- শুক্ৰবাৰ, ফিটনেছ চেন্টাৰ টো বন্ধ থাকে তেওঁৰ। সাপ্তাহিক চুটি। সপ্তাহৰ বাকী দিনবোৰত ৰুটিনমাফিক ব্যস্ততা তেওঁৰ। ৰাতিপুৱা ৭ বজাৰ পৰা ১০ বজালৈ আৰু আবেলি ৪ বজাৰ পৰা ৰাতি ৯ বজালৈ চেন্টাৰত থাকে তেওঁ। চেন্টাৰত তেওঁৰ বাহিৰে তেওঁৰ তলতীয়া মুঠ ট্ৰেইনাৰ আছে ৭ জন। মিছেচ ডায়েনাৰ ফিটনেছ চেন্টাৰটোক,
দিল্লীৰ নিচিনা চহৰত, ডাঙৰ ফিটনেছ ট্ৰেইনিং চেন্টাৰ কাম প্ৰফেশ্যনেল জীম বুলিয়ে কব পাৰি। এনেকুৱা এটা ডাঙৰ প্ৰতিষ্টান দিল্লীৰ নিচিনা মেট্ৰপলিটান চহৰত থিয় কৰোৱাটো মুখৰ কথা নহয়। যথেষ্ঠ পৰিশ্ৰম আৰু ত্যাগৰ ফচল এয়া। গিৰীয়েক আদিল হাজৰিকায় ডিভোৰ্চ দি ডুবাইলৈ যোৱাৰ ১৭ বছৰ হৈছে। এই ১৭ বছৰত পিছলৈ আৰু ঘুৰি চোৱা নাই মিছেচ ডায়েনা হাজৰিকাই। ডিভোৰ্চৰ আগলৈ বেলেগৰ ফিটনেছ চেন্টাৰ কাম জিম এটাত ট্ৰেইনাৰ হিচাপে কাম কৰিছিল মিছেচ ডায়েনাই। মোটা অংকৰ পাৰিশ্ৰমিক আছিল যদিও, আগৰে পৰাই তেওঁৰ নিজাববীয়াকৈ কিবা কৰাৰ মন আছিল। স্বাধীনচেতিয়া নাৰী ডায়েনা হাজৰিকা। আনৰ বশ্যতা স্বীকাৰ কৰাটো কোনোপধ্যেই পছন্দ নহয় তেওঁৰ।
পুনে ইউনিভাৰ্চিটিৰ পৰা ফিটনেছ ট্ৰেইনিং সম্পৰ্কীয় ডিপ্লোমা কোৰ্চ কৰিছিল তেওঁ। তাৰ পিছত নেশ্যনেল ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিং এছ’চিয়েশ্যন চমুকৈ NSCAৰ পৰা স্পেশিলাইজেশ্যন কৰে। মিছেচ ডায়েনাই এই সকলোবোৰ ডিপ্লোমা কোৰ্চ কৰে ৬ বছৰীয়া আদিত্য আৰু আৰু ৪ বছৰীয়া ডেইজীক কেয়াৰ টেকাৰৰ দ্বায়িত্বত থৈ। এগালমান সন্তান জন্ম দি আৰু সিঁহতক লালন-পালনৰ নামত ঘৰটোতে সোমাই থাকি জীৱনটো উচৰ্গা কৰা নাৰী ডায়েনা হাজৰিকা নহয়। নিজৰ বুলিবলৈকো তো জীৱন এটা থাকে। মেধাবী ছাত্ৰী আছিল ডায়েনা হাজৰিকা। স্কুলীয়া সময়চোৱাৰ পৰাই আছিল আকাশ চুৱাৰ সপোন। কটনৰ পৰা ছায়েন্সত হায়াৰ চেকেণ্ডাৰী কৰাৰ পিছত দিল্লী ইউনিভাৰ্চিটিত চিট পাই আহি এডমিশন কৰে লেডী শ্ৰীৰাম কলেজত। জুল’জীত অনাৰ্চ। বি,এচ,ছি কৰি থাকোতেই এদিন অসমৰ পৰা আহি শ্বিফট হোৱা পৰিয়াল এটিৰ ঘৰুৱা অনুষ্টানত চিনাকী হয় মাল্টিনেশ্যন কোম্পানী এটাৰ চি,এম,অ আদিল হাজৰিকাৰ সৈতে। তাৰ পিছত দুবছৰ গভীৰ প্ৰেম। তেতিয়াই বিয়া হবলৈ মন নাছিল যদিও, অবাঞ্চিত ভাৱে প্ৰেগনেন্ট হৈ পৰে মিছেচ ডায়েনা হাজৰিকা। আদিত্য যেতিয়া গৰ্ভত পাঁচমহীয়া, তেতিয়া এবছৰৰ চুক্তিত ডুবাইলৈ উৰা মাৰে আদিল হাজৰিকা। ঘুৰি আহে সম্পুৰ্ণ এবছৰৰ মূৰত। আনকি আদিত্যৰ জন্মৰ সময়তো তেওঁ চুটি নোপোৱাৰ অজুহাত দেখুৱাই ডায়েনাৰ কাষত আহি থিয় দিয়া নাছিল।
আদিত্যৰ জন্মৰ দিনদিয়েক পিছত আদিল হাজৰিকাৰ সৈতে বিয়া হয় ডায়েনাৰ। ডায়েনা শইকীয়াৰ পৰা হৈ পৰে মিছেচ ডায়েনা হাজৰিকা। বিয়াখনত আদিল হাজৰিকাই সন্মতি প্ৰদান কৰিছিল যদিও বাধ্যবসত। কাৰণ আদিত্য যে তেওঁৰে বীৰ্যজাত সন্তান আছিল। ইফালে ডায়েনাই অবাঞ্চিতভাৱে, ছোৱালী অৱস্থাতে গৰ্ভৱতী হৈ পৰা বাবে ঘৰখনৰ লগত, মাক-দেউতাকৰ লগত তাইৰ সম্পৰ্কৰ এনাজৰীডাল চিৰকালৈ টুটি থাকে। বিশেষকৈ দেউতাক আৰু বৰদেউতাকহঁতৰ লগত। মাক শোভালতাই বাহিৰে বাহিৰে ডায়েনাৰ এবৰ্শ্যন কৰোৱাই ঘৰৰ ছোৱালী ঘৰলৈ লৈ যাবলৈ বিচাৰিছিল। কিন্তু তেতিয়ালৈ পলম হৈ গৈছিল। ডক্টৰে কৈছিল, তিনি মাহ পাৰ হৈছে, এতিয়া ৰিস্ক আছে।
অঞ্চলটোৰ সৰবৰহী ব্যক্তি আছিল ডায়েনাৰ বৰদেউতাক আৰু দেউতাকহঁত। তেওঁলোকে কোনোপধ্যেই জীয়েক ডায়েনাৰ এই ‘কুকীৰ্তি’ক মানি লব খোজা নাছিল। তাইৰ চতুৰ মাকজনীয়ে গুৱাহাটীত থকা খুড়াতো ভায়েক সোনটি ওৰফে সনাতন বৰুৱালৈ চিঠি লিখি সকলোখিনি জনাই জীয়েকৰ এই বিপদৰ সময়ত তেওঁক পঠোৱাৰ ব্যৱস্থা কৰিছিল। দিল্লীত আহি ওলাইছিল ডায়েনাৰ সোনটি মামা। আহিয়ে প্ৰথমে ভাগিনীয়েকক হোষ্টেলৰ পৰা ভাড়াঘৰ এটালৈ শ্বিফট কৰাইছিল। একেলগে আৰ্মিত কাম কৰা কৰ্ণেল সিঙৰ ফাৰ্ম হাউচত থকাৰ ব্যৱস্থা হৈছিল ডায়েনাৰ। সোনটি মামাও থাকি গৈছিল ডায়েনাৰ লগতে। ভাগিনীয়েকৰ এই দুৰ্দিনত অকলশৰীয়াকৈ ৰাখি তো এৰি যাব নোৱাৰি। তাতে বায়েক শোভালতাৰ কঠোৰ নিৰ্দেশ। বায়েক শোভালতাৰ নিৰ্দেশক কেতিয়াও অমান্য কৰিব নোৱাৰে সোনটি বৰুৱাই। ইয়াৰ উপৰিও, ডায়েনাৰ প্ৰতি থকা দায়িত্ববোধে, টানি লৈ আহে তেওঁক দিল্লীলৈ। গুৱাহাটীত নতুনকৈ আৰম্ভ কৰা বিজনেছ, সংগীতৰ দুনীয়া, সকলো মুহুৰ্ততে এৰি, ঢাপলি মেলে তেওঁ ভাগিনীয়েক ডায়েনাৰ কাষলৈ।
কৰ্ণেল সিঙৰ ঘৰত থাকিয়েই আদিত্যক জন্ম দিয়ে ডায়েনাই। আদিত্যৰ জন্মৰ চাৰিমাহ পিছত আদিল হাজৰিকা আহিছিল ডায়েনাৰ কাষলৈ। ডায়েনাক লগ পাওতে পূৰ্বতে থকাৰ দৰে জেউতি, পুৰ্বৰ হেপাঁহকন যেন দেখা পোৱা নাছিল ডায়েনাই তেওঁৰ প্ৰেমীকৰ দুচকুত। ডায়েনাই চাৰিমহীয়া আদিত্যক তেওঁৰ কোঁচত তুলি দি সুধিছিল- লোৱা, তোমাৰ পুতেক, ইয়াৰ নাম কি ৰাখিবা আদিল?
নাম দিয়া হৈছিল আদিত্য। কিন্তু আদিল হাজৰিকাই নহয়, নামাকৰণ কৰিছিল মোমায়েক সোনটি বৰুৱা আৰু তেওঁৰ বন্ধু কৰ্ণেল সিঙে মিলি। আদিল হাজৰিকাই মাক পুতেক হালক কৰ্ণেল সিঙহঁতৰ ঘৰত থকাটো পছন্দ কৰা নাছিল। সেয়ে আহি পোৱাৰ এমাহৰ ভিতৰতে সাৰিতা বিহাৰ কলনীত 2-BHKৰ ফ্লেট এটা লৈ ডায়েনা আৰু আদিত্যক ৰাখিছিল। লগতে ৰাখি দিছিল কেয়াৰ টেকাৰ ছোৱালী এজনীক। সোনটি বৰুৱাই কৰ্ণেল বৰুৱাৰে ঘৰত থাকি গৈছিল আৰু কিছুদিন। মৰমৰ ভাগিনীয়েকক তাইৰ সন্তানৰ পিতৃ আদিল হাজৰিকাৰ লগত বিয়া দি হে তেওঁ অসমলৈ উভতি যাব বুলি পণ বান্ধি লৈছিল।
বন্ধু কৰ্ণেল সিং আৰু সোনটি বৰুৱাই ডায়েনাৰ বিয়াখনক লৈ ব্যতিব্যস্ত হৈ পৰিছিল। অসমৰ পৰা মাক শোভালতা শইকীয়াৰ স্পীড পোষ্টত ঘনে ঘনে চিঠি আহি থাকিছিল জীয়েক ডায়েনা আৰু ভায়েক সোনটি বৰুৱালৈ। জীয়েকক লৈ মাকৰ চিন্তা।
আদিল হাজৰিকাই ডায়েনাৰ নামত ফ্লেট কিনি দিয়াৰ উপৰিও, তাইৰ ভৰণ-পোষনৰ সম্পুৰ্ণ দায়িত্ব লৈছিল যদিও, বিয়াৰ কথা ওলালেই নিশ্চুপ হৈ ৰৈছিল তেওঁ। ডায়েনাই কৈ কৈ ভাগৰি পৰিছিল তেওঁক। ইফালে আদিত্য তেতিয়া এঘাৰ মহীয়া, সাৰিতা বিহাৰ কলনীত লাহে লাহে ইকান-সিকান বাগৰি সকলোৱে এটা কথা কোৱাকুৱি কৰিছিল, কলনীটোত নতুনকৈ থাকিবলৈ অহা ডায়েনা শইকীয়া নামৰ মহিলাগৰাকী অবিবাহিতা। তেওঁৰ সন্তানৰ পিতৃ পৰিচয় নাই।
এই কথা সোনটি বৰুৱাৰো কাণত নপৰাকৈ থকা নাছিল। ভাগিনীয়েকক সদায়ে অভয় প্ৰদান কৰিছিল তেওঁ। এদিন কেচুৱা আদিত্যক বুকুৰ গাখীৰ খুৱাই থকাৰ পৰাই সুধিছিল ডায়েনাই- এনেকৈ আৰু কিমানদিন মামা? মোৰ জীৱনটো কি এইদৰেই নষ্ট হৈ যাব?
নাইট গাউনৰ বুকুৰ বতামকেইটা খুলি কেচু্ৱাটোক গাখীৰ খুৱাই থকাৰ বাবে এটা স্তন ওলাই পৰিছিল ডায়েনাৰ। বুকুলৈ গাখীৰ অহা বাবে পুৰ্বতকৈ আকৃতিত ডাঙৰ হৈ যোৱা ডায়েনাৰ সুডৌল স্তনত এক লহমা চকু ৰাখি উত্তৰ দিছিল সোনটি বৰুৱাই- চিন্তা নকৰিবা ঝিলিক। মই আৰু মোৰ বন্ধু কৰ্ণেল সিং থাকোতে তোমাৰ একো অনিষ্ট হবলৈ নিদিও। তুমি তোমাৰ প্ৰাপ্য লাভ কৰিবাই। আদিত্যই তাৰ পিতৃ পৰিচয় লাভ কৰিবই।
গাখীৰ খোৱা হোৱাত মুখ খন স্তনবৃন্তৰ পৰা আঁতৰাই দিছিল কেচুৱা আদিত্যই। পুতেকক বিচনাত শুৱাই থৈ পিন্ধনৰ গাউনখন ঠিক কৰি লৈছিল ডায়েনাই। কিন্তু মুহুৰ্ততে দেখে কি, সোঁ স্তনটো, যিটোৰ পৰা মাত্ৰ এক মিনিট আগলৈকে কেচুৱা পুতেকে গাখীৰ খাই আছিল, তাৰ পৰা এতিয়াও গাখীৰ নিৰ্গত হৈ আছে। অৰ্থাৎ পুতেকে ভালদৰে গোটেইখিনি দুধ পান কৰাই নাছিল। এইদৰে আধৰুৱাকৈ পান কৰি থলে বাকীথকা দুধখিনি সৰসৰকৈ ওলাই আহে ডায়েনাৰ বুকুৰ পৰা। সিদিনাও তেনেকৈ ওলাই পিন্ধি থকা পাতল গাউনখনৰ বুকুৰ সোঁফালটো তিঁতি গৈছিল তাইৰ। যিহেঁতু তলত একো পিন্ধা নাছিল তাই, সেয়ে দুধ লাগি স্বচ্ছ হৈ পৰিছিল তাইৰ বগা ৰঙৰ পাতল কপাহী নাইট গাউন। ফলত বুকুৰ সোঁফালৰ স্তনটো প্ৰকট হৈ পৰিছিল মোমায়েক সোনটি বৰুৱাৰ সন্মুখত। স্তনবৃন্ত স্পষ্টকৈ দৃশ্যমান হৈছিল। যিহেতু ঘৰখনত তাইৰ আৰু মোমায়েকৰ বাহিৰেও বনকৰা ছোৱালী কামিনীও আছিল, আৰু মোমায়েকে হা মেলি তাইৰ বুকুৰ সোঁফাললৈ কামুক দৃষ্টিৰে চাই ৰৈছিল, সেয়ে নাৰীসুলভ স্বাভাবিকতাৰে লাজ লাগি গৈছিল ২১ বৰ্ষীও ডায়েনাৰ।
মোমায়েক সোনটি বৰুৱাই উত্তেজনাবসত সেপ গিলি, কাষলৈ মাতিছিল ডায়েনাক- এইফালে আহাচোন ঝিলিক।
-কি মামা?
এহাতেৰে এনেই উপৰে উপৰে, বুকুৰ তিঁতি থকা অংশখিনি মচি মচি মোমায়েকৰ ওচৰলৈ আগুৱাই গৈ থিয় দিছিল ‘ঝিলিক’ অৰ্থাৎ ডায়েনাই। তাইৰ মাক আৰু মোমায়েকহঁতে তাইক ঝিলিক বুলি মাতে। এটা ‘কমন’ বেঙ্গলী নাম।
– ইয়াত বহাচোন ওলপ। আজি বহুদিনৰ মুৰত তোমাক অকলশৰীয়াকৈ পালো, সেইডালে আকৌ লাগিয়েই থাকে নহয় তোমাৰ পিছে পিছে অনবৰতে।
ছোফাত বহি থকা মোমায়েকে ভৰি দুখন দুফালে প্ৰসাৰিত কৰি, নিজৰ কৰঙনলৈ দেখুৱাই উত্তৰ দিয়ে। ডায়েনাই পাকঘৰৰ পিনে, য’ত বনকৰা মহিলা কামিনীয়ে ভাত ৰান্ধি আছিল, সেইফালে চাই আহো নাহোকৈ আহি মোমায়েকৰ সোঁ ভৰীৰ কৰঙত আহি বহি দিয়ে। বহিয়ে বাওঁহাতেৰে মোমায়েকৰ ডিঙিত আলফুলে সাঁবটি লৈ কয়- ক’তনো তেওঁক মোৰ পিছে পিছে অনবৰতে লাগি থকা দেখিলে মামা, মানুহটো কেৱল ৰাতিহে শুবলৈ আহে। তাকো মাতাল হৈ।
– ঘৰত কেচুৱা পুতেকটো থাকোতেও সি ইমান কেয়াৰলেছ নে?
– নাজানো, অফিচত দৰকাৰী কাম থকা বুলি কয় সদায়। আহে ৰাতি দুপৰত। তাকো ম’দ সোপা গিলি। আহিয়ে মোৰ শৰীৰৰ ওপৰত অত্যাচাৰ। আগতে তো তেনে নাছিল তেওঁ।
– আদিলে কি তোমাক ৰেপ কৰে?
ভাগিনীয়েকৰ চকুত চকু থৈ সোধে সোনটি বৰুৱাই। মোমায়েকৰ চকুৰ পৰা দৃষ্টি আতৰাই লৈ চিলিঙৰ পিনলৈ চাই ভাবিবলৈ ধৰে ডায়েনাই- ৰেপ নে সন্মতিজনক ছেক্স? কি বুলি ধৰি লোৱা যায় বাৰু? আদিলৰ লগত শুবলৈ, তাৰ মৰম পাবলৈ সদা ব্যতিব্যস্ত হৈ থাকে তাই। কিন্তু এইবাৰ ডুবাইৰ পৰা অহাৰে পৰা অৰ্থাৎ আদিত্যৰ জন্মৰ পিছৰে পৰা যে আদিলৰ ব্যৱহাৰ বোৰত তুমুল পৰিবৰ্তন পাই আহিছে তাই।
আগতে আদিলে চুই দিলেই কুচিমুচি সোমাই পৰিছিল তাই তেওঁৰ বুকুত। বিচনাত লৈ আদিলে তাইক মৰম কৰিবলৈ লাগি গলেই, কেতিয়াও হেঁপাও পলুওৱা নাছিল তাইৰ। এনে লাগিছিল যেন আদিলে তাইক ঘন্টাৰ পিছত ঘন্টা যুৰি স্পৰ্শ সুখ দি থাকক। অথবা, এই বাসনাৰ যেন ওৰ নপৰক কেতিয়াও।
আদিলৰ বাহিৰেও, বা আদিলৰ আগতেও, জীৱনত আন বহুগৰাকী পুৰুষৰ লগত তাই যৌনতা উদযাপন কৰি পাইছে। কিন্তু আদিলৰ কথা যেন সুকীয়া। আদিলক তাই প্ৰাণভৰি ভালপায়। সন্মান কৰে যথেষ্ট তেওঁক। তেওঁৰ সতেই গোটেই জীৱনটো পাৰ কৰি দিবলৈ বিচাৰে তাই। ডায়েনা শইকীয়া নহয়, আদিলৰ অৰ্ধাংগিনী ডায়েনা হাজৰিকা বুলি পৰিচয় পাব বিচাৰে তাই। হয়তো সেইকাৰণেই। আনবোৰ পুৰুষৰ লগত ছেক্স কৰিলেও, সুখৰ চৰম সীমাত উপনীত হব পাৰিলেও, আদিলৰ লগত হোৱা সম্ভোগৰ কথাই যেন সুকীয়া। মনটো ভৰি উঠে আদিলৰ লগত ছেক্স কৰাৰ পিছত। অনাবিল এক প্ৰশান্তিয়ে ক্ৰীয়া কৰে তাইৰ হৃদয়ত।
কিন্তু আজিকালি যে অনুভৱ হয় তাইৰ, আগৰ আদিলজন যেন কৰবাত হেৰাই থাকিল। তাইৰ প্ৰতি থকা চেনেহৰ এনাজৰী ডাল যেন কৰবাত টুটি থাকিল। দিনটো ওলাই যোৱা আদিল ঘৰলৈ আহে ৰাতি ১১/১২ বজাৰ পিছত, ঢলং-পলং খোজেৰে। আৰু আহিয়ে মাতালৰ দৰে তাইৰ শৰীৰৰ ওপৰত জপিয়াই পৰে। কেতিয়াবা সাৰে থাকিলেও, বেছিভাগেই তাই নিদ্ৰাৰত অৱস্থাতেই আবিস্কাৰ কৰে, নিজৰ সংবেদনশীল গোপন অংগত আদিলৰ স্পৰ্শ। প্ৰেমিকা হ’ল বুলিয়েই কি, তেওঁৰ বীৰ্যজাত সন্তানৰ মাতৃ হ’ল বুলিয়েই কি আদিলে নূন্যতম সন্মতিকন নলব তাইৰ শৰীৰৰ ওপৰত জপিয়াই পৰাৰ আগত?
লেতেৰা গলিৰ বেশ্যাসকলৰো থাকে নিজা নিয়ম, থাকে সন্মান। পইচা দিল বুলিয়েই কি পুৰুষসকলে তেওঁলোকক জন্তু জানোৱাৰৰ দৰে ব্যৱহাৰ কৰিব? তেওঁলোকৰ শৰীৰক কি অধম জানোৱাৰৰ দৰেই অত্যাচাৰ কৰিব?
অত্যাচাৰ, হয়, আজিকালি আদিলে তাইক জন্তুৰ দৰেই ব্যৱহাৰ কৰে শোৱাপাটীত। কেতিয়াবা যদি সংগমৰত অৱস্থাত তাইৰ বুকুৱে, পিঠিয়ে, নিতম্বই প্ৰহাৰৰ ওপৰত প্ৰহাৰ কৰে, কেতিয়াবা আকৌ ডিঙিত চেপি ধৰে তেওঁ। উশাহ বন্ধ হৈ মৰিবৰ উপক্ৰম হয় তাইৰ। এদিন তো এই অত্যাচাৰে গৈ সীমা চেৰাই পেলায়। মনত পৰি চকু চলচলিয়া হৈ উঠে ডায়েনাৰ।
আনদিনাৰ দৰেও ৰাতি দেৰিকৈ ঘৰলৈ আহিছিল আদিল। হয়তো মাজৰাতি ১ বজাৰ পিছত। কেছুৱা আদিত্যৰ দেহত জ্বৰ আছিল সিদিনা। কান্দি কান্দি পোৱালীটো টোপনি গৈছিল এঘন্টামান আগত। ডায়েনাৰো চিলমিলকৈ টোপনি আহিছিল মাথো। তাতে উমান পায় আদিল সোমাই অহাৰ। আদিলৰ লগত ফ্লেটৰ ডুব্লিকেট চাবি থাকে। ঢলং-পলং খোজেৰে আহি আদিলে আবোল তাবোল কিবা-কিবি বকি আছিল। ডায়েনাই টোপনি যোৱাৰ অভিনয় কৰি বিচনাতে পৰি আছিল। ক্ষন্তেক পিছত আদিল হাজৰিকাই পিন্ধনৰ শ্বাৰ্ট পেন্ট খুলি, জপিয়াই পৰিছিল ডায়েনাৰ দেহৰ ওপৰত। কাঠ এডৰাৰ দৰেই নিশ্চুপ হৈ পৰি ৰৈছিল ডায়েনা।
আনদিনাৰ দৰেই অকনো সন্মতি নোলোৱাকৈ, বা তাইক স্নেহপুৰ্বক স্পৰ্শ নকৰাকৈ, সংগম কৰিবলৈ লাগি গৈছিল আদিত্য হাজৰিকাই। কিছুসময়ৰ পিছত, মদৰ ৰাগীত নে ইচ্ছা কৰিয়েই, আনদিনাৰ দৰেই তাইৰ দেহৰ সৰ্বত্ৰতে প্ৰহাৰ কৰিবলৈ লাগি গৈছিল তেওঁ। দাতেৰে বেডকভাৰৰ চুক এটা কামুৰি ধৰি, যিমান পাৰি সিমান নিৰ্জীৱৰ দৰে পৰি ৰবলৈ চেষ্টা কৰিছিল ডায়েনাই। হঠাৎ জানো কি মুৰলৈ অহাত, আদিলে সংগম আধাতে এৰি ৰূমৰ পৰা ওলাই যায়। ডায়েনাই ভাৱে, আজিলৈ ভাল বাচিলো।
কিন্তু নহয়, ডায়েনাক ভুল প্ৰমাণিত কৰি আদিল আকৌ সোমাই আহে ৰূমটোলৈ ক্ষন্তেক পিছতেই। হাতত লৈ আহে ৰচি এডাল। আঁৰ চকুৰে ডায়েনাই আদিললৈ চাই ভাৱে, এনেকুৱা ৰচি তো ঘৰত নাই। নিশ্চয় আদিলে বাহিৰৰ পৰা আহোতে কিনি লৈ আহিছে। কিন্তু ৰচিৰে কি কৰিব খুজিছে মানুহটোৱে….
সম্পুৰ্ণ মাতাল হৈ থকা আদিল হাজৰিকাই যি কৰি উঠে, সেয়া সপোনৰো অগচৰ আছিল ডায়েনাৰ কাৰণে। প্ৰথমে আদিলে বলপুৰ্বক ডায়েনাৰ হাতদুখন পিঠিফালে লৈ ইখন হাতৰ লগত সিখন হাত টানকৈ বান্ধে, তাৰ পিছত তাইক জোৰ কৰি মজিয়াত চোচৰাই নমাই লৈ মজিয়াৰ ওপৰতে কুকুৰৰ দৰে ভংগী কৰোৱাই আঠুকঢ়াই থয়। কুকুৰৰ দৰে ভংগী কৰোৱা বাবে আৰু হাত দুখন পিছফালে বন্ধা থকা বাবে, ডায়েনাই নিজৰ মূৰটো শূন্যতে বেছিসময় দাঙি ৰাখিব নোৱাৰে। এক মিনিট মান পিছতেই তাইৰ মূৰটো হাউলী গৈ মজিয়াত লাগে। ইয়ালৈকে যেন বাটচাই আছিল আদিল হাজৰিকাই। লগে লগেই তাই ৰচিৰ আন অংশসমুহৰে তাইৰ ভৰিত, পিঠিত, পেটত, কৰঙত মেৰিয়াই মেৰিয়াই টানকৈ বান্ধি পেলায়।
ৰচিৰে টানকৈ বন্ধা বাবে আৰু এনেকৈ বলপুৰ্বক ভাৱে অস্বাভাবিক ভংগীত থকা বাবে গা টো বিষাবলৈ লয় ডায়েনাৰ। ইমানতে ক্ষান্ত নাথাকি আদিল হাজৰিকাই পেন্টৰ পৰা লেদাৰৰ বেল্ট খন খুলি আনি প্ৰথমে তাইৰ নিতম্বৰ দুই দাবনাত, তাৰ পিছত পিঠিত প্ৰহাৰ কৰিবলৈ লাগি যায়।
স্কুলত ‘জয়মতী’ নাটকখন কৰোতে কেইবাবাৰো জয়মতীৰ নাম ভুমিকাত অভিনয় কৰিছিল ডায়েনাই। চামতাৰে চাওদাঙৰ কোব খাই মিছা যন্ত্ৰণাত কেকাই উঠাও মনত আছে তাইৰ। কিন্তু সিদিনাৰ সেই শৰীৰত ৰচিৰে টানকৈ বন্ধা, সৰ্বশৰীৰত লেদাৰৰ বেল্টৰ কোব, কেতিয়াও পাহৰিব নোৱাৰিব তাই।
নিতম্ব, পিঠি চিৰিলা-চিৰিল হৈ গৈছিল তাইৰ। ঠায়ে ঠায়ে তেজ গোট খাবলৈ ধৰিছিল। সমুলঞ্চে নিকৃষ্ট পশুলৈ পৰিণত হোৱা আদিল হাজৰিকাই ডায়েনাক সিদিনা বেল্টেৰে ইমানেই প্ৰহাৰ কৰিছিল, ইমানেই প্ৰহাৰ কৰিছিল যে নিজৰেই হাত দুখন ভাগৰি পৰিছিল। ডায়েনাই কোবৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি লেবেজান হৈ মাটিত ঢলি পৰিছিল। এই দৃশ্য দেখি দানৱৰ দৰে দুচকু আঙঠাৰ দৰে ৰঙা হৈ উঠিছিল আদিল হাজৰিকাৰ। দাঁত নিকটাই এইদৰেই হাঁহিছিল যে ৰূমটোৰ এচুকৰ বেবী-বেড খনত শুই থকা কেচুৱা আদিত্যৰ টোপনি ভাঙি গৈছিল।
ইমানৰ পিছতো মনলৈ শান্তি অহা নাছিল আদিল হাজৰিকাৰ। লেবেজান হৈ পৰি থকা ডায়েনা, যাৰ যন্ত্ৰণাতে কান্দিবলৈও শকতি কন নাছিল দেহত, তাইৰ দেহত চিগাৰেট এডাল জ্বলাই লৈ ঠায়ে ঠায়ে পুৰি দিছিল তেওঁ। ডায়েনাই কেকাবলৈ, চকু দুটা মেলি চাবলৈ, বা তাইৰ লগত কি হৈ আছে ভাৱিবলৈ অকনো শক্তি নাছিল। এনেকুৱা অনুভৱ হৈছিল যেন, নিতম্বৰ পৰা ডিঙিলৈ, কোনোবাই যেন জুঁই লগাই দিছে।
এইবাৰ প্ৰসাৱ লগাত, আদিল হাজৰিকাই বাথৰূমলৈ যাবলৈ ওলায়, কিন্তু কি জানো ভাৱি দুৱাৰমুখৰ পৰাই উভতি আহে। আহিয়ে ডায়েনাক মজিয়াতে বগৰাই লৈ, তাইৰ চুলিয়ে, মুখে, বুকুৱে, কৰঙনে, দেহৰ সৰ্বত্ৰতে প্ৰসাৱ কৰি দিয়ে। এইদৰে নিকৃষ্ট জন্তৰ দৰে, অমানবীও কাম এটা কৰি উঠি, ঢলং-পলং খোজেৰে গৈ আদিল হাজৰিকাই আন এটা কোঠাত শুই পৰে।
বমি কৰাৰো শক্তি নাছিল ডায়েনাৰ। কেতিয়ানো অচেতন হৈ পৰিছিল নিজেই নাজানে। পিছদিনা সাৰ পাই দেখে, বিচনাত শুই আছে তাই। উঠিবলৈ চেষ্টা কৰে তাই। কিন্তু নোৱাৰে। হাত-ভৰি কাম কৰাৰ নিচিনা অৱস্থাত নাছিল তাইৰ। বনকৰা ‘বাই’ কামিনীক মাত দিবলৈ চেষ্টা কৰি, তাতো বিফল হয় তাই। শব্দবোৰ যেন ডিঙিতেই আহি থমকি ৰয়। ভাগ্য ভাল তাই সাৰ পোৱা বুলি গম পাই কামিনী বাই দৌৰি আহে কেচুৱা আদিত্যক কোলাত লৈ।
-আপ উঠ গয়ে দিদি। অভি কেইছা মেহছুচ কৰ ৰহে হো আপ?
-চাহাব…?
কষ্টেৰে এটা শব্দ ওলায় ডায়েনাৰ মুখৰ পৰা। বাকীখিনি শব্দ মুখৰ ভিতৰতে থাকি যায়।
– চাহাব তো কব কা নিকল গয়ে দিদি। আপ চিন্ত মত কিজিয়ে। মেইনে ডক্টৰ চাহাব কো ফোন কৰকে বুলা লিয়া হ্যে। অভি আনে হি ৱালা হ্যে।
আদিত্যক তাৰ বিচনাত শুৱাই থৈ কামিনীয়ে উঠিবলৈ সহায় কৰে ডায়েনাক। ৱাৰ্ড্ৰ’ৱৰ পৰা পাজামা এখন আনি পিন্ধাবলৈ উদ্যত হয় ডায়েনাক। ডায়েনাই তেতিয়া হে মন কৰে যে, পাতল এখন চাদৰেৰে ঢকা আছিল তাইৰ নগ্ন, লেতেৰা হৈ থকা দেহটো।
বাথৰূমৰ পিনে ইংগীত দিয়ে ডায়েনাই। অৰ্থাৎ এতিয়াই কাপোৰ পিন্ধাই দিব নালাগে, আগতে তাই গা-টো ভালদৰে ধুই লব। কামিনীয়ে ইংগীত বুজি পাই ধৰি ধৰি বাথৰূমলৈ লৈ যায় ডায়েনাক। নগ্ন অৱস্থাৰেই ডায়েনাই কামিনীৰ কান্ধত ভৰ দি বাথৰূমলৈ যায়। বাথৰূমত গৈ থিয় দি থকাৰো শক্তি নাথাকে তাইৰ। কামিনীয়ে কিচ্ছেনৰ পৰা চেয়াৰ এখন লৈ গৈ বহুৱাই দিয়ে তাইক শ্বাৱাৰৰ তলত। আৰু শ্বাৱাৰটো খুলি দিয়াৰ লগে লগেই পানীৰ অজস্ৰ টোপাল পৰি জাগি উঠে তাইৰ আগৰাতিৰ অমানসিক অত্যাচাৰৰ বিষ। কামিনীৰ সন্মুখতেই, শ্বাৱাৰৰ তলতেই হুকহুকাই কান্দি দিয়ে তাই।
গাটো তাৱেলেৰে মচি দি দি কৈ উঠে কামিনীয়ে- এক বাত বলু দিদি, আগৰ আপ বুৰা মত মানো তো?
-উম…
– চব মৰ্দ এক যেইছা হোতা হ্যে দিদি।
– হুম….
সেই ঘটনাৰ পিছত পোন্ধৰ দিনলৈ মাত দিয়া নাছিল ডায়েনাই আদিল হাজৰিকাক। হৃদয়ত আদিল হাজৰিকাৰ প্ৰতি থকা স্থানৰ, লাহে লাহে অবদমন হবলৈ ধৰে।
-ঝিলিক, এই ঝিলিক, কি ভাৱি আছা? মই ইমানকৈ সুধি আছো তোমাক, উত্তৰ নাই যে?
বাস্তৱলৈ ঘুৰি আহে ডায়েনা। মোমায়েকৰ কৰঙনৰ পৰা নামি কাষৰ ছোফাখনতে বহি দিয়ে তাই।
– কি জানো সুধি আছিল মামা?
– এহ বাদ দিয়া বাৰু সেইবোৰ, মানুহৰ মৌনতাই বহু কিবা কিবিয়ে কৈ যায়। মই বিয়া কৰোৱা নাই যদিও, নাৰীৰ মন ঠিকেই বুজিব পাৰো মই। তুমি চিন্তা নকৰিবা, আদিলক লাইনত আনি হে এৰিম মই। কৰ্ণেল সিঙো তোমাক চিন্তা কৰিবলৈ হাক দিছে।
– আপোনালোকে কিন্তু তেওঁক বুজাবলৈ গৈ জোৰ-জুলুম একোৱে নকৰিব মামা। অকণো ফৌজী মেজাছ নেদেখুৱাব।
– তুমি সেইবোৰ আমাৰ ওপৰত এৰি দিয়া। তুমি খালি ‘চুক্তিটোৰ’ কথা মনত ৰাখিবা। তোমাৰ বিয়াখন কেনেকৈ পাতি দিব লাগে, সেই দায়িত্ব আমাৰ।
তাৰপিছত সিদিনা সোনটি মামা গুছি যায়গৈ। কৰ্ণেল সিং আৰু সোনটি মামাই মিলি ক’ত কি কৰিলে, আদিলক কেনেকৈ বিয়াৰ কাৰণে ৰাজি কৰোৱালে বহুদিনলৈ জনা নাছিল ডায়েনাই। সোনটি মামা সিদিনাখন তাৰ পৰা যোৱাৰ এমাহ নহৌতেই এদিন আদিলে আহি কৈছিল ডায়েনাক- আমি অহা কাইলৈ বিয়া পাতিম। তোমাৰ কোনোবা বন্ধু বান্ধৱীক মাতিব থাকিলে মাতি দিবা মেৰীজ ৰেজিষ্টাৰৰ অফিচলৈ। কৈয়ে আকৌ ওলাই যায় আদিল হাজৰিকা।
পিছদিনা খুব সাধাৰণভাৱেই, মাত্ৰ ১০/১১ জন বন্ধু বান্ধৱৰ উপস্থিতিত বিয়া খন হৈ যায় ডায়েনা আৰু আদিল হাজৰিকাৰ। ৰাতিলৈ অনুষ্ঠুপিয়াকৈ আয়োজন কৰা পাৰ্টীত সোনটি মামা আৰু কৰ্ণেল সিঙো আহি উপস্থিত হয়। সোনটি মামাৰ লগত কৰ্ণেল সিঙক দেখি মুখখন ম্লান পৰি যায় আদিল হাজৰিকাৰ।
সোনটি মামাই নাৰীৰ প্ৰতি থকা তেওঁৰ স্বভাৱসুলভ দুৰ্বলতাৰেই গৈ, ডায়েনাৰ বান্ধৱী কেইজনীৰ লগত কথা পতাত ব্যস্ত হয়গৈ। কৰ্ণেল সিঙে হাতত হুইস্কীৰ পেগ এটি লৈ ডায়েনাৰ কাষলৈ আগবাঢ়ি আহে। আহিয়ে তাইক একোনলৈ ইংগীতেৰে মাতি লৈ যায়।
– জল্দি বলিয়ে সিং জী, আদিল জীকো আগৰ দিখ গয়ে তো কুছ গলত ছমঝেংগে শায়েদ।
– কুছ নহী ছমঝেংগা ৱ ডীয়েৰ। অৱ বলো, তুম হেপ্পী হো অৱ?
– হা, ঈশ্বৰকী মেহেৰবানী ছে..
– ঈশ্বৰ? হাঃ হাঃ হাঃ
দানৱৰ দৰে অট্যহাস্য কৰি উঠে, ৬ ফুট দীঘল, পেশীবহুল দেহৰ কৰ্ণেল কৰণবীৰ সিং।
– আপ কিউ হাস ৰহে হো সিং চাহাব?
– ৱ ছড়ো, তুমহে হামাৰা ‘বণ্ড’ তো য়াদ হ্যে না?
– জী..
– অউৰ ভুল না ভী নহী চাহিয়ে। হাঃ হাঃ।
কি কব একো ভাৱি নাপায় ডায়েনাই।
– অৱ তো তুমহাৰী ছাৰনেম ভী বদল গয়ে, লেকীন এক বাত য়াদ ৰখনা মাই ডীয়েৰ, ইয়ে কৰণবীৰ সিং বদলনে ৱালো আদমী মে ছে নহী হ্যে। এক বাৰ জো বল দিয়া ছো বল দিয়া।
– হুম…
তলমুৰ কৰি উত্তৰ দিয়ে ডায়েনাই।
– মেৰা ঘৰকা লেণ্ডলাইন নম্বৰ তো হ্যে হি তুমহাৰী পাছ। ম্যে তুমহে কভী ভি ফোন নেহী কৰুংগা। তুম হি কৰোগে মুঝে কল। জব হি তুমহে ফুৰছৎ মিলে।
– ঠিক হ্যে।
আমনজীমনকৈ উত্তৰ দিয়ে ডায়েনাই।
– তুমহাৰী শাদী হো গয়ী। অৱ তো মুছকাৰা দো য়াৰা…
হাঁহিবলৈ চেষ্টা কৰে ডায়েনাই। কিন্তু অনাগত দিনবোৰৰ কথা ভাৱি ভয় ভয় ভাৱ এটিয়ে ক্ৰীয়া কৰাত, হাঁহিটো বিবৰ্ণ হৈ পৰে। তাৰ পিছত ষ্টেৰিঅত মিউজিক বাজি উঠাত কৰ্ণেল সিং তাৰ পৰা গুছি গৈ যোগ দিয়ে ‘ডেন্স ফ্ল’ৰ’ত। কৰ্ণেল সিং, সোনটি বৰুৱা, তাইৰ লগৰ বন্ধু বান্ধৱী, সকলোৱে হুইস্কী বা ওৱাইনৰ পাতল ৰাগীত মছগুল হৈ নাচিবলৈ লয় তেতিয়াৰ হিট নাম্বাৰ, টিট টিপ বৰ্ষা পানী গানটোত। আদিল হাজৰিকাও ওৱাইনৰ বটল এটি ঢকঢককৈ গলাধকৰণ কৰি আহি যোগ দিয়ে নৃত্যৰ তালত। প্ৰায় ৰবিনা টেণ্ডনৰ দৰেই দেখাত, তেনে দেহৰ ভুগোলৰ অধিকাৰিণী তাইৰ বান্ধৱী সীমাৰ ককালত হাত থৈ ক্ষন্তেক পিছতেই উদ্দাম নৃত্যত মছগুল হৈ পৰে আদিল হাজৰিকা।
ওৱাইনৰ সৰু পেগ এটি হাতত লৈ, বহি থাকিয়ে প্ৰত্যক্ষ কৰিবলৈ ধৰে ডায়েনাই সকলোবোৰ। তাইৰ বিয়া হৈ গ’ল, অথচ মনতচোন শান্তি নাই। কিবা যেন ভয় ভয় ভাৱ এটিয়ে খুলি খুলি খাইছে তাইক। এইমাত্ৰ কৰ্ণেল সিঙে কৈ যোৱা কথাষাৰে ভৱাই তুলিছে তাইক। একো অনিষ্ট হবলৈ যোৱা নাই তো তাইৰ? একো অনিষ্ট নহয় তো তাইৰ আৰু আদিলৰ বৈবাহিক সম্পৰ্কটোৰ?
ৰং-বিৰঙৰ চকু চাট মাৰি ধৰা লাইট, উচ্চস্বৰৰ ভলিউমত, ডান্স ফ্লৰত নৃত্যৰ লহৰ জমি উঠে। অকল ৱেইটাৰ লৰা কেইটা, আৰু ডায়েনাৰ বাহিৰে সকলোৱে গীতৰ তালে তালে নাচিছে। দামী ৱাইনৰ ৰাগীত কোনে কাৰ ককালত হাত থৈ নাচিছে ঠিক নাই। কাৰ পত্নী কাৰ গীৰিয়েকৰ লগত দেহ ভাঙি ভাঙি নাচিছে, কাৰ গীৰিয়েক কাৰ পত্নীৰ ককাল নাইবা নিতম্বত হাত থৈ নাচিছে, একো ঠিক নাথাকে এইধৰণৰ পাৰ্টী বোৰত। মাজতে ডায়েনাৰ বান্ধৱী আৰতিয়ে তাইক টানি লৈ যাবলৈ বিচাৰিছিল ডান্স ফ্লৰলৈ। তাই ভাগৰ লাগিছে বুলি কৈ প্ৰত্যাখান কৰে। ভাল নালাগে তাইৰ ইমান চিঞৰ-বাখৰ। ইয়াৰ বাহিৰে এবছৰীয়া আদিত্যক তাই বাইৰ হাততে ঘৰতে ৰাখি থৈ আহিছে, কেচুৱাটোৰ চিন্তাই তাইক পাৰ্টীত মন বহুৱাব নিদিয়ে।
‘ৰেণ্ডমলি’ ইটোৰ পিছত সিটো যন্ত্ৰসংগীত বাজি উঠিছে। ইটোৰ পিছত সিটো পেগ পুৰুষ মহিলা উভয়ৰে পেটত পৰিছে। পাৰ্টীটোত ডায়েনাৰ বান্ধৱী কেইজনী আৰু সোনটি বৰুৱা আৰু কৰ্ণেল সিঙৰ বাহিৰে বাকী কুৰি-পছিশ গৰাকীমান যুগল আদিলৰ নিমন্ত্ৰণমৰ্মে অহা। তাৰে বেছিভাগে মেৰীড কাপল যদিও দুই এযোৰ অবিবাহিতো আছে। হয়তো প্ৰেমীক-প্ৰেমিকা। দুই একৰ বাহিৰে ডায়েনাই বেছিভাগকে চিনি নাপায়।
চকু চাট মাৰি ধৰা পোহৰৰ কাৰণে আদিলে কাৰ লগত ঠিক নাচিছে, উমান লবলৈ চেষ্টা কৰে ডায়েনাই। সেয়া তাইৰ বান্ধৱী সীমা, সীমাৰ ককালতে হাত থৈ নাচি আছে আদিলে। মাজে মাজে তাৰ হাত গৈ পৰিছে সীমাৰ নিতম্বত। সীমাৰ সেইফালে কোনো খেয়ালেই নাই। দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাত নৃত্যৰতা নৰ্তকীবোৰৰ দৰেই তাই শৰীৰৰ ভাজবোৰ প্ৰকট কৰি কৰি নাচিছে।
সীমা ডায়েনাৰ বান্ধৱী, ক্লাচমেইট। সীমা চৌহান। দিল্লীৰে স্থানীয় বাসিন্দা। সীমাৰ নিজৰ ৰূপক লৈ যথেষ্ট গৌৰৱ আছে। নকৰিব নো কিয়, দেখাই শুনাই প্ৰায় ৰবিনা টেণ্ডণৰ দৰেই। ৰবিনাৰ দৰেই উচ্চতা, বুকুৰ জোখ, চিকুন ককাল আৰু প্ৰসস্থ নিতম্ব। কলেজৰ আটায়ে সীমাক সীমা টেণ্ডন বুলি জোকাই। এহেজাৰ এজন লৰা সীমাৰ তপিনাৰ পিছে পিছে ঘুৰি ফুৰে। সীমায়ো ওলপ লৰা পাগল টাইপৰ। এক কথাত আজি যদি ইয়াৰ লগত, কালিলৈ তাৰ লগত। কলেজৰ লেকচাৰৰ সৈতেও সীমাৰ এফেয়াৰ চলি গৈছে। অৱশ্যে ডায়েনাৰ লগত সীমাৰ ভাল। সীমা ছোৱালীজনী হেল্পফুলো যথেষ্ট। ডায়েনাৰ বিপদৰ দিনবোৰত প্ৰথম সীমাই দৌৰি আহে।
ঘড়ীৰ কাটাই যেতিয়া ১১ বজাৰ নিৰ্দেশ দিছে, হঠাতে চকু চাট মাৰি ধৰা পোহৰ কমি আহে। বহি থকাৰ পৰা ফ্ল’ৰত নাচি থকা মানুহ বোৰক মনিব নোৱাৰি। পোহৰৰ সমানে সমানে সংগীতো সলনি হৈ যায়। কিবা বিদেশী যন্ত্ৰসংগীত বাজিবলৈ ধৰে। এইবাৰ ইজনে সিজনৰ ডান্স পাৰ্টনাৰ চেইঞ্জ কৰে। মহিলা বোৰেও নিজৰ নিজৰ গীৰিয়েক বা প্ৰেমিকৰ হাত এৰি দি হাঁহি হাঁহি গৈ পৰপুৰুষৰ হাতত ধৰেগৈ। দুজনৰ মাজত দুৰত্ব বুলিবলৈ একো নাথাকে। পুৰুষ বোৰে ইচ্ছা কৰিয়ে নিজৰ ডান্স পাৰ্টনাৰ হোৱা পৰৰ প্ৰেমিকা বা পত্নীৰ নিতম্বত হাত দিছে, মহিলা বোৰেও ইচ্ছা কৰিয়েই যেন বাৰে বাৰে গৈ নিজৰ ডান্স পাৰ্টনাৰৰ বুকুত চেপি ধৰিছে নিজৰ উঠন বুকু। আৰু যেতিয়াই বুকুত বুকু লাগিছে, ইন্দ্ৰৰ ৰাজসভাৰ ৰম্ভা মেনকাৰ দৰেই ভুৱন ভুলোৱা হাঁহি মাৰিছে।
আদিল হাজৰিকাই মৃদু সংগীতৰ নৃত্যৰ তালে তালে, লাহে লাহে নিজৰ অবাধ্য হাত দুখন সীমাৰ পিঠিৰ পৰা নমাই লৈ গৈ নিতম্বত থৈছে। সীয়ায়ো পাৰে মানে বুকুখন আদিলৰ বুকুৰ কাষলৈ চপাই নিছে। চল পাই আদিল হাজৰিকাই দুহাতেৰে জোৰেৰে সীমাৰ নিতম্বৰ দুই দাবনাত হেচি দিছে। আদিলৰ ওঁঠৰ ওচৰলৈ ওঁঠ লৈ আহি কামুক ভংগীমাৰে লহৰ তুলি হাঁহি এটি মাৰে সীমাই। কোনোমতে নিজকে চম্ভালী সেপ ঢুকি উঠে সদ্য বিবাহিত আদিল হাজৰিকা। সীমাক আজি তাই প্ৰথম দেখিছে। আৰু দেখাৰে পৰাই মাথাটো ঠিকে থকা নাই তেওঁৰ। দেহত লিপিট খাই ধৰা ‘বডীকন ড্ৰেছ’ পিন্ধি আহিছে সীমাই। ফলত তাইৰ ৩৬ ছাইজৰ স্তনযুগল আৰু তানপুৰাৰ দৰে নিতম্ব প্ৰকট হৈ পৰিছে। সীমাৰ উচ্চতা ৰবিনা টেণ্ডনৰ দৰেই। বিশেষকৈ তাইৰ নাকটো।
– ইউ আৰ লুকিং ডেম হ’ট ডীয়েৰ…
– থেংকছ ফ’ৰ ইয়ৰ কমপ্লিমেন্ট মিঃ হাজৰিকা
– ইউ কেন ক’ল মি আদিল।
– অকে…
– ডু ইউ ৱান্ট আ পেগ অৱ ৱাইন?
– ভডকা প্লিজ..
– অ শিয়ৰ…
আদিল হাজৰিকা সীমালৈ পেগ এটা আনিবলৈ বুলি ডান্স ফ্ল’ৰৰ পৰা বাৰ টেণ্ডাৰজনৰ কাষলৈ যায় মানে সোনটি বৰুৱা আৰু কৰ্ণেল সিং আহি থিয় হয় তাইৰ কাষত। সীমাৰ নৃত্যৰ তালে তালে কৰ্ণেল সিং আৰু সোনটি বৰুৱাও নাচিবলৈ লাগি যায়। অথনি ডান্স আৰম্ভ হোৱাৰ কিছু আগত অৰ্থাৎ সোনটি বৰুৱাই আহিয়েই সীমাৰ লগত কথা পাতি থকা দেখিছিল ডায়েনাই। সীমাক তাইৰ বান্ধৱি বুলি সোনটি মামাই অলপ আগৰ পৰাই চিনি পায়। সীমাই তাইৰ সোনটি মামাকো এৰা নাই। নৃত্যৰ তালে তালে তাইৰ বুকুখন যেন সোনটি মামাৰ বুকুখনক গৈ চেপি হে ধৰিব। সোনটি মামাই তেওঁৰ হাত এখন সীমাৰ পিঠিত ৰাখিছে আনখন হাতেৰে ধৰি আছে আছে সীমাৰ হাত। পাশ্চাত্যৰ পাৰ্টীৰ ‘কমন’ নৃত্যশৈলী। আনহাতে কৰ্ণেল সিঙে পিছফালৰ পৰা সীমাৰ ককালত দুহাতেৰে মেৰিয়াই ধৰি নাচি আছে। সীমাই ইচ্ছা কৰিয়েই তাইৰ তপিনাখন পিছফাললৈ যথেষ্ট ঠেলি দি দি নাচি আছে। ফলত কৰ্ণেল সিঙৰ পেন্টৰ ভিতৰতে ফুলি উঠা পুৰুষাংগত গৈ গৈ লাগিছে তাইৰ তানপুৰাৰ দৰে স্ফীত নিতম্ব।
ইফালে আকৌ আদিল হাজৰিকাই ভডকাৰ পেগ এটা হাতত লৈ ডান্স ফ্ল’ৰলৈ আহে মানে আদবাধতে গৈ আগুৰি ধৰে মিছেচ মেহতাই। আদিলৰ অফিচৰ ব’ছ মিঃ মেহতাৰ ৱাইফ তেওঁ। মিছেচ মেহতাই হাঁহিলে যেন পৃথিৱীখন কঁপি যাব। বুকুখন ইমান জোৰকৈ দুলিয়াই হাঁহে যে, যেন ভুমিকম্প হে আহিছে তেওঁৰ বুকুত। আদিল হাজৰিকাই সীমাৰ ওচৰলৈ আহিবলৈ ওলাই বাট ভেটি ধৰা কাৰণে, আৰু দুৰৰ পৰাই তাইক কৰ্ণেল সিং আৰু ডায়েনাৰ মোমায়েক সোনটি বৰুৱাৰ লগত নাচিবলৈ লোৱা দেখা পাই আশাহঁত হয়। নাই মোমাইতকৈ কণা মোমাই ভাল। সীমালৈ অনা ভডকাৰ পেগ মিছেচ মেহতালৈ যাছি একোণত মাতি লৈ যায় তেওঁ, হয়তো সীমাক দেখুৱাবলৈকে। এনে মিছেচ মেহতা আধুনিকা তথা সুন্দৰী মহিলা। বয়স ৪০ মানেই হব। সামান্য মেদ আছে দেহত। এই সামান্যতম মেদখিনিয়ে বৰং দেহৰ আবেদন বঢ়াই হে তুলিছে তেওঁৰ। এনেকুৱা কাৰ্ভী ফিগাৰৰ ধুনীয়া মহিলাই নিজে উপযাচী ‘চিকাৰ’ হবলৈ আহিলে কাৰনো বেয়া লাগিব?
(আগলৈ…)