গাঁওৰ ঘৰ খণ্ড ৩ - AssameseSexStory.xyz

গাঁওৰ ঘৰ খণ্ড ৩

খুৰী2ৰ তেনেকুৱা আচৰণ দেখি মই আচৰিত হলো । অলপ সময় মোবাইলটো খোচৰাৰ পাছত খুৰী1 য়ে মোক ভাত খাবলৈ মাতিবলৈ আহিল । মই গৈ বহিলোঁ ,মোৰ সমুখত খুৰী2 আৰু বাওঁফালে খুৰী1 বহিল । মোৰ সোঁফালে এখন কাঁহী বঢ়া আছে,নিশ্চয় দেৱশ্ৰীৰ বাবে কিন্তু কিয় জানো তাই খাবলৈ অহা নাই । খুৰী1- ঐ দেবু ভাত খাবলৈ নাহ কিয় ? ইমান দুখ কৰি থাকিলে কি হব । দাদাৰে কি বুলি ভাবিব ।

তাই কিয় ভাত খাবলৈ নাহিল মই বুজি নাপালোঁ । মই থকা বাবেই নহয়টো ? মনটো ঘূৰাবলৈ মই খুৰী1 সুধিলোঁ-পইচা নিব অহা মানুহ কেইজনে কাম সোনকালে কৰাৰ কথা কৈ আছিল?

মই প্ৰশ্নটো সোধাৰ লগে লগে খুৰীয়ে কিবা ভাবিলে আৰু কলে

খুৰী1- নাই বিশেষ একো নাই । মই তাৰ পৰা 80000 টকা ধাৰলৈ লৈছিলোঁ সেইটো ঘূৰাই দিয়াৰ কথা কৈ আছিল । মই সোনকালেই তাৰ পইচা ঘূৰাই দিম ।চিন্তা কৰিব লগীয়া একো নাই ।

মই-ঠিক আছে তেনেহলে ।

কিন্তু খুৰীয়ে মোক মিছা কোৱা যেন লাগিল । ভাত খোৱা হোৱাৰ পাছত মই খুৰী2ৰ লগত একেলগে হাত ধুবলৈ গলো । হাত ধুই থকাৰ সময়ত খুৰী2য়ে কলে-মালতী বাইদেউ হতক সেই তাকলাটোৱে বৰ আমনি কৰে যান’ ।

মই- কি আমনি কৰে ?

খুৰী2য়ে কিবা কব খুজোঁতে তেওঁৰ কেঁচুৱাটোৱে কান্দিব ধৰিলে ।

খুৰী2- বাবা সাৰ পালে, মই তাক গাখীৰ খুৱাব যাওঁ । অলপ পাছত মই তোৰ ৰুমলৈ গৈ আছোঁ ।

সেইবুলি কৈ খুৰী2 কঁকাল লৰাই লৰাই তাৰপৰা গুচি গল । মই মোৰ ৰুমলৈ গৈ অলপ টোপনি মাৰিলো ।সাৰ পোৱালৈ দেখিলো সন্ধিয়া নামিছে আৰু খুৰী2য়ে মোৰ বাবে চাহ লৈ আনিছে । সৰুৰে পৰা এটা ৰুমত অকলে থকা স্বভাৱ বাবে মই খালি গাৰেই শু । খুৰী2য়ে চাহৰ প্লেট খন কাষৰ টেবুল খনত ৰাখি মোৰ বিছনাতে বহি ললে । মোৰ চুলিত হাত বুলাই মোক টোপনিৰ পৰা জগালে । মই শাৰ পোৱাৰ পাছত মোৰ অৰ্দ্ধউলংগ শৰীৰত হাত বুলাব ধৰিলে ।

খুৰী2- বাবা তই জিমলৈ যাৱ নেকি? ইমান ধুনীয়া বডী বনাইছ ।

মই-আগতে গৈছিলোঁ আজিকালি নাযাওঁ ।

খুৰী2য়ে আৰু কিছু সময় মোৰ বুকুত হাত বুলাই যাবলৈ থিয় হল আৰু মোক চাহ খাবলৈ কলে । মই দুপৰীয়াৰ আধৰুৱা কথাখিনি সুধিম বুলি ভাবিলোঁ ।

মই- খুৰী তুমি যে কৈছিলা খুৰী1হতক কোনোবাই আমনি কৰে ঘটনাটো কি তাৰমানে ?

খুৰী2য়ে দুষ্ট হাঁহি এটা মাৰি কলে- এতিয়া বহুত কম আছে মোৰ এইবোৰ কৈ থাকিব সময় নাই । আৰু তোক কাহিনী কৈ মইনো কি পাম ? বাইদেউকে সুধি লবি তই ।

মই খুৰীৰ ইংগিত বুজি পালো । বিচনা সাদৰৰ তলৰ পৰা মানি বেগ তেওঁ উলিয়ালোঁ ।দেখিলোঁ যে আৰু মাত্ৰ 700 টকাহে আছে এখন 200 টকীয়া আৰু এখন 500 টকীয়া । ইয়াত যিহেতু upi প্ৰচলন কম, মই হাত খৰছ 500 টকা ৰাখি 200 টকাটো খুৰী2ক দি দিলোঁ । খুৰীয়ে 200 টকীয়াখন ভালকৈ চালে আৰু ব্লাউজৰ তলত সোমাই ললে আৰু মোক কলে ।

খুৰী2- ইমান কৃপন তই । মই ইমান কম পইচাৰ বাবে ইয়াত ৰৈ নাথাকো ।

এনেকৈ কৈ হাঁহি এটা মাৰি তেওঁ যাবলৈ ওলাল । তেতিয়া মোৰ জানো কৰ পৰা ইমান সাহস আহিল মই তেওঁৰ হাত খনত থাপ মাৰি ধৰি বিচনাত বগৰাই ললোঁ আৰু মই তেওঁৰ গাৰ ওপৰত শুই ললোঁ । খুৰী2 চক খাই উঠিলে । কি হল ভাবিবই নোৱাৰিলে । তেওঁৰ দুয়োখন হাত মোৰ হাতেৰে বিচনাত হেঁচি ধৰি মই কলো- 200 টকা কি টকা নহয় নেকি ।

খুৰী2য়ে হাঁহি এটা মাৰি কলে- মই 200 টকাৰ বাবে ইমান কাহিনী কৈ থাকিব নোৱাৰো ।

মই- কি কৰিব পাৰিবা তেনেহলে ?(মই অলপ দুষ্ট হাঁহি এটা মাৰি কলো)

খুৰী2- একো নোৱাৰো ।

মই – তেনেহলে মই মোৰ 200 টকাটো ঘূৰাই লওঁ ।

সেইবুলি কৈ মই খুৰীৰ দুয়োখন হাত মোৰ সোঁ হাত খনেৰে ধৰি ললোঁ আৰু বাওঁহাত খন তেওঁৰ ব্লাউজৰ তলত সুমাই 200 টকীয়াখন উলিয়াই লৈ আহিলোঁ ।

খুৰী2- ৰস বাবা ৰস পইচা টো দে মোক মই কৈ আছোঁ কি হৈ আছে ।

তেনেকৈ কোৱা শুনি মই পুনৰ পইচাটো তেওঁৰ ব্লাউজ নহয় একেবাৰে ব্ৰাৰ তলত সোমাই দিলোঁ । খুৰীয়ে কোৱা আৰম্ভ কৰিলে।

খুৰী2- সিহঁতে বিয়াৰ কথা কৈ আছিল । আমাৰ দেৱশ্ৰীৰ বিয়া ।

মই- সেই তাকলাটোৰ লৰাৰ লগত নেকি?

খুৰী2-নহয়

মই-তেনেহলে?

খুৰী2- সেই তাকলাটোৱে আমাৰ দেৱশ্ৰীক বিয়া কৰাব খোজে । আগৰ পত্নী জনী ঢুকাইছে তাৰ । তাৰ 10 বছৰীয়া সন্তান এটাও আছে ।

কথাখিনি শুনাৰ লগে লগে মোৰ ইমান খং উঠিল যে খুৰীৰ লাহী পাহি দেহৰ ওপৰত বাগৰি উৎগীৰণ হোৱা যৌন উত্তেজনা নিমিষতে নোহোৱা হৈ গল । মই লগে লগে উঠি বহিলোঁ ,লগে লগে খুৰীও উঠি বহিল আৰু নিজৰ আচল আৰু ব্লাউজ ঠিক কৰিব ধৰিলে । মই একেবাৰে খঙত সুধিলোঁ- ঘৰ কত সেই তাকলাটোৰ ।

খুৰী2- বাবা ইমান বলিয়া নহবিচোন । এই সন্ধিয়াবেলা তাৰ ঘৰ জানি কি কৰিবি তই । আৰু বেছি চিন্তা কৰিব নালাগে এইবাৰ তোৰ খুড়া ঘৰলৈ আহিলে আমি তাৰ পইচা ঘূৰাই দিম ।

এনে বাহিৰৰ পৰা খুৰী1 সোমাই আহিল । ভাগ্যভাল,2মিনিট আগতে অহা হলে সৰ্বনাশ হলেহেঁতেন ।

খুৰী1- কবিতা টোৰ চাহ খিনি দিওঁতে ইমান সময় লাগে । আহ পাকঘৰলৈ কাম আছে বহুত ।

খুৰী2 যে মোৰ ফালে হাঁহি মাৰি কলে – ঐ কৃপন তই বহ ইয়াতে আমি ভাত বনাও ।

গাঁৱলীয়া মানুহবোৰে সোনকালে শুৱে । সেইবাবে 8:30 মান বজাতেই খুৰী2য়ে মোৰ ৰুমলৈ ভাত লৈ আহিল । কাঁহী ওচৰত থৈ তেওঁ কলে- ঐ কৃপন 500 টকাত কি কি পাই জানিবলৈ হলে ৰাতি 11তাৰ পাছত মোৰ ৰুমলৈ আহিবি ।

মই- মুখ মেলি তেওঁৰ ফালে চাই থাকিলোঁ ।

অলপ পাছত মই খাই লৈ বিচনাত বাগৰ দিলোঁ  । আৰু খুৰী2ৰ কথা ভাবিলোঁ । 500 টকাত তেওঁ বা কি কি দিব । তেওঁৰ ব্যৱহাৰ চাই সকলো দি দিব যেনেই লাগিছিল । 500 টকাত তেনেকুৱা মাল এজনী পালে নালাগে আৰু । ধুনীয়া হাঁহি,ডাঙৰ ডাঙৰ চকু, দীঘল দীঘল ভৰি, সগৌৰবে থিয় হৈ থকা বক্ষ যুগল আৰু প্ৰতিটো খোজতেই জঁপিয়াই উঠা দুখন ডাঙৰ আৰু ধুনীয়া টীকা । বহুসময় ভাবি ভাবি শেষত খুৰী2ৰ প্ৰস্তাৱ স্বীকাৰ কৰি মই 500 টকীয়া খন মোৰ হাফ পেন্টৰ পকেটত লৈ  ৰুমৰ পৰা ওলাই গলো । খুৰী2ৰ দৰ্জা খন লাৰিব খোজতেই কোনোবাই মোৰ কান্ধত হাত দিলে । মই থতমত খাই ঘূৰি চাই দেখিলো যে খুৰী1 মোৰ পাছফালে থিয় হৈ আছে । তেওঁ মোক সুধিলে- এই ৰাতি কি কৰিছ তই?

মই- মোৰ অকলে থাকিব ভয় লাগে সেইবাবে ভাবিলোঁ সৰু খুৰীৰ ৰূমতে ঠাকো ।(মই মিছা মাতিলো)

খুৰী1- কবিতা শুইছে কিজানি । এইৰাতি তাইক আৰু যোগাব নালাগে । তই আমাৰ ৰুমত শুবি বল ।

মোৰ গোটেই পৰিকল্পনাঃ অথলে যোৱা যেন লাগিল । কিন্তু উপায় নাই , খুৰী1ৰ পিছে পিছে যাব লগা হল । সুৰী1 হতৰ ৰুমত সোমালো ।খুৱণি কোঠাৰ লাইট বন্ধ হৈ আছিল কাষৰ ৰুমৰ 0পাৱাৰৰ লাইটৰ অলপ অলপ পোহৰ আহি আছিল। ৰূমটোৰ আকাৰ প্ৰায় মোৰ ৰূমটোৰ সমানেই হব কিন্তু বেছি বয় বস্তু নাই যেন লাগিল। দুখন বিচনা এখন দুজনীয়া আনখন একজনীয়া । যোৱাৰ লগে লগে খুৰীয়ে মোক হাতত গাৰু এটা দি এখন বিছনাৰ ফালে যাবলৈ কলে । মই বিচনাখনৰ ওচৰত গৈ মোবাইলৰ ফ্লেছটো অন কৰি দিয়েই দেখা পালোঁ যে সেই বিচনা খনত দেৱশ্ৰী আগৰে পৰা শুই আছে । মই খুৰীক কলো- খুৰী তুমি ইয়াত আহা মই তাত অকলে শুম ।

খুৰী1- নালাগে দে তোৰ বোলে চোন ভয় লাগে তই তাতেই শু ।

মই- এই বেয়া পাব কিজানি মই এনেকৈ তাইৰ লগত শুলে ।

খুৰী1- নেপাই দে শু তই বহুত দেৰি হৈছে ।

মই ফ্লেছৰ পোহৰত আকৌ এবাৰ দেৱশ্ৰীৰ ফালে চালো । পিন্ধনত এটি পাতল ফ্ৰক,ফ্ৰকটো আঁঠুৰ ওপৰলৈ উঠি আছে, ব্ৰাও পিন্ধা নাই কিজানি, গাখীৰৰ দৰে বগা উৰুখন অলপ দেখা হৈ আছে মুঠতে ইমান ধুনীয়া তাই । তাইৰ মাকে অনুমতি দিছে যিহেতু মই বেছি কথা নাভাবি তাইৰ কাষতে শুই গলো । ৰাতিপুৱা মোৰ লগত আচৰিত ঘটনা এটা হল ।

আগলৈ

ৰাতিপুৱা কি নো হল জানিবলৈ আগৰ খণ্ডলৈ অপেক্ষা কৰক । এই কাহিনীৰ মুখ্য নায়িকা হল দেৱশ্ৰী । কিন্তু মোৰ গাঁওৰ ঘৰত মোৰ প্ৰথম মিলন কবিতা খুৰীৰ লগতেই হৈছিল ।

23 thoughts on “গাঁওৰ ঘৰ খণ্ড ৩”

  1. Baba hoi daily dia nohole dighoke likha.. hat maribo ulaute kahini ses.. kahinit jeneke tar bari namil taklar lgt biyar kotha koute . Teneke muru namil

    Reply

Leave a Comment

error: Content is protected !!