যৌনতাৰ এক সুকীয়া মাদকতা আছে৷তাতে মনে মিলা সঙ্গী লাভ কৰিলে সোণত সুৱগা চৰে৷কাহিনীটো একেবাৰে সঁচা৷
মোৰ নাম পল্লৱ শইকীয়া৷গুৱাহাটীৰ ভৰলুমুখত ঘৰ৷ব্যৱসায়ৰ লগতে মই সামাজিক কামতো জড়িত হৈ থাকো৷এবাৰ সভা এখনিত গোৱালপাৰাৰ পাৰুল দাসৰ সৈতে চিনাকি হৈছিল৷তাই পঢ়াত অত্যন্ত চোকা ছোৱালী আছিল৷দেখাত ধুনীয়া হোৱাৰ লগতে আচাৰ-ব্যৱহাৰো মাৰ্জিত আছিল৷
২০১২ চনত টেট উৰ্ত্তীণ হৈ তাই ধুবুৰী জিলাত শিক্ষয়িত্ৰী হিচাপে চাকৰি জীৱন আৰম্ভ কৰে৷আমাৰ বন্ধুত্বও ইতিমধ্যে ৩ বছৰ অতিক্ৰম কৰিছিল৷কোনোদিনে প্ৰেমৰ প্ৰস্তাৱ দিয়া হোৱা নাছিল যদিও আমি এটাই-আনটোৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিলোঁ৷ইতিমধ্যে পৰিয়ালে ঘৰৰ ওচৰৰ যুৱক এজনৰ সৈতে তাইৰ বিয়া ঠিক কৰিছিল৷বিয়াখনত তাইৰ সন্মতি নাছিল যদিও মাক-দেউতাকৰ কথা ৰাখিবলৈ বাধ্য হৈছিল৷
আগলৈ
Ki story dse he klh
Eman Xuti k Likhat koi nilikhile val pam
just mail
Msg mee dear
deekakme2@gmail.com
Dhei..agla ki bal story likhsa kla.