গাঁওৰ ঘৰ খণ্ড ৫
দহ মিনিট মান পাছত ডাঙৰ খুৰীয়ে চাহ দি গল । মোৰ পুৱাৰ ভাত খোৱা অভ্যাস নাই । দহটা মান বজাত ঠাই খিনি অলপ ঘূৰি পকী চাওঁ আৰু atmৰ পৰা অলপ পইচা অলপ লৈ আহোঁ বুলি কাপোৰ কানি পিন্ধিব লৈছিলোহে দেখা দিলে নহয় এটা ভয়ংকৰ সমস্যাই । তাকলাজন আৰু তাৰ লগৰজন আহিছে তাক হেনো গোটেইখিনি পইচা …