ আৰু আমাৰ সন্মানৰ বাবে এনেকুৱা একো কাম নকৰিব যাৰ বাবে তাৰ বদনাম হয়।

মোৰ সুৰক্ষা আৰু যৌন সন্তুষ্টিৰ কথা মনতে ভাৱি বিনোদে ললীতক মোৰ বাবে নিবাচন কৰা পাঁচটা কাৰণ শুনিবলৈ পাই ললীতৰ লগত ইমান মুকলিকৈ যৌনমিলনত লিপ্ত হোৱাটো অনুচিত যেন নালাগিল।


তাৰ পিছত মই বিনোদক কলো,” আপুনি যদি এইখিনি কথা আগতেই মোক খুলি কোৱা হলে ললীতৰ সৈতে যৌন সম্পৰ্ক গঢ়ি তুলিবলৈ মোৰ কোনো আপত্তি নাথাকিল হয়। যদি আপুনি।মোৰ সৈতে আগতেই এনেদৰে আলোচনা কৰা হলে আপোনাক ম‌ই নিশ্চিত ভাৱে সন্মতি দিলোহেতেঁন।


মই আগতে ললীতক কেইবাবাৰো দেখিছিলো কিন্তু কথা পতা নাছিলোঁ।ললীত এজন অভিযন্তা আছিল আৰু তেওঁৰ গাওঁৰ পৰা আহি ইয়াত ভাৰাঘৰত অকলেই থাকি চাকৰি কৰে।তেওঁ বয়স প্ৰায় চল্লিশ বছৰ মান আছিল আৰু তেওঁৰ অকলেই থাকিছিল।কিয়নো কিবা কাৰনত তেওঁৰ পত্নীয়ে তেওঁক বিবাহ বিচ্ছেদ কৰিছিল হেনো।


ললীত দেখাত অতি স্মাৰ্ট, স্বাস্থ্যবান আৰু বৰ ফুৰ্তিবাজ যেন লাগিছিল, আৰু বিনোদে কৈছিল তেওঁ প্ৰতিদিনে ৰাতিপুৱা আৰু সন্ধিয়া পাৰ্কত ব্যায়াম কৰাৰ কথা।
ললীতৰ স্বভাৱ অতি উৎফুল্ল আৰু হাহিঁমুখীয়া আছিল আৰু তেওঁ সদায় হাহি‍ঁ আৰু আনন্দিতভাৱে কথা পাতিছিল। তেওঁৰ ব্যক্তিত্ব অতি আকৰ্ষণীয় আছিল।
মই বিনোদক শুধিছিলো,” যোৱা ৰাতি তুমি ললীতৰ সতে কি কথা পাতিছিলা যাৰ বাবে তুমি ঘৰৰ পৰা উলাই যাব লগাত পৰিল?”


বিনোদে দীঘলকৈ উশাহ এটা লৈ কলে,” মই সেই দিনা ললীতক কৈছিলো যে – “মই বিচাৰো সুষমাৰ শৰীৰৰ সকলো প্ৰয়োজনীয়তা ভালদৰে পূৰণ হ‌ওক আৰু তাই যৌন জীৱনৰ আটাইতকৈ ডাঙৰ সুখ, আনন্দ আৰু সন্তুষ্টি পাওক। কিন্তু মই মোৰ পত্নীক কেতিয়াও এই সুখ, আনন্দ আৰু সন্তুষ্টি দিবলৈ সক্ষম হোৱা না‌ই।”


মোৰ কথা শুনি ললীত কিছু সময় নিৰৱ হৈ গৈছিল লগতে সি মোৰ মুখলৈ চাবলৈও সাহস কৰা নাছিল।তাৰ পিছত ললীতে গলখেকাৰী এটা মাৰি নিজৰ কণ্ঠ পৰিষ্কাৰ কৰি ক’লে, “তহঁতৰ দুয়োৰে যৌনজীৱনৰ কথাবোৰ শুনাৰ পিছত, মই অনুভৱ কৰিছো যে ত‌হঁত দুয়োজনেই দুয়োজনৰ ঠাইত ঠিকে আছ আৰু তাইৰ যি শাৰীৰিক চাহিদা সেয়া নিশ্চয় পাব, সেয়া মই তোক কথা দিছো।”
ললীতে আৰু কৈছিল, “প্ৰথম কথাটো হ’ল তহঁতে দুয়োজনে দুয়োজনৰ ইচ্ছা আৰু ইজনে সিজনক বুজি পুৱাটো অত্যন্ত প্ৰয়োজন।”


ললীতৰ কথা শুনি মই তাৰ কান্ধত হাত থৈ কৈছিলো, “মই স্পষ্টকৈ ক’ব বিচাৰো যে মই তাইক যিমান ভাল পাওঁ আৰু সিমানে বুজিও পাওঁ সেইবাবেই মই তোক তাই যি বিচাৰে সেয়া দিবলৈ অনুৰোধ কৰিছো যাতে তাই যৌনমিলনৰ সম্পূৰ্ণ আনন্দ আৰু চৰম সন্তুষ্টি পায় যাতে আমাৰ ঘৰখন,আমাৰ স্বামী-স্ত্ৰী সম্বন্ধ টৌ ৰক্ষা পৰে।তাৰ পিছত মই কোঠাটোৰ দুৱাৰৰ ওচৰত থিয় হৈ ললীতক ক’লো,” ললীত মই সুষমাক ভাল পাওঁ আৰু তাইক সুখী কৰিব বিচাৰো।” সেয়েহে তাইক তোৰ সৈতে যৌন সম্পৰ্ক কৰিবলৈ কৈছোঁ,যাতে তাই অত দিনৰ আকাংক্ষিত যৌন আনন্দ, আৰু চৰম সন্তুষ্টি প্ৰাপ্ত কৰিব পাৰে, ইয়াত মোৰ কোনো সমস্যা আৰু আপত্তি নাই। মই ইচ্ছা কৰিয়ে তহঁত দুয়োকে এই কাৰ্যকলাপৰ বাবে সন্মতি দিছো।”


তাৰ পিছত বিনোদে মোলৈ চাই কলে,”
কিন্তু কিবা পাবলৈ হলে কিবা হেৰুৱাব‌ই লাগিব।যোৱা ৰাতি ললীতক লৈ মোৰ ইৰ্ষাৰ ভাৱ হৈছিল।কিন্ত সমানে মই উত্তেজিত হৈছিলো।মই জানিছিলো যে মই যদি তোমালোকৰ কাষত থাকো তেন্তে হয়তো তুমি ললীতৰ সৈতে মুকলিকৈ সম্ভোগ কৰিব নোৱাৰিলা হলে সেয়েহে তুমি সাৰ পাই মোক কিবা কোৱাৰ আগতেই,মই সোনকালে দুৱাৰখন খুলি ঘৰৰ বাহিৰ হৈ বন্ধু জনৰ ঘৰলৈ গৈছিলো গৈ।যিদিনা তুমি মোৰ সন্মুখত সহজ অনুভৱ কৰিবা তেতিয়া হে মই তোমালোকৰ যৌনমিলনৰ দৃশ্য নিজৰ চকুৰে চাম।”


সেইবুলি কৈয়েই বিনোদ উত্তেজিত হৈ পৰিল আৰু মোৰ দেহৰ প্ৰতিটো অংগতে ক্ৰমে এটা এটাকৈ চুমাখাবলৈ লৈছিল।বিনোদক ইমান যৌন উত্তেজিত হোৱা আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ।সেয়েহে তেওঁক মই আজি সম্পূৰ্ণ সহযোগ দিবলৈ ধৰিলো।


লাহে লাহে মই ও অধিক উত্তেজিত হৈ পৰিছিলো। তেওঁ ইতিমধ্যে মোৰ যৌনিত লিঙ্গ প্ৰবেশ কৰি লিঙ্গচালন কৰিবলৈ আৰম্ভ কৰিছিল। মই লক্ষ্য কৰিছিলোঁ আজি যেন জীৱনত প্ৰথম বাৰ বিনোদৰ পুৰুষত্ব জাগি উঠিছে।তেওঁ মোক জোৰে জোৰে চুদি যাব ধৰিছিল।বিনোদৰ আজি যৌন শক্তি দেখি মই আচৰিত নহৈ নোৱাৰিলো।আগতে বিনোদক যৌনমিলনৰ সময়ত ইমান শক্তিশালী কেতিয়াও দেখা মনত নপৰে।বিনোদৰ হঠাৎ এই পৰিৱৰ্তন কেনেকৈ হল সেয়া মই ভাৱিব পৰা নাই।হয়তো মই ললীতৰ সৈতে যৌনমিলন কৰাৰ ফলতেই চাগে তেওঁৰো যৌনশক্তি বহুখিনি উন্নতি হৈছে।বিনোদৰ লিঙ্গটো মোৰ যৌনিৰ একেবাৰে ভিতৰলৈ সোমাই গৈছিল। এই বাৰ বিনোদে মোক তেওঁৰ কোলাত তুলিলৈ জোৰেৰে লিঙ্গ চালন কৰিবলৈ আৰম্ভ কৰিছিল।


বিনোদৰ আজি শক্তিশালী চুদন পাই আৰু ম‌ইও যথেষ্ট মজা লৈছিল আৰু উত্তেজনাত চিঞৰিবলৈ আৰম্ভ কৰিছিলো। তেওঁৰো মুখেৰে গৰম গৰম উশাহ বাহিৰ হৈ পৰিছিল।


এনে ধৰণে ১৫মিনিট মান চুদাৰ পিছত মই অৱশেষত খুব জোৰেৰে স্খলিত হৈ পৰিছিলোঁ আৰু ঘিঁউৰ দৰে মোৰ যৌনিৰ কামৰস তপিনাৰে বাগৰি গৈছিল। মই নিশ্চিত আছিলো যে তেতিয়ালৈকে বিনোদৰ লিঙ্গৰ স্খলন হোৱা নাছিল। আজি বিনোদৰ যৌনশক্তি দেখি মোৰ নিজৰে বিশ্বাস হোৱা নাছিল।জীৱনত প্ৰথম বাৰৰ বাবে আজি মোৰ স্বামীয়ে মোক যৌনমিলনত চৰম সুখ দিবলৈ সক্ষম হৈছিল।


ইতিমধ্যে জোৰদাৰ কেইটামান ধ্বাক্কা দি বিনোদো মোৰ দেহৰ ওপৰত ধলি পৰিছিল।তেওঁৰ লিঙ্গ‌ই ফিচকাৰি দৰে এসোপামান বীৰ্য মোৰ যৌনিৰ ভীতৰতে এৰি দিছিল।এটা শক্তিশালী লিঙ্গৰ দৰে আজি মোৰ স্বামীৰ চুদন ইমান শক্তিশালী আছিল যে মোৰ গোটেই দেহত কামনাৰ ঢ়ৌ বোৱাই দিছিল। মোৰ মুখ চিঞৰ আৰু বিনোদৰ লিঙ্গৰ ঠাপ ঠাপ শব্দই বন্ধ হৈ থকা কোঠাটো গুঞ্জন কৰি উঠিছিল।জীৱনত প্ৰথমবাৰৰ বাবে পূৰ্ণ যৌনমিলন কৰি বিনোদে উলাহ আৰু ভাগৰত ফোঁফাবলৈ ধৰিলে।
তাৰ পিছত যেতিয়া বিনোদে যোৱা ৰাতি ললীতৰ লগত আৰু এতিয়া তেওঁৰ লগত কৰা চুদনৰ আনন্দৰ আৰু সন্তুষ্টিৰ বিষয়ে মোক প্ৰশ্ন কৰিছিল তেতিয়া মই বিনোদৰ লগতহে বেছি আনন্দ পোৱাৰ কথা (মিছাকৈ) কৈছিলোঁ।দীৰ্ঘ সময়ৰ মোৰ যৌনমিলনৰ তৃষ্ণার্ত আৰু আকাংক্ষিত পূৰন কৰিবলৈ আৰু বিনোদক ললীতৰ সৈতে যৌনমিলন কৰি এবাৰতে বিষেশ একো বুজিব নোৱাৰিলো বুলি কৈ পৰৱৰ্তী কেইদিনমানৰ বাবে মই ললীতৰ সৈতে যৌনমিলনত লিপ্ত হবলৈ।অনুমতি বিচাৰিছিলো, তেওঁ আনন্দেৰে মোক সন্মতি দিছিল।


সেই নিশাৰ পিছত পৰৱৰ্তী দহ বাৰমান বিনোদে গম নোপোৱাকৈ মই ললীতৰ দীঘল লিঙ্গৰ চুদন খাইছিলোঁ।আৰু প্ৰতি বাৰতে দুবাৰ কৈ ললীতৰ সৈতে পৰম যৌন আনন্দ আৰু সন্তুষ্টি অৰ্জন কৰিছিলো। আৰু এই দৰে যোৱা তিনি বছৰত, মই প্ৰতি সপ্তাহত এবাৰকৈ ললীতৰ সৈতে সহবাস আৰু যৌন সম্ভোগ কৰি আহিছোঁ।ললিতেও মোৰ দেহৰ কামনা আৰু চুদনৰ ইচ্ছা শান্ত কৰি সম্পূৰ্ণ যৌন আনন্দ আৰু চৰম সন্তুষ্টি উপভোগ কৰাই আহিছে।এই তিনি বছৰত বিনোদে জনাকৈ ললিতৰ সৈতে তিনিবাৰ মানহে যৌনমিলনত লিপ্ত হৈছোঁ।বাকীবোৰ সকলো বিনোদৰ অজ্ঞাতে ললীতে মই গোপনে কৰিছোঁ।সেই বোৰ কেনেকৈ কৰিছিলোঁ কিয় কৰিছিলোঁ সেই বিষয়ে পিছলৈ লিখিম।আৰু মই আত্মবিশ্বাসী যে পৰৱৰ্তী কেইবা বছৰধৰি মই ললীতৰ পৰা এই আনন্দদায়ক যৌন আনন্দ আৰু চুদনৰ পৰম সন্তুষ্টি লাভ কৰি যাম।


মোৰ জীৱনত যৌন আনন্দৰ অভাৱ আঁতৰাই যৌনমিলনৰ পৰম সুখ লাভ কৰিবলৈ লগতে মোৰ যৌনজীৱন জিপাল কৰি ৰখাৰ বাবে মই গোটেই জীৱন মোৰ স্বামীৰ প্ৰতি দায়ৱদ্ধ আৰু কৃতজ্ঞ হৈ ৰৈছো, মোক পৰপুৰুষৰ সৈতে যৌনসম্পৰ্ক কৰি যৌন আনন্দ আৰু চুদনৰ চৰম সন্তুষ্টি লাভ কৰিবলৈ মোক সন্মতি আৰু সমৰ্থন দিয়াৰ বাবে মই মোৰ স্বামীক জীৱন জুৰি অতি কৃতজ্ঞ হৈ ৰ’ম।
মোক যোৱা পৰবৰ্তী তিনি বছৰৰ পৰা মোৰ সৈতে যৌনমিলন কৰি আনন্দ,আৰু তেওঁৰ দীঘৰ লিঙ্গৰ চুদনৰ চৰম সন্তুষ্টি প্ৰদান কৰাৰ অৱদানৰ বাবে মই ললীতৰ প্ৰতিও বহুত কৃতজ্ঞ।


পৰিৱৰ্তন হৈছে পৃথিৱীৰ কোনোয়ে সলাব নোৱাৰা এক নিয়ম। এটা সময়ত, পুৰুষসকলে তেওঁলোকৰ পত্নী বা প্ৰেমিকাক কোনো পৰপুৰুষৰ সৈতে কথা পাতি থকাও দেখিব নোৰিছিল। একেদৰে,পত্নী আৰু প্ৰেমিকা সকলেও আন কোনো নাৰীৰ সৈতে তেওঁলোকৰ স্বামী বা প্ৰেমিকক সহ্য কৰা নাছিল।
কিন্তু এতিয়া বহুতেই ,(কিবা নতুনত্ব কৰাৰ উদ্দেশ্যেৰ) দৌৰত যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে।ঠিক মোৰ স্বামী বিনোদৰ দৰেই।এই নতুনত্ব দৌৰত,(cuckolding) স্বামী আৰু পত্নীয়ে আলোচনা কৰি তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে নাইবা কোনো পছন্দৰ পৰপুৰুষৰ লগহৈ পৰপুৰুষৰ লগত যৌন সম্ভোগ কৰে।আৰু তেওঁৰ লোকৰ নিজৰ নিজৰ যৌন ফেণ্টাছী পূৰন কৰে। এজন পৰপুৰুষৰ সৈতে নিজৰ পত্নী বা প্ৰেমিকাক যৌনমিলন কৰিবলৈ আগবঢ়াই দি যৌনমিলনৰ চৰম সুখ প্ৰদান কৰি আনন্দ উপভোগ কৰে।
এইয়া কেৱল কল্পনা নহয়, বৰ্তমান এইয়া এক চিৰ সত্য।ইয়াৰ সাক্ষী মই নিজে আৰু ই বৰ্তমানে অতি প্ৰচলিত, বিশেষকৈ আমাৰ দৰে মুক্ত মনৰ লোকৰ ক্ষেত্ৰত।বৰ্তমান আমাৰ গুৱাহাটীৰ চহৰত ইয়াৰ পাদুৰ্ভাৱ ক্ৰমে বেছি হৈছে।
পুৰুষসকলে যিদৰে তেওঁলোকৰ মনৰ ইচ্ছা কথাটো নিসংকোচে প্ৰকাশ কৰিব পাৰে,লিখি দিব পাৰে।কিন্তু আজিৰ নাৰীও পিছপৰি ৰোৱা নাই।আজিৰ নাৰীও অতি সাহসী হৈ পৰিছে আৰু তেওঁলোকৰ নিজৰ যৌনজীৱন নিজৰ ইচ্ছা অনুসৰি উপভোগ কৰে।
বিশেষকৈ মই অনুভৱ কৰো যে পুৰুষতকৈ নাৰীৰ যৌন ইচ্ছা আৰু ছেস্কফেন্টাসী কল্পনাবোৰ অধিক উদ্দীপিত আৰু উত্তেজিত হয়। কিন্তু কিছুমান নাৰীয়ে এনে ধৰণৰ যৌন কল্পনাবোৰক আৰু ছেস্ক ফেণ্টাছী বোৰক অসুস্থতা বুলি বিবেচনা কৰি সেইবোৰৰ পৰা আঁতৰি থাকি ৰসহীন এটা যৌনজীৱন কটায়। আৰু তৃতীয়তে, আন্তৰাষ্ট্ৰীয় মনোবিজ্ঞানী সকলে মহিলাৰ মনৰ মেজাজ, তেওঁলোকৰ যৌন আকাংক্ষা আৰু চিন্তা বুজিবলৈ সক্ষম হৈছে‌, লগতে আজি মোৰ এই কাহিনীটো যি সকল নাৰীয়ে পঢ়িছে তেওঁলোকে নিজৰ স্বামীৰ সৈতে যৌন খেলত কিছু আগবাঢ়িবলৈ সহায় হব বুলি আশা কৰিছো।
মই ভাবো যে যৌনকল্পনাৰ ক্ষেত্ৰত অৰ্থাৎ ছেস্ক ফেণ্টাছীৰ ক্ষেত্ৰত ল’ৰাতকৈ ছোৱালী অধিক সাহসী আৰু বন্য।
“পৰপুৰুষৰ সৈতে যৌনসম্ভোগ,” এই কথাখাৰ যেতিয়া মই প্ৰথমে মোৰ স্বামীৰ মুখৰ পৰা শুনিছিলো, মই আচৰিত হৈছিলো যে এইটো এটা মানসিক বিকাৰ নহয়টো, কিন্তু তাৰ পিছত আৰু দুগৰাকী মোৰ বান্ধৱীয়ে ফোনত কৈছিল যে তেওঁৰ লোকৰ স্বামীৰ সৈতে যৌন সম্ভোগৰ সময়ত যৌন সম্পৰ্কত তেওঁলোকৰ যৌন কল্পনাৰ অৰ্থাৎ পৰপুৰুষৰ লগত যৌনমিলনৰ কল্পনা কৰিলে তেওঁলোকে প্ৰায়ে অত্যাধিক উত্তেজিত আৰু উদ্দীপনা পাবলৈ সক্ষম হয়।।আনকি এনেয়ে যৌন কল্পনা কৰোতেও পৰপুৰুষক কথা ভাৱি অধিক উত্তেজিত হয়।
মোৰ আন এগৰাকী বান্ধৱীয়ে এদিন তাইৰ ছেস্ক ফেণ্টাছীৰ বিষয়ে কোৱা কথা এটা মনত পৰিল তাই কৈছিল যে,(“”মই সদায়েই কল্পনা কৰো যে স্বামীৰ সন্মুখত মোক কোনো পৰপুৰুষে উচ্চ যৌনসঙ্গম কৰক।”)
এইটো এটা একে ধৰণৰ যৌন কল্পনা, ছেস্ক ফেণ্টাছী।এনে কল্পনা বেছিভাগ বিবাহিত নাৰীয়েই কৰে।যাৰ স্বামীসকলে হয় তেওঁলোকক যৌন সম্ভোগত ভালদৰে সন্তুষ্ট কৰিবলৈ সক্ষম নহয় বা তেওঁলোকৰ বন্য যৌন কল্পনা আৰু যৌন‌ইচ্ছা পূৰণ কৰিব নোৱাৰে!
কিছুমান স্বামীয়ে পত্নীক সুখী কৰাৰ পৰা বিৰত থাকে বা যৌন সম্পৰ্কত নতুন উত্তেজক ভাৱে পত্নী গৰাকীক যৌনসুখ দিবলৈ চেষ্টা নকৰে কিয়নো তেনে স্বামীয়ে কেৱল মাত্ৰ নিজৰ সুখৰ কথাহে ভাৱে।পত্নীৰ যৌনসুখৰ কথা কোনো গুৰুত্ব নিদিয়ে। তাই মোক কৈছিল যে তাই কল্পনা কৰে যে তাইৰ স্বামীৰ সন্মুখতে অন্য পুৰুষৰ সৈতে যৌন সম্ভোগ কৰি স্বামীক দেখুৱাই দেখুৱাই চুদিবলৈ মন আছে…তাই স্বামীক দেখাব বিছাৰে যে প্ৰকৃত চুদন কেনেদৰে দিব লাগে।আৰু আন এগৰাকীয়ে মোক কৈছিল যে, (“মই বিচাৰোঁ মোৰ স্বামীয়ে নিজেই এজন অন্য পুৰুষৰ সন্মুখত মোৰ ভৰি দুটা মেলি বহল কৰি দিয়ক আৰু সেই জন পৰপুৰুষে স্বামীৰ সন্মুখতেই মোক অকথ্য যৌন উৎপীড়নেৰে চুদন দিয়ক,”।)এইবোৰ কথা শুনি আপোনালোকৰ অতি অদ্ভুত আৰু আচৰিত হৈছে ছাগে। কিন্তু মই আপোনালোকক ন দি কওঁ যে মই যি লিখিছো সেয়া ১০০% সচা আৰু এইদৰেই ব্যক্ত কৰিছিল মোৰ বান্ধৱী সকলে। তেওঁ লোকৰ মনৰ ইচ্ছাৰ কথা।
পাঠক সকল,যৌন কল্পনা আৰু ছেস্ক ফেণ্টাছী হৈছে যি আপোনাক অধিকতকৈ অধিক মজা প্ৰদান কৰে, কিন্তু ইয়াক বাস্তৱত কৰিব পাৰিলে তাতোকৈ বেছি মজা পোৱা যায়। আমি মনত ভৱা আৰু চিন্তা বা সপোনে সদায় বাস্তৱত বহুগুণ বেছি আৰু অধিক মজা দিয়ে।এইয়া মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছো।
ওপৰোক্ত দুয়োজনী বান্ধৱীৰ ক্ষেত্ৰত, পৰপুৰুষৰ লগত যৌনমিলনৰ ইচ্ছা থকাৰ ওপৰিও কোনোবা খিনিত স্বামীৰ ওপৰত তেওঁলোকৰ খং বহিপ্ৰকাশ‌ও আছে আৰু মই ভাৱো নিজৰ মনৰ মাজত থকা ছেস্ক ফেণ্টাছী পূৰণ কৰাটোৱেই হৈছে সঠিক সিদ্ধান্ত।
এই বান্ধৱী দুগৰাকী বিবাহিত আৰু অতি শিক্ষিত আৰু ভাল ঘৰৰ, তেওঁলোকৰ মাজৰ এগৰাকী চিকিৎসকো, আৰু তেওঁৰ লোকৰ ছেস্ক ফেণ্টাছী বোৰ মোৰ আগত share কৰাৰ পিছত মই অতি পাতল আৰু মুক্ত অনুভৱ কৰিছিলো।

আমি প্ৰথম বিবাহ বন্ধনত বান্ধখোৱা দিনাৰ পিছতেই মই আবিষ্কাৰ কৰিছিল কথাটো। একো একোটা ৰাতি মোৰ খুব খং উঠিছিল মোৰ স্বামীৰ ওপৰত। বিৰক্তিত আৰু অভিমানত মুখখন ফুলাই বহি থাকিছিলো। বহুত ৰাতিলৈ টোপনি নাহিছিল কেতিয়াবা। পিছলৈ লাহে লাহে মই অভ্যস্ত হৈ পৰিছিল। খং, অভিমান কৰি লাভ নাই…কথাটো মই পলমকৈ হ’লেও বুজি উঠিছিলো। শেষত খং কৰিবলৈ এৰি দিছিলো। স্বামীৰ দূৰ্বল যৌনমিলনৰ অভ্যাসৰ লগত সহবাস কৰি কৰি এটা সময়ত মই সেইটোকেই স্বাভাৱিক যেন ধৰি লৈছিলো।মোৰো আচলতে অভ্যাস হৈ গৈছিল…
দিনজোৰা ব্যস্ততা আছিল আমাৰ দুয়োটাৰে। চাকৰিজীৱী স্বামী আৰু ঘৰৰ দৈনন্দিন কৰ্মজীৱনৰ আমিহাল মেৰু আৰু বিপৰিতমুখী।স
স্বামীয়ে যদি কাউৰীপুৱাতেই উঠি কৰ্মস্থলীলৈ দৌৰ দিছিল, তাৰ বিপৰীতে গোটেই ৰাতি উজাগৰে থাকি সেই কাউৰী-পুৱাতেই শেতেলীত বাগৰ দিছিলহে ! গতিকে অঙ্কবোৰ বৰ জটিল আছিল। বৰ কষ্ট হৈছিল মিলাই চলিবলৈ দুয়োটাৰে। কিন্তু তাৰ মাজতো চলি গৈছিল প্ৰতি নিশা দূৰ্বল ৰসহীন অতৃপ্ত যৌন সম্ভোগ। বুজাবুজিৰ অভাৱ হোৱা নাছিল কোনোদিন ।দুয়োটা খুব উন্মুখ হৈ ৰৈ থাকিছিলো বন্ধৰ দিন আৰু ৰাতিবোৰৰ বাবে…
বন্ধৰ দিনবোৰত প্ৰায়েই দিনতেই যৌনসম্ভোগ কৰিছিল দুয়ো। কিন্তু দিনৰ দিনটো একেলগে থকাৰ পিছতো দেখোন হেঁপাহ নপলাইছিল মোৰ।তৃপ্ত হোৱা নাছিলো স্বামীৰ সম্ভোগত। ৰাতি গুচি পূৱা হোৱাৰ ঠিক পিছৰে পৰাই পুনৰ ব্যস্ত হৈ পৰিছিলো দুয়ো। ব্যস্ত হৈ পৰিছিলো নিজ নিজ কামৰমাজত.. মোৰ মনৰ কথাৰ যেন স্বামীক কোৱাই নহ’ব ! অথচ এইমাত্ৰ ইটোৱে সিটোৰ সান্নিধ্যত পাৰ কৰি থৈ আহিছে সম্পূৰ্ণ এটা দিন এটা ৰাতি।নাই নাই…তাৰ পিছতো যেন হেঁপাহবোৰ ,মোৰ যৌন‌ইচ্ছা বোৰ আধৰুৱা হৈ ৰৈ যায়…ক্ৰমাৎ বন্য প্ৰেমৰ বন্যাত উটি যায় মোৰ মন…
প্ৰায়ে ৰাতি ঠিক এঘাৰ বাজি যোৱাৰ ঠিক পিছতেই কেনা লাগে আমাৰ সুন্দৰ স্বামী-স্ত্ৰী হালৰ সম্বন্ধত।আমাৰ মৰমবোৰে ৰাতিৰ মুখ নেদেখে। কাৰণ ? কাৰণ বেচেৰা স্বামীৰ কেতিয়াবা যদি Erectile Dysfunction কেতিয়াবা আকৌ Premature ejaculation!। ৰাতি ঠিক এঘাৰ বজাৰ পিছৰে পৰাই মোৰ চকুৰেটোপ টোপকৈ পানী ববলৈ আৰম্ভ কৰি দিয়ে। ওহোঁ..মই হেজাৰ চেষ্টা কৰিলেও মোৰ স্বামীৰ যৌন শক্তি শক্তিশালী কৰিব নোৱাৰো। বেচেৰী মই শোৱাৰ পৰা উঠি গৈ দুচকুত পানী মাৰি আহি পুনৰ দুখ ক্ষোভেৰে দেহত একোৰা যৌন জুই জ্বলাই বিচনাত পৰি দিওঁ।। তথাপিও তাই নিজকে আৰু কোনোমতে ধৰি ৰাখো।ইফালে স্বামীয়ে নাক বজাই মই ক’ব নোৱাৰাকৈয়ে টোপনিৰ কোলাত ঢলি পৰে।মই বেচেৰিয়ে দুখে-অভিমানে বুকুখন পৰ্বতাকাৰ কৰি মাজৰাতিলৈ সাৰ পাই থাকো..জানোচা এজন দিব্য পুৰুষ আহি মোৰ দেহৰ সকলো চাহিদা পুৰন কৰি আজি অত দিনে দপদপাই জ্বলি ৰোৱা দেহৰ যৌন জুই কোৰা নিৰ্ৰাপিত কৰিব। কিন্তু নাই…মোৰ এই অপেক্ষাই কোনো কাম নিদিয়ে। বেলিটোৱে ভুমুকি মৰাৰ পিছতহে মোৰ ক্লান্ত চকুৰ পতা মেল খায়। চকু মেলি উঠি দেখো যে মোৰ ব্ৰা,পেণ্টি,ব্লাউজ, চাদৰ আদি গোটেইবোৰ বিচনাত অত তত থোৱাতে থাকিল গোটেই ৰাতি।আৰু মোৰ কমনীয় দেহ সম্পূৰ্ণ উলঙ্গ হৈ থাকিল অনাদ অতৃপ্ত হৈ।মোৰ কামুক অতৃপ্ত দেহৰ ভাজে ভাজে ঠাহ খাই থাকে মোৰ অভিমানবোৰ…উত্তাল হৈ থাকে তৃঞ্চাতোৰ অংগবোৰ।ঠাহ খাই থাকে দুচকুৰ পতা জাপ নোখোৱা খংবোৰ…হতাশাত মনটোৰে মাজে মাজে বিদ্ৰোহী হৈ উঠে…মোৰ কান্দোন উজাই আহে…নিজৰ ওপৰতে খং উঠে মোৰ। নিৰূপায় ক্ৰোধত মইই দাঁত-ওঁঠ কামোৰো।পুৰুষত্বহীন এই মানুহটো !!! এইটোৱে কেতিয়াবা মোৰ কলিজাটো খাব! বিৰক্তিত মোৰ নাক-মুখ কোচ খাই আহে…
দিনবোৰ বাগৰিল। সময়বোৰ সলনি হ’ল। সলনি হ’ল সম্পৰ্কবোৰ…এসময়ৰ পৰস্পৰ বিৰোধী আমিহাল এতিয়া দায়িত্বশীল দম্পত্তি।স্বামী এখন প্ৰতিষ্ঠিত কোম্পানীৰ দায়িত্বশীল বিষয়া।আৰু মইও এটা ব্যক্তিগত ফ্ৰামৰ দায়িত্বশীলা কৰ্মচাৰী। এতিয়াও ব্যস্ততাই লগ এৰা দিয়া নাই কাকো। অথচ যৌনজীৱনৰ প্ৰতিটো পল বৰ সুখেৰে পাৰ কৰিছো।যৌনমিলনৰ উন্মাদনাৰ উচ্ছল ঢৌবোৰে এতিয়া সিমানকৈ কোবাবলৈ সুচল নাপায় মোক। পৰপুৰুষৰ সান্নিধ্যই দুয়োক সুস্থিৰ কৰিছে এতিয়া। অথচ কিছুমান কথা এতিয়াও সলনি হোৱা নাই…হয়তো সলনি নহয় কাহানিও…

আগলৈ:

10 thoughts on “স্বামীৰ ইচ্ছা 13”

Leave a Comment

error: Content is protected !!