জীৱনৰ ৰং —খণ্ড ৩
জীৱনৰ ৰং —খণ্ড ৩ স্কুটিৰ এক্সেল সম্পূৰ্ণ পকাই ধৰিলো..। ৮ মাহৰ পাছত কাবেৰীক পাম… মনৰ ভিতৰত অপাৰ ধুমুহা বলিছে। কিয় জানো আজি শৈশৱৰ বান্ধৱিজনীক লগ কৰিবলৈ মনটো ইমান অধীৰ হৈ পৰিছে…। পাখি থকা হলে উৰিয়ে গলো হেতেন তাইৰ কাষলৈ। তাই যোৱাকালি ৰাতি ৯ টা মান বজাত আহি পাইছেহি…। মই তায়েকে মাতিছিলো..। কিন্তু তাইৰ কথা যে …