অত্যাচাৰ
গুৱাহাটীৰ পৰা আহি ঘৰ পাওঁতেই সন্ধিয়া চাৰে আঠ মান বাজিল ।ছোৱালীজনীয়ে নিজৰ কোঠাত পঢ়ি আছিল ।মায়ে পাকঘৰত ভাত বনাই আছিল ।গাটো ধুই নিজৰ ৰূমৰ লাইটতো বন্ধ কৰি বিচনাত বাগৰি দিলো ।চাৰে ন মান বজাত মায়ে ভাত খাব মাতিলে যদিও গাটো বেয়া লগা বুলি কৈ শুই দিলো ।ছোৱালীজনীৰ বয়স এঘাৰ বছৰ । মোৰ মানুহজন ঢুকুৱা তেৰ …