Sister in law love

আজি মই মোৰ জীৱনৰ কিছুমান কথা প্ৰকাশ কৰিলো

আজিৰ পৰা প্ৰায় সাত বছৰ আগতে মই এজনী ছোৱালীক

মন দি বহুত ভালপাইছিলো , দিন ৰাতি মোবাইল ফোনত কথা কৈছিল  শাৰীৰিক সম্পৰ্ক হৈছিল

এবছৰ পিছত তেওঁ আন এজন ল’ৰাৰ লগত বিয়াত বহে।

তেতিয়া মই বহুত দুখ পাইছিলো

তেতিয়া মই মনে মনে প্ৰতিজ্ঞা কৰিছিলো য়ে ময়ো বিয়া কৰিম তেখেতৰ গাঁওত তেখেতৰ ঘৰৰ ওচৰত , কাৰণ মই তাইক পাহৰিব নোৱাৰো,

কিছুদিন পিছত তাইৰ বান্ধবী এজনীয়ে মোক ফোন কৰিলে , মই ভালপোৱা ছোৱালীজনীৰ মোবাইল নাম্বাৰ দি

মই ভাবিছিলো মই ভালপোৱা ছোৱালীজনী  মোক ফোন কৰিছে

সেইবাবে মই প্ৰথম ৰিছিব কৰা নাছিলোঁ

পিছলৈ আকৌ দুই বাৰ ফোন কৰিলে তেতিয়া মই ফোন ৰিছিভ কৰি গালি গালাজ কৰিলো ,  য়ে আন এজনৰ লগত বিয়া হৈ মোক কিয় ফোন কৰিলা  তেতিয়া তাই কৰে য়ে মই তাইৰ বান্ধবী  মানে মই ভালপোৱা ছোৱালীজনীৰ বান্ধবী

কি খবৰ, কি কৰি আছে এনে কিছুমান কথা ক’লে,

লাহে লাহে তাই মোক প্ৰতিদিনে ফোন কৰিব ধৰিলে,

কিন্তু মই তাইক কেতিয়াও দেখা নাছিলোঁ। মোবাইল ফোনত বহুত কথা জানিলো তাইৰ ঘৰখন নেকি মই ভালপোৱা ছোৱালীজনীৰ ঘৰৰ ওচৰত

”মই কাৰো নাম প্ৰকাশ নকৰো,”

লাহে লাহে এইজনী ছোৱালীৰ লগত বন্ধুত্ব হয় , কিছুদিন পিছত ছোৱালীজনী মোক বিয়াৰ কথা কয়, তেতিয়া মই তাইৰ বান্ধবীৰ কথা তাইক কলো,

তেতিয়া তাই কলে য়ে সকলো ছোৱালী একে নহয়, মই মোৰ বান্ধবীৰ দৰে নহওঁ ,  তেতিয়া মই তাইক কৈছিলো  তেনেহলে তুমি তুমাৰ ঘৰৰ সকলো মানুহক মোৰ কথা কোৱা য়দি তুমাৰ ঘৰৰ সকলো মানুহে মান্তি হয় তেনেহলে মই তুমাৰ ঘৰৰ গৈ তুমাক ছাই আহিম, তাৰ পিছত বিয়া পাতিম,  তেতিয়া তাই কৈছিল যে, মই আমাৰ ঘৰৰ সকলো মানুহক মই তুমাৰ কথা কম ,  তুমি আমাৰ ঘৰত আহিবা মোক চোৱাৰ পিছত ,, য়দি মোক তুমাৰ পছন্দ নহয় বা মোক বিয়া নকৰাই  , তেতিয়া কিন্তু মই মৰি য়াম মই আৰু এই পৃথিৱীত নাথাকো,

তেতিয়া মই তাইক প্ৰতিজ্ঞা কৰিছিলো য়ে তুমি কলা, বগা, কন্যা, কেৰা, বোবা ,   হ’লেও মই তুমাক চোৱাৰ পিছত  সামাজিক নিয়ম অনুসৰি আমি বিয়া কৰিম।

তাৰ কিছুদিন পিছত মই মোৰ মা মোৰ নবৌ  আৰু মোৰ এজন বন্ধু তাইৰ ঘৰত গলো  ,  তাইৰ ঘৰত গৈ তাইৰ এজনী সৰু ভনী দেখা পালোঁ বৰ মৰমৰ লগা দেখি বৰ ভাল লাগিল,   মনে মনে ভাবিছিলো বহুত কথা,  কিন্তু মই য়ে প্ৰতিজ্ঞা কৰিছো সেইবাবে মই তাকেই বিয়া কৰিম , আৰু এই মৰম লগা ছোৱালীজনী হ’ব my dear sister in law

ছোৱালীজনী চাই আহিলো তাৰ একদিন পিছত তেখেতৰ ঘৰৰ পৰাও মানুহ আহিল আমাৰ ঘৰত , বিয়া ঠিক কৰিলে কিছুদিন পিছত আমি বিয়া কৰিলো,

আমাৰ বিয়া হল , বিয়াৰ পাছত আমি মানে মই আৰু মোৰ wife , আমাৰ হিন্দু ধৰ্ম মতে নেকি শশুৰৰ ঘৰত ২ দিন থাকিব লাগে , সেই কাৰনে গৈছিলো   এদিন পিছত sister in law জনীয়ে মোক লাহে কৈ এটা কথা কৈছিল , এতিয়া মই প্ৰকাশ নকৰো,

দুই দিন পিছত মই মোৰ ঘৰলৈ উভতি আহিল , তাৰ পিছত মোৰ sister in law মোক প্ৰতিদিনে দিন ৰাতি ফোন কৰিব ধৰিলে,  লাহে লাহে তাই মোক তাইৰ প্ৰেমত পেলালে , শাৰীৰিক সম্পৰ্ক কৰিলে বহুত বাৰ Facebook, whatsapp at বহুত sex videos photo dile   mobile  ot SMS kri sex o krile  bastobot o sex krile

তাই নেকি মোৰ প্ৰেমত পৰিছে তাই নেকি মোক পাহৰিব নোৱাৰে।  আজি সঁচাকৈ মই মোৰ sister in law ৰ প্ৰেমত পৰিছো  কি কৰিম মই ভাবিব পৰা নাই,,,, সেয়ে মই মোৰ জীৱনৰ কিছুমান কথা প্ৰকাশ কৰিলো।

 

1 thought on “Sister in law love”

Leave a Comment

error: Content is protected !!